News Daily Assam Digital

News Daily Assam Digital News Daily Assam Digital is one of the first fully dedicated Digital News Media from Assam.
(4)

১৪ দিনৰ ন্যায়িক জিম্মাত অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামীক দুয়োকে কাৰাগাৰলৈ প্ৰেৰণ CJM আদালতৰ
17/10/2025

১৪ দিনৰ ন্যায়িক জিম্মাত অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামীক

দুয়োকে কাৰাগাৰলৈ প্ৰেৰণ CJM আদালতৰ

17/10/2025

"জুবিন গাৰ্গক লৈ কোনোধৰণৰ ৰাজনীতিক প্ৰশ্ৰয় দিয়া নহয়" -মুখ্যমন্ত্ৰী

16/10/2025

"শ্যামকানু মহন্তক দুই চৰ মাৰি বীৰত্ব দেখুৱাওক"

"মানুহে এনকাউণ্টাৰ বিচাৰিছে"

"গুলী মাৰিব লাগিছিল কাক, মাৰি আছে কাক"

"সাধাৰণ মানুহৰ ওপৰত বীৰত্ব দেখায় অসম আৰক্ষীয়ে" -শৃংখল চলিহা

15/10/2025

"আপুনি কান্দিলে সকলোয়ে কান্দিব, আপুনি শক্তিশালী হৈ থাকিব"

গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰি এই মন্তব্য আধ্যাশ্ৰী উপাধ্যায়ৰ

15/10/2025

জুবিন অনুৰাগীৰ বুকু ভেদি পাৰ হ'ল আৰক্ষীৰ গুলী

ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰলৈ বাক্সাৰ পৰিস্থিতি

আৰক্ষীৰ লাঠীচালনা, কন্দুৱা গেছ প্ৰয়োগ

শিলাবৰ্ষণত গুৰুতৰভাৱে আহত আৰক্ষী, সাংবাদিক

পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষীৰ, মোতায়েন অৰ্ধসামৰিক বাহিনী

15/10/2025

বিজয়ী ট্ৰফী লৈ জুবিন ক্ষেত্ৰত সেৱা জনালে প্ৰাণৰ শিল্পী গৰাকীক

15/10/2025

কি হৈছে প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুৰ তদন্তৰ নামত

14/10/2025

"মিঠাতেলৰ বিষয়টি ৰাইজৰ আগত নেতিবাচক উপস্থাপন কৰিছে কংগ্ৰেছে " - মুখ্যমন্ত্ৰী

13/10/2025

জুবিনৰ আত্মাৰ সৈতে কথা পাতিলে এজন ইউটিউবাৰে

আত্মাই ক'লে হত্যা কৰা হোৱা নাছিল জুবিনক

12/10/2025

"জনজাতিকৰণ বিষয়টো সন্দৰ্ভত কংগ্ৰেছে বিগত সময়ত কেৰোণ লগাই থৈ গৈছে"

"আমি প্ৰায় তিনি বছৰ ধৰি নিৰন্তৰে বিষয়টোত কাম কৰি আছোঁ"

12/10/2025

"দুই-এদিনতে ভাল খবৰটো জনাব SITএ"

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ডাঙৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে

অসম ডাউন টাউন ইউনিভাৰ্চিটিৰ ৱেবছাইট হেক"ৱেবছাইটত জিলিকিল "জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি"
12/10/2025

অসম ডাউন টাউন ইউনিভাৰ্চিটিৰ ৱেবছাইট হেক

"ৱেবছাইটত জিলিকিল "জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি"

Address

JB Road, India
Jorhat
785001

Telephone

+917099035751

Website

Alerts

Be the first to know and let us send you an email when News Daily Assam Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Daily Assam Digital:

Share