TIME of ASSAM

TIME of ASSAM News and Media
(2)

08/08/2026

নাসভিৰ উদ্যোগত যোৰহাটত ‘ছাৰ্ভ চেভ ফুড’ শীৰ্ষক কৰ্মশালা

FOSTOC আৰু FSSAIৰ সহযোগত আয়োজন

৪ দিনীয়া কৰ্মশালাৰ আজি সফল সামৰণি ৭টা গোটত অংশগ্ৰহণ ২২৬ গৰাকী ব্যক্তিৰ
https://youtu.be/CplgdeJiAtY

08/08/2026

টীয়কৰ মাহাৰা গাঁৱত দুস্প্ৰাপ্য সাপ উদ্ধাৰ

বানপানী উটি অহা এই সাপটো মাহাৰা গাঁৱৰ সত্যজিত শৰ্মাই কৰিছে উদ্ধাৰ
https://youtu.be/DOp95eGdyho

08/08/2026

📌যোৰহাটত বানৰ ক্ষয়-ক্ষতিৰ দ্ৰুত মূল্যায়ন সমীক্ষা বিষয়ক প্ৰশিক্ষণ

📌বানপীড়িতৰ পুনৰ সংস্থাপনৰ বাবে তথ্য সংগ্ৰহত গুৰুত্ব

📌মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এই কাৰ্যসূচী
https://youtu.be/bHWBbHChGMc

08/08/2026

যোৰহাট জিলাৰ দক্ষিণৰ লিচুবাৰী অঞ্চলত কৃত্ৰিম বানপানীৰ সমস্যাৰ মূলতে হ'ল ইয়াৰ মাজেৰে বৈ যোৱা এখন নৈ

এই নৈখন এক বৃহৎ অঞ্চলক সামৰি তৰাজানত মিলিত হৈছে

বৰ্তমান তৰাজানৰ ওপৰত বেদখল কৰি দোকান বঢ়াইছে
https://youtu.be/BThW01pLF2A

07/08/2026

পূৱ যোৰহাটৰ চেনিজান উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ বান সাহায্য বিতৰণ
https://youtu.be/vteo6CwZjc8

07/08/2026

চৰকাৰলৈ বাট নাচাই টীয়কত ৰাইজে নিজে বান্ধিলে ৰিংবান্ধ

নিজে বানাক্ৰান্ত হৈয়ো ভৱিষ্যত সুৰক্ষিত কৰাৰ অৰ্থে হাতে হাতে কোৰ, চাঙি লৈ পুথিনদীৰ প্ৰায় ২৫ মিটাৰ দৈঘ্যৰ ৰিংবান্ধটো মেৰামতি কৰিলে টীয়কৰ বলমা মৰাণ গাঁৱৰ পুৰুষ মহিলাই
https://youtu.be/KsiE-DbKKoU

যোৰহাটৰ ধলাজান চৈকটা মাজগাঁৱৰ ধৰ্মপ্ৰাণা আই ভেদেউ দাসৰ পৰলোকপ্ৰাপ্তিসকলোৰে প্রিয় আইগৰাকীৰ বিয়োগত ম্ৰিয়মান সমগ্ৰ অঞ্চল
06/08/2026

যোৰহাটৰ ধলাজান চৈকটা মাজগাঁৱৰ ধৰ্মপ্ৰাণা আই ভেদেউ দাসৰ পৰলোকপ্ৰাপ্তি

সকলোৰে প্রিয় আইগৰাকীৰ বিয়োগত ম্ৰিয়মান সমগ্ৰ অঞ্চল

06/08/2026

মাজুলীত ভয়ংকৰ নাওঁ দুৰ্ঘটনা

06/08/2026

নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত হাতীজুজুৱাত জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টনুজ কুমাৰ দলেৰ নেতৃত্বত চলা অভিযানত
বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ
https://youtu.be/PVkK2qZMVZA

06/08/2026

আকৌ বিছিন্ন হব নেকি উজনি- নামনিৰ সংযোগ!

টীয়কত ৰাষ্ট্ৰীয় ঘাই পথত পুনৰ উঠিল পানী

উপ-পথত একঁকাল আৰু মূল পথত একাঁঠু

Address

JB Road
Jorhat
785001

Alerts

Be the first to know and let us send you an email when TIME of ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIME of ASSAM:

Shortcuts

Share