Dapon Times

Dapon Times Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dapon Times, Media/News Company, Jail Road, Jorhat.

06/08/2026

পুনৰ বানত ডুবিল বৃহৎ এলেংমৰা/টিয়ক সমষ্টিৰ বিধায়কৰ বৰ্ণাত্যলৈ সহায়ৰ হাত

06/08/2026

টীয়ক ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ত বানাক্ৰান্তৰ প্ৰতিবাদ ।

05/08/2026

যোৰহাট এয়াৰ ফৰ্চ ষ্টেচনৰ সম্মুখত ৰাইজৰ প্ৰতিবাদ
এয়াৰ ফৰ্চ ষ্টেচনৰ চৌহদেৰে বৈ যোৱা ৰৰৈয়া জান ভেটা দিয়াৰ ফলত বানত ডুব গৈছে বিস্তীৰ্ণ অঞ্চল
বানাক্ৰান্তৰ প্ৰতিবাদলৈ কাণসাৰ নথকাৰ অভিযোগ বায়ু সেনাৰ বিৰুদ্ধে উত্থাপিত কৰিছে বানাক্ৰান্তই

05/08/2026

১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা
যোৰহাটৰ উকীল সন্থাৰ নৱনির্মিত ভৱনৰ খহি পৰিল চিলিং ।।
যোৰহাট উকীল সন্থাৰ ১০০০ উকিলৰ স্বাক্ষৰিত এজাহাৰ দাখিল কৰিব নিৰ্মান প্ৰতিষ্ঠান আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ।
নতুন ভৱনৰ সকলো কামতে ব্যাপক বিসংগতি আৰু অনিয়মৰ অভিযোগ।।
লোকনিৰ্মান বিভাগৰ এনে নিম্নমানদণ্ডৰ কামৰ বিৰুদ্ধে ক্ষোভ উকিল সন্থাৰ

05/08/2026

"মই কঠিয়া সিঁচিবও নাজানোঁ, বোকাত নমাৰো অভ্যাস নাই"
"প্ৰতীকাত্মকভাৱেহে আজি কঠিয়া সিঁচিছোঁ"
যোৰহাটৰ ২৩ নং মধ্য হোলোঙাপাৰ গাওঁ পঞ্চায়তৰ বনপিঠাগুৰিত বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিবলৈ আহি মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কৰিলে মন্তব্য

05/08/2026

যোৰহাট পৌৰসভাখন ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে নেকি?

কংগ্ৰেছৰ যুৱ নেতা কৃশাণু বৰুৱাৰ যোৰহাট পৌৰসভাক তুলাধুনা

05/08/2026

টীয়কত বাঢ়নী পানী: বিপৰ্যস্ত জনসাধাৰণ

টীয়ক আৰু কাকজান নৈ পুনৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত বহু লোকৰ গৃহ পানীৰ তলত

05/08/2026

ভাতৃত্ববোধৰ নিদৰ্শন দেখুৱাই বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিছে বহু জনে।

05/08/2026

যোৰহাটৰ পুৰণি বালিবাটত অগ্নিকাণ্ডৰ ঘটনা, আৰ্ট এণ্ড ক্ৰাফ্ট নামৰ এখন দোকানত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা

05/08/2026

মই অসমৰহে মুখ্যমন্ত্ৰী,
অসমত কোনো অবৈধ কয়লা,শিল খনন নহয়
নাগালেণ্ড চৰকাৰে কি নীতি ল’ব সেয়া ভাৰত চৰকাৰৰ জৰিয়তে কথা পাতিব লাগিব,
শিৱসাগৰত মুখ্যমন্ত্ৰীৰ ভাষ্য

Address

Jail Road
Jorhat
785001

Alerts

Be the first to know and let us send you an email when Dapon Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dapon Times:

Shortcuts

Share