News24 Majuli

News24 Majuli ৰাইজৰ স্বাৰ্থত, ৰাইজৰ কাষত

31/01/2026

কাৰ দখললৈ যাব মাজুলী?

📌মহিলা উদ্যমীতা আঁচনি📌৫ ফেব্ৰুৱাৰীত মাজুলীলৈ আহিব মুখ্যমন্ত্ৰী📌মাজুলীৰ মুঠ ৩১,৯৫২ গৰাকী মহিলাই লাভ কৰিব এই আঁচনিৰ ধন    ...
25/01/2026

📌মহিলা উদ্যমীতা আঁচনি

📌৫ ফেব্ৰুৱাৰীত মাজুলীলৈ আহিব মুখ্যমন্ত্ৰী

📌মাজুলীৰ মুঠ ৩১,৯৫২ গৰাকী মহিলাই লাভ কৰিব এই আঁচনিৰ ধন

, , , , , , , , , , , ,

24/01/2026

🚫মাজুলীবাসীক কেনেদৰে ঠগিছিল তেতিয়াৰ মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে?

📌আশা দি কেনেদৰে মাজুলীবাসীক নিৰাশ কৰিছিল সৰ্বানন্দ সোণোৱালে?
📌বিধানসভা নিৰ্বাচনত মাজুলীৰ পৰা জয়ী হ'বলৈ টঙালী বান্ধিছে কংগ্ৰেছে
📌মাজুলীৰ পৰা গুৱাহাটীলৈ Super Bus চলাচল কৰাৰ আঁৰত কংগ্ৰেছৰ এনে কি অৱদান আছে?
📌'বস্তা পাৰি মাজুলীবাসীক সুৰক্ষা প্ৰদান কৰিব নোৱাৰি'!
📌মাজুলীক লৈ বিৰোধীৰ পৰিকল্পনা কি?
📌কংগ্ৰেছৰ দুৰ্গ পুনৰুদ্ধাৰ কৰিবলৈ কিদৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বিষ্ণুকমল পায়েঙে?
📌ৰাজনৈতিকভাৱে অগপ হৈ পৰিছে নেকি অপ্ৰাসংগিক?

DISCLAIMER:

THIS CHANNEL DOES NOT PROMOT ANY VIOLENT, HARMFULL OR ILLEGAL ACTIVITES. ALL CONTENT PROVIDED BY THIS CHANNEL IS MEANT FOR AN EDUCATIONAL PURPOSE ONLY.

, , , , , , , , , , , ,

19/01/2026

🚫মাজুলীত কপাল ফুলিব যুৱনেতাৰ!

📌যুৱনেতাৰ শীৰ্ষত কংগ্ৰেছৰ বিষ্ণুকমল পায়েং

📌কোন হ'ব মাজুলীৰ পৰৱৰ্তী বিধায়ক?

📌কোনে মাৰিব শেষ হাঁহি?

, , , , , , , , , , , ,

10/11/2024

'মা-দেউতায়েও চিঞৰি উঠিছিল, যেন পৃথিৱীত আৰু তাতকৈ সুখৰ কথা একোয়েই নাই'- এইয়াই প্ৰাপ্তি, স্বৰ্ণজয়ী জ্যেষ্ঠ ভাতৃৰ সফলতাত আৱেগিক কনিষ্ঠ ভাতৃ

Address

Majuli
Jorhat
785105

Website

Alerts

Be the first to know and let us send you an email when News24 Majuli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share