Social Media Journalism

Social Media Journalism Link page of Social Media Journalism group.
(2)

https://youtu.be/_KhsXkzCEOAসুপ্ৰভাত…আপোনালোকৰ দিনটো মংগল হোৱাৰ কামনাৰে সূৰ্য্যপুত্ৰ শনিদেৱৰ এভাগী সুন্দৰ প্ৰতিমূৰ্তিৰ ছ...
23/08/2025

https://youtu.be/_KhsXkzCEOA
সুপ্ৰভাত…আপোনালোকৰ দিনটো মংগল হোৱাৰ কামনাৰে সূৰ্য্যপুত্ৰ শনিদেৱৰ এভাগী সুন্দৰ প্ৰতিমূৰ্তিৰ ছবি আপোনালোকলৈ আগ বঢ়ালো।ওপৰৰ লিংক যোগে চাওঁক অসমৰ এভাগী ঐতিহ্যমণ্ডিত পঞ্চমুখী হনুমান মন্দিৰৰ এটি বিশেষ ভিডীঅ'।
"জয় শ্ৰী শনিদেৱ"

শাওণ মাহত মাতা পাৰ্ৱতীয়ে কৰিছিল-তপস্যা-লিংগ পুৰাণ আৰু শিৱ পুৰাণ অনুসৰি-মাতা পাৰ্ৱতীয়ে ভগৱান শিৱক নিজৰ স্বামী ৰূপে প্ৰাপ্...
22/08/2025

শাওণ মাহত মাতা পাৰ্ৱতীয়ে কৰিছিল-তপস্যা-

লিংগ পুৰাণ আৰু শিৱ পুৰাণ অনুসৰি-মাতা পাৰ্ৱতীয়ে ভগৱান শিৱক নিজৰ স্বামী ৰূপে প্ৰাপ্ত কৰিবলৈ শাওণ মাহত কঠোৰ তপস্যা কৰিছিল।মাতা পাৰ্ৱতীৰ এই তপস্যাৰ দ্বাৰা প্ৰসন্ন হৈ ভগৱান শিৱই দেৱী পাৰ্ৱতীক দৰ্শন দি তেওঁৰ মনৰকামনা পূৰ্ণ কৰিলে।এই ঘটনাৰ কাৰণে-শাওণ মাহক ভক্তি আৰু তপস্যাৰ মাহ কোৱা হয়।অবিবাহিত লোকৰ বাবে-শাওণ মাহটো বহুত বিশেষ হয়।শাওণ মাহত পূজা কৰিলে ভগৱান শিৱ আৰু দেৱী পাৰ্ৱতীৰ কৃপাত মনৰপচন্দৰ জীৱন সংগী প্ৰাপ্ত হয়।

ঘৰলৈ নতুন ঝাড়ু অনাৰ পাছত বাস্তু শাস্ত্ৰ অনুসৰি এই কাম অৱশ্যে কৰিব লাগে।বাস্তু শাস্ত্ৰত ঝাড়ু চাফ-চিকুণতাৰ সাধন হোৱাৰ লগতে...
22/08/2025

ঘৰলৈ নতুন ঝাড়ু অনাৰ পাছত বাস্তু শাস্ত্ৰ অনুসৰি এই কাম অৱশ্যে কৰিব লাগে।

বাস্তু শাস্ত্ৰত ঝাড়ু চাফ-চিকুণতাৰ সাধন হোৱাৰ লগতে- ধনাত্মক আৰু সমৃদ্ধিৰ প্ৰতীক মনা হয়।ঝাড়ুৱে ঘৰৰ পৰা আৱৰ্জনাক দূৰ কৰি ঋণাত্মকতা দূৰ কৰে।এই কাৰণে-ঝাড়ু মা লক্ষ্মীৰ প্ৰিয় হয়।ঘৰলৈ নতুন ঝাড়ু এটা অনাৰ পাছত কিছু কাম কৰিলে মা লক্ষ্মী প্ৰসন্ন হয় আৰু ঘৰত সুখ-সমৃদ্ধি বৰ্তি থাকে।

বাস্তু শাস্ত্ৰ অনুসৰি এটা নতুন ঝাড়ু ক্ৰয় কৰিবলৈ-শুভ সময়ৰ শয়ন কৰিব লাগে।শুক্ল পক্ষৰ প্ৰথম সপ্তাহ বা গুৰুবাৰ বা শুক্ৰবাৰৰ দৰে শুভ দিন আদৰ্শ হয়।ঝাড়ু ক্ৰয় কৰি সন্মানেৰে ঘৰলৈ আনিব লাগে আৰু মাটিত ৰাখিব নালাগে।ঝাড়ুক সদায়ে চফা আৰু উচ্চ স্থানত ৰাখিব লাগে।ইয়াৰ দ্বাৰা ঘৰত ধনাত্মক ওৰ্জাৰ প্ৰবাহ হয়।

-নতুন ঝাড়ু ঘৰলৈ অনাৰ পাছত মা লক্ষ্মীৰ প্ৰতীক ৰূপে পূজা কৰিব লাগে।চফা পানীৰে ধুই-হালধি-কুমকুমৰ তিলক লগাব লাগে।এনে কৰিলে ঘৰত ধন-ধান্যৰ বৃদ্ধি হয়।পূজাৰ পাছত ঝাড়ুক সঠিক স্থানত ৰাখিব লাগে।

বাস্তু অনুসৰি-ঝাড়ুক সদায়ে দক্ষিণ-পশ্চিম বা পশ্চিম দিশত ৰাখিব লাগে।ঝাড়ুক কেতিয়াও পাকঘৰ বা পূজা ঘৰত ৰাখিব নালাগে।কাৰণ-এয়া অশুভ মনা হয়।ঝাড়ুক সদায়ে লুকুৱাই ৰাখিব লাগে।যাতে-ঝাড়ু আনৰ চকুত নপৰে।ঝাড়ুক উলোটাই ৰাখিব নালাগে।কাৰণ-এয়া ধন হানিৰ কাৰণ হয়।সঠিক দিশত ঝাড়ু ৰাখিলে ঘৰলৈ সমৃদ্ধি আনে।

বাস্তু শাস্ত্ৰ অনুসৰি নিশাৰ সময়ত ঝাড়ু লগোৱাটো বৰ্জিত হয়।কাৰণ-এয়া মা লক্ষ্মীৰ অপমান মনা হয়।পুৱা আৰু আবেলি ঘৰৰ চাফ-চিকুণ কৰিব লাগে।ঝাড়ু লগোৱাৰ সময়ত আৱৰ্জনাবোৰ ঘৰৰ বাহিৰৰ ফালে লৈ যাব লাগে।ভিতৰৰ ফালে নিব নালাগে।ইয়াৰ দ্বাৰা ঘৰৰ পৰা ঋণাত্মক ওৰ্জা বাহিৰ হয় আৰু ধনাত্মকতা আহে।

পুৰণি ঝাড়ু পেলোৱাৰ সময়ত-সন্মানেৰে বিদায় দিব লাগে।কোনো চফা স্থানত থৈ আহিব লাগে বা দান কৰিব লাগে।শনিবাৰে পুৰণি ঝাড়ু বাহিৰ কৰাটো শুভ মনা হয়।নতুন ঝাড়ু অনাৰ আগে,পুৰণি ঝাড়ু দূৰ কৰাটো নিশ্চিত কৰিব লাগে।যাতে-ঋণাত্মক ওৰ্জা ঘৰৰ পৰা বাহিৰ হয়।

বাস্তু অনুসৰি ঝাড়ুত ভৰি লগোৱা,ঝাড়ুক লেতেৰা কৰি ৰখা বা ভঙা ঝাড়ু ব্যৱহাৰ কৰাটো অশুভ হয়।ঝাড়ুক কেতিয়াও থিয় কৰি ৰাখিব নালাগে।কাৰণ-এয়া ধন হানিৰ কাৰণ হয়।আৰু ঘৰত এটাতখে অধিক ঝাড়ু ৰাখিব নালাগে।কাৰণ-এয়াই ভ্ৰুম আৰু অস্থিৰতাক বৃদ্ধি কৰে।সদায়ে চফা আৰু শক্তিশালী ঝাড়ু নিৰ্বাচন কৰিব লাগে।

বাস্তু অনুসাৰে ঝাড়ুৱে ঘৰখন চফা কৰি ৰখাৰ লগতে ধনাত্মক ওৰ্জা আৰু ধন-সমৃদ্ধিক আকৰ্ষিত কৰে।

নতুন ঝাড়ু আনি এই বাস্তু নিয়মক মানিব লাগে আৰু মা লক্ষ্মীৰ কৃপা প্ৰাপ্ত কৰিব লাগে।সঠিক সময়,সঠিক দিশ আৰু সন্মানেৰে ঝাড়ুৰ উপয়োগ কৰিলে আপোনাৰ ঘৰখন সুখ-শান্তুি-সমৃদ্ধিৰে ভৰাই ৰাখিব।

লাদ্দু গোপালৰ পূজাৰ নিয়ম-আজিকালি বহুলোকে ঘৰত  লাদ্দু গোপালৰ প্ৰতিমাৰ সেৱা কৰে।লাদ্দু গোপালক ঘৰত ৰখাটো বহুত ডাঙৰ দায়িত্বৰ...
22/08/2025

লাদ্দু গোপালৰ পূজাৰ নিয়ম-

আজিকালি বহুলোকে ঘৰত লাদ্দু গোপালৰ প্ৰতিমাৰ সেৱা কৰে।লাদ্দু গোপালক ঘৰত ৰখাটো বহুত ডাঙৰ দায়িত্বৰ কথা হয়।কাৰণ-লাদ্দু গোপালৰ ধ্যান এটা সৰু ল'ৰাৰ দৰে ৰাখিব লাগে।লাদ্দু গোপালৰ সেৱাত আপুনি কোনো অভাব ৰাখিব নোঁৱাৰিব।অন্যথা পূণ্যৰ ফল প্ৰাপ্তি ন'হব।বহুলোকে দুজন লাদ্দু গোপালৰ মূৰ্তি ঘৰত ৰাখে।লাদ্দু গোপালৰ দুজন মূৰ্তি ঘৰত ৰাখিলে বহু বিচাৰ দেখিবলৈ পোৱা যায়।কিছুলোকৰ অনুসৰি-দুজন লাদ্দু গোপালৰ মূৰ্তি ঘৰত ৰাখি সেৱা কৰিব নালাগে।

ঘৰত দুজন লাদ্দু গোপাল আছে যদি-তেওঁলোকৰ সেৱা বেলেগ-বেলেগ ৰূপে কৰিব লাগে।দুজনৰে বস্ত্ৰ বেলেগ হ'ব লাগে।মন্দিৰত দুজন লাদ্দু গোপালৰ বাবে বেলেগ-বেলেগ ভোগ ৰাখিব লাগে।এনে কৰিলে ভগৱান প্ৰসন্ন হয়।এনেদৰে সেৱা কৰিলে ঘৰত সুখ-শান্তি বৰ্তি থাকে।

মন্দিৰত লাদ্দু গোপাল ৰখাটো শুভ মনা হয়।কিন্তু দুজন লাদ্দু গোপাল ৰাখিলে কিছু বিশেষ কথাৰ ধ্যান ৰাখিব লাগে।দুজন লাদ্দু গোপালৰ মূৰ্তিৰ আকাৰ বেলেগ-বেলেগ হ'ব লাগে।একে ধৰণৰ আকাৰৰ লাদ্দু গোপাল ৰাখিলে লাভ পোৱা নাযায়।

দিনটোত চাৰিবাৰ লাদ্দু গোপালক ভোগ লগোৱাৰ নিয়ম আছে।ভোগ সদায়ে সাত্বিক হ'ব লাগে।ভোগত তুলসী পাত দিয়াটো শুভ হয়।এনে কৰিলে গোপাল প্ৰসন্ন হয়।লাদ্দু গোপালৰ ভোগ সদায়ে বেলেগ-বেলেগ সামগ্ৰীৰে লগাব লাগে। লাদ্দু গোপালক দৈ,মাখন,গাখীৰ,মেৱেৰ ভোগ অৱশ্যে লগাব লাগে।

ফেঁচা দেখাৰ অৰ্থ-ফেঁচা হৈছে মাতা লক্ষ্মীৰ বাহন।সেইবাবে-দিনত বা নিশা ফেঁচা দেখাটো কোনো কথা নহয়।শকুন শাস্ত্ৰত ফেঁচা দেখাটো...
22/08/2025

ফেঁচা দেখাৰ অৰ্থ-

ফেঁচা হৈছে মাতা লক্ষ্মীৰ বাহন।সেইবাবে-দিনত বা নিশা ফেঁচা দেখাটো কোনো কথা নহয়।শকুন শাস্ত্ৰত ফেঁচা দেখাটো শুভ-অশুভ সংকেতৰ লগত জড়িত কৰা হয়।

আমাৰ জীৱনত এনে ঘটনা প্ৰায় ঘটি থাকে,যিয়ে আচৰিত কৰি তোলে।যেনে-পুৱা গৰুক দেখা,মেকুৰী ঘৰলৈ অহা, কাউৰীয়ে ঘৰৰ টিঙত আহি মাত দিয়া,ঘৰৰ মুধচত চৰায়ে বাঁহ সঁজা আদি।আচৰিত ধৰণৰ ঘটনাবোৰ হ'লে,সকলোৰে মনত এই প্ৰশ্নৰ উৎপন্ন কৰে যে-এনে কিয় হৈছে!শাস্ত্ৰত এয়াক লৈ বহু কথা কোৱা হৈছে।শকুন শাস্ত্ৰত এই ঘটনাসমূহৰ শুভ আৰু অশুভ সংকেতৰ বিষয়ে কোৱা হৈছে।

*মনা হয় যে-নিশা উলোৱা ফেঁচা যদি,কোনো লোকে দিনত দেখা পায়,তেন্তে এয়া এক শুভ সংকেত হয়।ইয়াৰ অৰ্থ এয়া যে-শীঘ্ৰে আপোনাৰ জীৱনলৈ সুখ আহিব আৰু ভাগ্যই আপোনাৰ লগ দিব।ফেঁচাক দিনক দেখাৰ অৰ্থ এয়া যে-আপুনি বহু শুভ সংবাদ শুনিবলৈ পাব আৰু জীৱনলৈ ধনাত্মক সলনি আহিব।দিনত ফেঁচাক দেখিলে ভয় কৰিব নালাগে।এয়া আপোনাৰ জীৱনলৈ সুখ আৰু সফলতা লাভ কৰাৰ সংকেত হয়।

*যদি প্ৰায় আপোনাৰ ঘৰলৈ ফেঁচা আহে-তেন্তে,সাৱধান হ'ব লাগে।শাস্ত্ৰ অনুসৰি এয়া শুভ সংকেত নহয়।এটা ফেঁচা নিয়মিত ঘৰলৈ অহাৰ অৰ্থ এয়া যে-আপোনাৰ জীৱনলৈ বা আপোনাৰ ঘৰলৈ কোনো ডাঙৰ সমস্যা আহিব।এই ঘটনা এই কথাৰ সংকেত হয় যে-ঘৰৰ মুখিয়া জনে কোনো ডাঙৰ সমস্যাৰ সন্মুখীন কৰিব লাগিব।এনে সময়ত সাৱধান হ'ব লাগে।আৰু ব্যৱসায় আৰু ঘৰৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত ভাবি-চিন্তি লব লাগে।নিয়মিত ঘৰলৈ ফেঁচা অহাটো আপোনাৰ বাবে সৰ্তক হৈ থকাৰ সংকেত হয়।

*বগা ফেঁচা দেখাটো বহুত ভাগ্যৰ কথা হয়।কিন্তু বগা ফেচাঁ নিশাৰ সময়ত দেখাটো বহুত শুভ সংকেত হয়।শকুন শাস্ত্ৰ অনুসৰি-নিশাৰ সময়ত বগা ফেঁচা দেখা অৰ্থ এয়া যে-ব্যক্তিৰ জীৱনৰ সকলো সমস্যা শীঘ্ৰে সমাপ্ত হ'ব।আৰু ভাল দিন আৰম্ভ হোৱাৰ সংকেত হয়।মান্যতা অনুসাৰে বগা ফেঁচাৰ অৰ্থ এয়া যে-ব্যক্তিয়ে শীঘ্ৰে নিজৰ জীৱনৰ লগত জড়িত ধনাত্মক বাতৰি শুনিবলৈ পাব।যাৰ দ্বাৰা ঘৰলৈ সুখ আহিব।

*শকুন শাস্ত্ৰ অনুসৰি-যদি ঘৰলৈ আহিছে,আৰু তাৰ পাছতে যদি ফেচাঁ দেখি পোৱা যায়,তেন্তে এয়া বহুত শুভ সংকেত হয়।মনা হয় যে-এয়া আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হোৱাৰ সংকেত হয়।ফেঁচাক মাতা লক্ষ্মীৰ বাহন মনা হয়।সেইবাবে-ফেঁচাক কোনো আলহী অহাৰ পাছত দেখিলে বহুত শুভ মনা হয়।ইয়াৰ অৰ্থ এয়া যে-আপোনাৰ নোহোৱা কাৰ্য্য সিদ্ধি হ'ব।আৰু আপোনাৰ জীৱনলৈ এনে সুখ আহিব,যি আপুনি দীৰ্ঘ সময় ধৰি অপেক্ষা কৰি আছিল।

*মনা হয় যে-কোনো ব্যক্তিয়ে নিশাৰ সময়ত যাত্ৰা কৰি থকাৰ সময়ত ফেচাঁই প্ৰসন্নতা পূৰ্ৱক মধ্যমীয়া ধ্বনিৰ মাতেৰে দেখা পায়,তেন্তে এয়া বহুত শুভ সংকেত হয়।ইয়াৰ অৰ্থ এয়া যে-আপুনি যি কামলৈ গৈছে,সেই কামত সফলতা লাভ কৰিব আৰু আপোনাৰ যাত্ৰা সফল হ'ব।মান্যতা অনুসাৰে নিশাৰ যাত্ৰাৰ সময়ত ফেচাঁৰ মাতৰ সতে দেখা পোৱাটো এয়া সংকেত হয় যে-আপুনি শীঘ্ৰে কোনো শুভ ফল লাভ কৰিব।

*শকুন শাস্ত্ৰ অনুসৰি-যদি ফেঁচাই কাৰোবাৰৰ ঘৰৰ দুৱাৰৰ সন্মুখত নিয়মিত ৰূপে তিনিদিনৈ বিলাপ কৰে,তেন্তে এয়া শুভ সংকেত নহয়।ইয়াৰ অৰ্থ এয়া যে-সেই ঘৰত চোৰ বা ডকাইত হ'ব।সেইবাবে-এনে হ'লে সাৱধান হ'ব লাগে আৰু নিশাৰ সময়ত সদায়ে সৰ্তক হৈ থাকিব লাগে।ফেচাঁ এনেদৰে ঘৰলৈ আহি কান্দিলে এই কথাৰো সংকেত হয় যে-ব্যক্তিৰ কোনো ধৰণৰ ধনৰ হানি হ'ব।যি কোনো প্ৰকাৰে হ'ব পাৰে।

পদ্মনাভস্বামী মন্দিৰ-দেশত এনে বহু মন্দিৰ আছে,যি নিজৰ সুন্দৰতাৰ লগতে ৰহস্যক লৈও বিশেষ লোকপ্ৰিয় হয়।তেনে এক মন্দিৰ হৈছে কেৰ...
22/08/2025

পদ্মনাভস্বামী মন্দিৰ-

দেশত এনে বহু মন্দিৰ আছে,যি নিজৰ সুন্দৰতাৰ লগতে ৰহস্যক লৈও বিশেষ লোকপ্ৰিয় হয়।তেনে এক মন্দিৰ হৈছে কেৰেলৰ তিৰুবন্তপুৰমত স্থিত শ্ৰী পদ্মনাভস্বামী মন্দিৰ।এই মন্দিৰ প্ৰাচীন হোৱা লগতে ধনৱান মন্দিৰ বুলিও কোৱা হয়।

শ্ৰী পদ্মনাভস্বামী মন্দিৰ ভগৱান পদ্মনাভস্বামীৰ ওপৰত সমৰ্পিত হয়।যি ভগৱান বিষ্ণুৰে অৱতাৰ হয়।পদ্মনাভস্বামীৰ অৰ্থ হৈছে-যাৰ নাভি(নভ)ত কমল আছে।মনা হয় যে-ভগৱান বিষ্ণুৰ এই স্থানত প্ৰতিমা প্ৰাপ্ত হৈছিল।যাৰ বাবে এই মন্দিৰৰ নিৰ্মাণ কৰা হৈছিল।দূৰ-দূৰণিৰ পৰা বহু ভক্তই এই মন্দিৰ দৰ্শন কৰিবলৈ আহে।

২০১১চনত সুপ্ৰিম কৰ্ডৰ আদেশত যেতিয়া মন্দিৰৰ ভিতৰৰ ভাগ চোৱা হ'ল,তেতিয়া-১লাখ কড়োৰৰ অনুমানিত মূল্যৱান ধাতুৰে নিৰ্মিত মূৰ্তি আৰু সিংহাসন পোৱা গ'ল।খাজানাৰ সন্ধানত ৬টা গোদাম পোৱা গ'ল,যাক-এ.বি.চি.ডি.ই, আৰু এফ বাল্ট নাম দিয়া হ'ল।কিন্তু সকলো বাল্টৰ পৰিদৰ্শন কৰা সম্ভৱ নহল বাবে,যাক লৈ এক পৌৰাণিক মান্যতা চলি আহিছে।

পৌৰাণিক মান্যতা অনুসাৰে মন্দিৰত থকা খাজানাৰ ৰক্ষা নাগ আৰু আলৌকিক দেৱতাৰ দ্বাৰা কৰা হয়।সেইবাবে-যি ব্যক্তিয়ে এয়া খুলিবলৈ চেষ্টা কৰিব,সেইজনে বহু ধৰণৰ সমস্যাৰ সন্মুখীন কৰিব লাগিব।ইয়াৰ পাছত এনে বহু ঘটনা সন্মুখলৈ আহিছে,যি এই খাজানা খুলাত অসফল হৈছে।সেইবাবে-প্ৰাচীন কালৰ পৰা চলি অহা এই মান্যতাত লোকসকলৰ বিশ্বাস অধিক গভীৰ হৈ পৰিল।এয়াই মনা হয় যে-এই মন্দিৰত এনে এজন পূজাৰী আছে,যিয়ে গৰুড় মন্ত্ৰ জাপৰ দ্বাৰা,এই খাজানাৰ গোদাম ঘৰৰ দুৱাৰ খুলিব পাৰে।যিয়ে-এইবিষয়ে ভালদৰে জ্ঞান আছে।

মন্দিৰৰ ইতিহাস ১৪শতাব্দি পুৰণি মনা হয়।এই মন্দিৰ ক'লা ভব্যতাৰ প্ৰতীক হয়।যি-কেৰল আৰু দ্ৰবিড় শৈলীৰ মিশ্ৰণৰ স্হাপত্য শৈলিক দৰ্শাই।এই মন্দিৰৰ স্বৰূপ আজি যি দেখিবলৈ পোৱা যায়,মন্দিৰৰ নিৰ্মাণ ১৪শ' শতাব্দিত ত্ৰাৱণকড় মহাৰাজ মাৰ্তণ্ড ব্ৰহ্মই কৰাইছিল।
ইয়াৰ লগতে পিঠাসীন দেৱতাৰ মূৰ্তিৰ ৰচনাৰ দৃষ্টি বহুত অদ্ভুদ হয়।যাক-১২০০৪ শালিগ্ৰামেৰে বনোৱা হৈছে।এই শালিগ্ৰাম নেপালৰ গণ্ডকি নদীৰ পৰা অনা হৈছে।ভগৱান বিষ্ণুৰ প্ৰতিমা-১৮ফুঁট দীৰ্ঘতমে হয়।যি শ্ৰেচনাগত শয়ন মুদ্ৰাত আছে।বিশেষ কথা এয়া যে-এই প্ৰতিমাক মন্দিৰৰ বহু দুৱাৰেৰে চাব পাৰি।

https://youtu.be/-7ZRWl4buGMসুপ্ৰভাত…আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে ভগৱান ৰাধা-কৃষ্ণৰ এভাগী সুন্দৰ প্ৰতিমূৰ্তিৰ ছবি আ...
22/08/2025

https://youtu.be/-7ZRWl4buGM
সুপ্ৰভাত…আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে ভগৱান ৰাধা-কৃষ্ণৰ এভাগী সুন্দৰ প্ৰতিমূৰ্তিৰ ছবি আপোনালোকলৈ আগ বঢ়ালো।ওপৰৰ লিংকত ক্লিক কৰি উপভোগ কৰক "শ্ৰী শ্ৰী সত্যনাৰায়ণ" পূজা ও পাঞ্চালি পাঠৰ এটি সুন্দৰ ভিডীঅ'।
"জয় ৰাধেশ্যাম"

https://youtu.be/Bi4-VVorB8Iসুপ্ৰভাত আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বৰপুখুৰীত স্থা...
21/08/2025

https://youtu.be/Bi4-VVorB8I
সুপ্ৰভাত আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বৰপুখুৰীত স্থাপিত ভগৱান শ্ৰীকৃষ্ণৰ এভাগী সুন্দৰ প্ৰতিমূৰ্তিৰ ছবি আগ বঢ়ালো।ওপৰৰ লিংকত ক্লিক কৰি এই পবিত্ৰ নামঘৰ ভাগৰ সম্পূৰ্ণ দৰ্শন কৰিব পাৰিব,ধন্যবাদ।
জয় শ্ৰী কৃষ্ণা…

https://youtu.be/LU0Xnc1EvmQসুপ্ৰভাত…আপোনালোকৰ দিনটো মংগল হোৱাৰ কামনাৰে প্ৰথম পূজ্য ভগৱান শ্ৰী গণেশৰ এভাগী সুন্দৰ প্ৰতিম...
20/08/2025

https://youtu.be/LU0Xnc1EvmQ
সুপ্ৰভাত…আপোনালোকৰ দিনটো মংগল হোৱাৰ কামনাৰে প্ৰথম পূজ্য ভগৱান শ্ৰী গণেশৰ এভাগী সুন্দৰ প্ৰতিমূৰ্তিৰ ছবি আপোনালোকলৈ আগ বঢ়ালো। ওপৰৰ লিংকত ক্লিক কৰি চাওক বিগত বৰ্ষত যোৰহাট জে পি আৰ গণেশ পূজা মণ্ডপত পৰিবেশিত নাগাৰা নামৰ এটি বিশেষ ভিডীঅ'।
"জয় শ্ৰী গণেশ"

https://youtu.be/_KhsXkzCEOAসুপ্ৰভাত…আপোনালোকৰ দিনটো মংগল হোৱাৰ কামনাৰে ৰামভক্ত বীৰ হনুমানৰ এভাগী সুন্দৰ প্ৰতিমূৰ্তিৰ ছব...
19/08/2025

https://youtu.be/_KhsXkzCEOA
সুপ্ৰভাত…আপোনালোকৰ দিনটো মংগল হোৱাৰ কামনাৰে ৰামভক্ত বীৰ হনুমানৰ এভাগী সুন্দৰ প্ৰতিমূৰ্তিৰ ছবি আপোনালোকলৈ আগ বঢ়ালো।অসমৰ আন এভাগী ঐতিহ্যমণ্ডিত পঞ্চমুখী হনুমান মন্দিৰৰ দৰ্শন কৰি কিছু পূণ্য লাভ কৰিব বিছাৰে যদি ওপৰৰ লিংকত ক্লিক কৰি চাওক সম্পূৰ্ণ ভিডীঅ'।
"জয় শ্ৰী ৰাম…জয় হনুমান"

https://youtu.be/_KhsXkzCEOAআপোনালোকৰ দিনটো মংগল হোৱাৰ কামনাৰে সূৰ্য্যপুত্ৰ শনিদেৱৰ এভাগী সুন্দৰ প্ৰতিমূৰ্তিৰ ছবি আপোনাল...
16/08/2025

https://youtu.be/_KhsXkzCEOA
আপোনালোকৰ দিনটো মংগল হোৱাৰ কামনাৰে সূৰ্য্যপুত্ৰ শনিদেৱৰ এভাগী সুন্দৰ প্ৰতিমূৰ্তিৰ ছবি আপোনালোকলৈ আগ বঢ়ালো।ওপৰৰ লিংকত ক্লিক কৰি চাওঁক অসমৰ এভাগী ঐতিহ্যমণ্ডিত পঞ্চমুখী হনুমান মন্দিৰ।
"জয় হনুমান-জয় শনিদেৱ"

https://youtu.be/cGGRFPj3_1oসুপ্ৰভাত,আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে যোৰহাটস্থিত ঐতিহাসিক হাতীগড় শিৱ দেৱালয়ত প্ৰতিস্থি...
15/08/2025

https://youtu.be/cGGRFPj3_1o
সুপ্ৰভাত,আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে যোৰহাটস্থিত ঐতিহাসিক হাতীগড় শিৱ দেৱালয়ত প্ৰতিস্থিত আই লক্ষীৰ প্ৰতিমূৰ্তি ভাগৰ এখনি সুন্দৰ ছবি আপোনালোকলৈ আগ বঢ়ালো।এই হাতীগড় শিৱদেৱালয় সন্দৰ্ভত সবিশেষ জানিবলৈ ওপৰত দিয়া লিংকত ক্লিক কৰি চাওক এক বিশেষ ভিডীঅ'।
জয় মা লক্ষ্মী…

Address

Jorhat
785632

Alerts

Be the first to know and let us send you an email when Social Media Journalism posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Social Media Journalism:

Share