TODAY LIVE 24

TODAY LIVE 24 The TodayLive24 is an independent news page.Please follow our page to watch live and breaking news.

26/08/2026

নেপালত এতিয়া অবৰ্ণনীয় পৰিবেশ।অৱৰ্জনাৰ মাজত উটি অহা মৃ/ত/দে/হ এটা উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে

26/08/2026

প্ৰলয়ংকাৰী বানে কেইটামান ছেকেণ্ডৰ ভিতৰতে ভাঙি উটুৱাই লৈ গ’ল নেপালৰ এটা জলবিদ্যুত প্ৰকল্প।যাৰ অধিক ভয়াবহ হৈ পৰে পৰিস্থিতি

26/08/2026

উত্তৰ নেপালত বানৰ বিভীষিকাৰ পাছত এই ৰূপ।বোকা অবৰ্জনাই পুতি পেলালে বিস্তীৰ্ণ এলেকা।

26/08/2026

বান বিধস্ত নেপালত হেলিকপ্তাৰে চলিছে উদ্ধাৰ অভিযান

26/08/2026

নেপালত বানৰ পাছত ধ্বংসস্তুপৰ মাজত এনেদৰেই জীৱন বিচাৰি চলিছে উদ্ধাৰ অভিযান।

26/08/2026

হঠাতে অহা বানে ধ্বংস লীলা চলোৱা নেপালত নিমিষতে উটুৱাই লৈ গ’ল এখন পকী দলং

26/08/2026

নেপালৰ বানৰ ভয়ংকৰ দৃশ্য!পানীৰ কোবাল সোতে এফালৰ পৰা ঢাহি মুহি নিছিল।ঘৰৰ পৰা ওলাবলৈ এক চেকেণ্ডো সময় নাপালে দুৰ্ভগীয়া লোক সকলে।

26/08/2026

🚨নেপালৰ সংহাৰী বানৰ উৎপতিস্থল!
👉হিমবাহ খহি যোৱাৰ বাবেই বুধবাৰে নেপালৰ ভোটেকোশীত হঠাতে বান আহে।
👉হিমবাহ খহি শিল আৰু বৰফৰ স্তূপত অৱৰুদ্ধ হৈ আছিল আৰু হঠাৎ সেয়া নদীৰ সোঁতত তললৈ নামি আহে। তাৰফলতেই এই ভয়াৱহ বান পৰিস্থিতিৰ উদ্ভৱ হয়

26/08/2026

✅ কলীয়াপানীস্থিত অসম মহিলা বিশ্ববিদ্যালয়ত কবি,শিশু সাহিত্যিক অৰূপজ্যোতি হাজৰিকাৰ গ্ৰন্থ দান
👉 বহুকেইখন মূল্যৱান গ্ৰন্থ বিশ্ববিদ্যালয় খনৰ পুথিভঁৰাললৈ প্ৰদান
👉 গ্ৰন্থ প্ৰদানৰ প্ৰাকক্ষণত বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য অজন্তা বৰগোহাঁই ৰাজখোৱা, পুথিভঁৰাল সহায়িকা অন্যান্য ফুকন আৰু ৰিমজিম গগৈ উপস্থিত থাকে

26/08/2026

“আজি যদি এও নাথাকিলে হেতেন নহয় আমাৰ গাঁওৰ ডেৰশ ঘৰ মানুহ নাখাই মৰিল হেতেন”
“কোনেও নাজানিলেহেতেন পানী গাঁওত পানী হৈছিল বুলি”
“চৰকাৰে আমাক কি দিছিলে? পাঁচ দিনৰ পাছত ১ কেজি ৮ শ গ্ৰাম চাউল দিছিলে।
তাকো আধাৰ কাৰ্ড লৈ যাব লাগে”
জলপ্ৰলয় হোৱা এমাহ ৬ দিন উকলিল এতিয়া পানী গাঁওৰ ৰাইজ কেনে আছে?
গাঁওবাসীয়ে দুখ দুৰ্দশাৰ মাজতো আমাক মৰম যাঁচিলে
সাংবাদিকতাই কেনেদৰে ৰাইজৰ উপকাৰ কৰে?
দুৰ্গত জনক কি সহায় কৰে এটা সংবাদে
সংবাদিকতাৰ সফলতা তাতে সংবাদে যেতিয়া ৰাইজৰ উপকাৰ কৰে
TODAY LIVE 24 য়ে জন্মলগ্নৰে পৰা স্থানীয় বাতৰি প্ৰচাৰ কৰাত গুৰুত্ব প্ৰদান কৰি আহিছিল
বানপীড়িত পানী গাঁওবাসীয়ে কৃতজ্ঞতা চিন স্বৰূপে মৰমে উপচাই দিলে আমাক
বিপদৰ সময়ত পানীগাঁওবাসীৰ কাষত থিয় দিয়া প্ৰতিজন সুহৃদয়বান লোকক ধন্যবাদ
দুৰ্গত জনৰ পৰা সুহৃদয়বান লোক সকলৰ মাজত আমি মাত্ৰ এক মাধ্যমেহে আছিলোঁ
পানী গাঁও বাসীৰ মাজৰ পৰা আমাৰ এটা বিশেষ প্ৰতিবেদন


Jyoti Prasad Gogoi Jyoti prasad Gogoi

Address

Jorhat
785634

Website

Alerts

Be the first to know and let us send you an email when TODAY LIVE 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share