উজনি অসমত এখন বৃহৎ লটাৰী খেল ||খেলত আছে এক মহান উদ্দেশ্য || মাত্ৰ ১০০ টকাত লৈ যাওঁক Audi A4
চেৰাপুঞ্জীত দ্বিতীয়টো দিন || ভয়ানক গুহাৰ ভিতৰত আমিবোৰ ||
India Bangladesh Border Meghalaya || #meghalaya #meghalayarootbridge
মেঘালয়ৰ ধুনীয়া প্ৰাকৃতিক পৰিবেশৰ মাজত পাহাৰৰ সুকীয়া আমেজ বোৰৰ সেতৈ ।
যোৰহাটৰ পৰা নেপাললৈ চাইকেলেৰে যাত্ৰা/তেওঁলোকৰ যাত্ৰা সফল হোৱাত সহাঁয় কৰক
Assam Jorhat To Nepal Cycle Ride/যোৰহাটৰ পৰা নেপাললৈ চাইকেলেৰে যাত্ৰা/তেওঁলোকৰ যাত্ৰা সফল হোৱাত সহাঁয় কৰক
#Axomvlogs
#Jorhattonepalcycleride
#Assamjorhattonepalcycleride
#cycleride
#assamesevlogs
আফগান MOMO খালো আজি ||এহাল নৱ-দম্পতীৰ প্ৰচেষ্টাত ৭ প্ৰকাৰৰ MOMO যোৰহাটত
বিভিন্ন প্ৰকাৰৰ MoMo একেলগে সোৱাদ ললো আজি যোৰহাটত | আপুনিও আহক খাই চাওঁক আফগান MoMo #momos #axomvlogs #Momoscuple
আজি মহালয়া যোৰহাটৰ পৰিবেশ চাওঁ আহক । মহালয়াত কিয় সকলো খোজ কাঢ়িবলৈ ওলাই আহে ||
শুভ মহালয়া২০২৩ ||আজি মহালয়া যোৰহাটৰ পৰিবেশ চাওঁ আহক । মহালয়াত কিয় সকলো খোজ কাঢ়িবলৈ ওলাই আহে ||
#Mohalaya
#MohaloyaJorhat
#Durgapujajorhat
#Jorhat
যোৰহাটত "দলচে লুনা"নামৰ এখন Unisex চেলুন এহাল অসমীয়া যুৱক- যুৱতীৰ সপোন আজি পূৰণ হল
যোৰহাটত "দলচে লুনা"নামৰ এখন Unisex চেলুন এহাল অসমীয়া যুৱক- যুৱতীৰ সপোন আজি পূৰণ হল ।
যোৰহাটৰ পূৰণা বালিবাটেৰ সোমাই lucky মাৰ্কেটৰ ৩নাম্বাৰতেই পাব দলচে লুনা নামৰ নতুনকৈ আৰম্ভ হোৱা চেলুন খন আৰম্ভনিতেই পূজাৰ বৃহৎ অফাৰ আহিব চোন এপাক এষাৰ মাত দি যাব আপোনালোকৰ এষাৰ মাতেই তেওঁলোকক আগুৱাই যোৱাত সহাঁয় কৰিব ।
#Axomvlogs #fbviralvideos #vlogging #unisexsaloon #Jorhat #Dolcelunaunisexsaloon
Dolcelunainstgramid-->https://instagram.com/dolcelunaunisexsalon?utm_source=qr&igshid=MThlNWY1MzQwNA==
শুৱালকুছিৰ পাতমূগা ,যোৰ চাদৰ মেখেলা সকলো কাপোৰ ৰেহাই মূল্যত পূজাৰ বাবে শংকৰদেৱ চিল্ক হাউচত ।
শুৱালকুছিৰ পাতমূগা ,যোৰ চাদৰ মেখেলা সকলো কাপোৰ ৰেহাই মূল্যত পূজাৰ বাবে শংকৰদেৱ চিল্ক হাউচত । #pujaoffer #Sadarmekhela #sadarmekhelaoffer #patmuga
ইলিছ,বাহু, বদোৱা দৰে মাছৰ সোৱাদ ললো যোৰহাটৰ এগৰাকী বাইদেউ হোটেলত ।
ইলিছ,বাহু, বদোৱা দৰে মাছৰ সোৱাদ ললো যোৰহাটৰ এগৰাকী বাইদেউ হোটেলত । যোৰহাটৰ নিউভিল ৰোডৰ "জয় গুৰু ভোজনালয় "নামৰ এখন হোটেলত আজি মাছৰ সোৱাদ ললো ।#Axomvlogs #Jorhat #Fish #foodvlog #JorhatnewvillroadHotel #Jorhathotel #assamesevlogs
যোৰহাটৰ চক বজাৰত থকা বাইদেউ জোতা-চেণ্ডেলৰ দোকানত পূজাৰ অফাৰ ।
যোৰহাটৰ চক বজাৰত থকা বাইদেউ জোতা-চেণ্ডেলৰ দোকানত পূজাৰ অফাৰ । পুৰুষ ,মহিলা,শিশু সকলোৰে জোতা,চেণ্ডেল ইয়াতেই পাব । #axomvlogs #Pujaoffer #lachitbazar #shoesshop #Wholesalemarket
মৰাণৰ বিপিন চাওঁদাংৰ পুখুৰীত মাছ ধৰি লক্ষীমপুৰৰ প্ৰতিযোগীয়ে লৈ গল Alto k10বাহন ।
মৰাণৰ বিপিন চাওঁদাংৰ পুখুৰীত মাছ ধৰি লক্ষীমপুৰৰ প্ৰতিযোগীয়ে লৈ গল Alto k10বাহন । #moranfishingcompetition
#fishingcompetition
#fbviralvideo
#BipinChawdang
যোৰহাটত পূজাৰ অফাৰ মাত্ৰ ২০০ টকাত লৈ যাওঁক মন পচন্দৰ কাপোৰযোৰ //Puja Special Offer at Jorhat Lachit Bazar
যোৰহাটত পূজাৰ অফাৰ মাত্ৰ ২০০টকাত লৈ যাওঁক মন পচন্দৰ কাপোৰযোৰ //Puja special offer at Jorhat Lachit Bazar//
@followers
#axomvlogs
#Wholealemarketjorhat
#jorhatlachitbazar
#assamesevlogs
বিপিন চাওঁদাং ককাইদেউ পুখুৰীত মাছ ধৰিবলৈ আহক আৰু লৈ যাওক এখন Alto বাহন |
বিপিন চাওঁদাং ককাইদেউ পুখুৰীত মাছ ধৰিবলৈ আহক আৰু লৈ যাওক এখন Alto বাহন | #axomvlogs #fishingcompetitionatMoran #BipinChawdang #moranfishingcompetition
তামুলী আৰু ভোটজলকীয়া একেলগে যোৰহাটত Prank আৰু Comedy লগতে Spiral Potato
তামুলী আৰু ভোটজলকীয়া একেলগে যোৰহাটত Prank আৰু Comedy লগতে Spiral Potato #AssamRock #Spiralpotato #axomvlogs #tamulida #vutjolokiaprank #Tamulidacomedy
Fishing Competition at Sivasagar Pohugarh
শিৱসাগৰত মাছ ধৰি কোনে পালে চাৰি লাখ টকা ||
Fishing Competiton at Sivasagar Pohugarh
#FishingComoetitionatSivasagar #FishingCompetition
#Assamesevlogs
#FishingcatchGame
এহাল নৱ- দম্পতীৰ প্ৰচেষ্টাত এতিয়া যোৰহাটতো উপলদ্ধ Spiral Potato .
🔴এতিয়া যোৰহাটতো উপলদ্ধ Spiral Potato
🔴এহাল নৱ-দম্পতীৰ প্ৰচেষ্টাত যোৰহাটত M.D Spiral Potato #Spiralpotato #ViralSpiralPotato
#Spiralpotatoatjorhat #Spiralpotatosticks #Potatosticks
ৰাজপথত কেইটামান বুটমাহ বিক্ৰী কৰিছিল আজি লাখ টকাৰ ব্যৱসায় ||
ৰাজপথত কেইটামান বুটমাহ বিক্ৰী কৰিছিল আজি এখন ডাঙৰ দোকানৰ মালিক । যদি তেখেতৰ দৰে ব্যৱসায় কৰিব বিচাৰে আপোনাক সঁহায় কৰিব তেওঁ ||
#WholesalemarketAssam #Axomvlogs #Assamesevlogs #shopbusiness
অৱশেষত মুকলি হল যোৰহাটৰ প্ৰথমখন উৰণীয়া সেঁতু ।
অৱশেষত মুকলি হল যোৰহাটৰ প্ৰথম খন উৰণ সেঁতু ।যোৰহাটবাসীৰ সপোন আজি বাস্তৱ ।#jorhatflyover #jorhatfirstflyoveropening #Himantabishwasharma #Jorhatnaaliflyover
বৰশীত মাছ ধৰি আপুনিও পাব পাৰে ৪লাখ টকা উজনি অসমত মাছ ধৰাৰ প্ৰতিযোগিতা ||
বৰশীত মাছ ধৰি লাভ কৰিব পাৰে ৪লাখ টকা || এচিয়াৰ প্ৰথমখন প্ৰাকৃতিক চিৰিয়াখানাত মাছ ধৰাৰ প্ৰতিযোগীতা । #Fishingcompitition #Fishingcompititionsivasagar #Pohugarh #Fishingcompitition
লৰাটো সহ্য কৰিব নোৱাৰা দাঁতৰ বিষ আজি বিনামুলীয়া কৈ যোৰহাটত চিকিৎসা কৰালো।
লৰাটো দাঁতৰ বিষ এগৰাকী চিকিৎসকৰ মহানুভৱতাক চ্যেলুট জনালো । দাঁতৰ ৰোগ আছে নেকি যোৰহাটতত আহিব চোন এবাৰ । #Dentalclinic #JorhatDentalclinic #Dentalclinic
বৰ্তমানৰ ঐতিসাহিক তলাতল ঘৰ আৰু পুৰনি তলাতল ঘৰৰ মাজত পাৰ্থক্য ।
আগৰ ঐতিসাহিক তলাতল ঘৰটো চাওঁ আহক । ঐতিসাহিক তলাতল ঘৰটো পূৰ্বতে কেনেকুৱা আছিল বৰ্তমান আমি দেখা তলাতল ঘৰৰ মাজত পাৰ্থক্য কিমান ? #Axomvlogs #Assamesevlogs #Talatolghar #Rudrashighapark #SwrgodeuRudrasinghaparkjoysagar #assamtourism #sivasagar
এজন অসমীয়া যুৱকে সাজি উলিয়াইছে বহুকেইটা যন্ত্ৰ ।দেখিলে আচৰিত হব আপুনি ।
এজন অসমীয়া যুৱকে প্ৰস্তুুত কৰা কেইবিধ মান যন্ত্ৰ দেখিলে আচৰিত হৈ পৰিব আপুনি ।
✅পৃথিৱী যিকোনো ঠাইৰ পৰা আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব আপোনাৰ ঘৰৰ কাৰেন্টৰ বৰ্ড খনৰ চুইছ কেইটা||
✅আপুনি পানী ,টেবলেট খাব পাহৰি যায় নেকি চিন্তা নাই এবিধ যন্ত্ৰই মনত পেলাই দিব||
✅আধুনিক যতঁৰ শিপিনী সকলৰ বাবে #Axomvlogs #AbhijeetDuwarh
আমাৰ গাওঁতো অৱশেষত মুকলি হল কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ ।
আমাৰ গাওঁতো অৱশেষত মুকলি হল কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ ।
ন-আলি কুঁৱৰী পুখুৰী চেতিয়া গাওঁত আজি শুভাৰম্ভ কৰা হল এটি কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ আহিব চোন এজন অসমীয়া যুৱকৰ সফলতাত আপুনিও সহযোগ কৰিব । #Assamese #axomvlogs
#computercenter #villagevlogs
দেৰগাওঁ আহিলে মাত এষাৰ দি যাব এইগৰাকী অসম জীয়ৰীক ।
এগৰাকী অসম জীয়ৰী আজি জয় যাত্ৰা ||দেৰগাওঁ আহিলে এইগৰাকী অসম জীয়ৰীক এষাৰ মাত দি যাবনে ?? যোৰহাটৰ Rupanjoli Neog নামৰ এগৰাকী যুৱতীৰ চেষ্টাত দেৰগাওঁ মিলনপুৰত প্ৰাণ পাই উঠিছে Chai World নামৰ এখন চাহৰ বিপনী সোমাব চোন দেৰগাওঁ ফালে আহিলে একাপ চাহৰ জুতি লৈ এষাৰ মাত দি যাব আমাৰে অসমীয়া ছোৱালী জনীক আৰু অলপমান সাহস পাব তাই । #Chaiworld #Dergaon #cuttingchai #Tandorichai #Axomvlogs #Vlog #DergaonChaiworld
পথাৰ আমাৰ বজাৰ আমাৰ কথাৰে নহয় কামেৰে হব || ৰাজপথত অংক ছাৰৰ কৰ্ম সংস্কৃতি আন্দোলন ।
ৰাজপথত অংক ছাৰৰ আন্দোলন ||কথাৰ চিঞৰে নহয় কামৰ চিঞৰে পৰিচয় দিয়ক যে আমি অসমীয়া ।
#Jorhat
#Axomvlogs
#Jorhatvlogs
#Sabitapickles
#Vlog
মাত্ৰ ৫০টকাত মাংস ৰুটি যোৰহাটতত । এইয়াই অসমীয়াগীৰীপথাৰ আমাৰ বজাৰ আমাৰ
মাত্ৰ ৫০টকাত মাংস ৰুটি যোৰহাটতত । এইয়াই অসমীয়াগীৰীপথাৰ আমাৰ বজাৰ আমাৰ । #RotigharJorhat #foodvlogs
#Rotimutton #Jorhatrestaurant #Axomvlogs #Vlogs
স্বামীৰ তৃতীয় পত্নী আছিল শ্যামন্তিকা শৰ্মা । জানমনি খ্যাত শ্যামন্তিকাই কলে সকলো ।
তৃতীয় পত্নী আছিল শ্যামন্তিকা শৰ্মা স্বমীয়ে মাৰধৰ কৰিছিল ,কোঠাৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল ইমান বোৰ দুখ জিৱনত ।
শ্যামন্তিকা বা হাঁহি থকা মুখ খন দেখি কেতিয়াও জনা নাছিল আঁৰত ইমানবোৰ দুখ লুকাই আছে বুলি ! বহুত দুখ লাগিল আজি । মই বিয়াত বহি সাংঘাতিক ভুল কৰিলোঁ। মই যে তৃতীয় গৰাকী পত্নী মই নাজানিছিলোঁ। কোঠাত বন্ধ কৰি মোক মাৰপিট কৰিছিল
কেমেৰাৰ সন্মুখত উচুপি উঠিল শ্যামন্তিকা শৰ্মা।
#Shyamontikasharma
#AssameseactressShyamontikasharma
#ShaymontikasharmaHusband
My son Chukhampha #reelsfb #viral #trending #kidsreels
বাও লাগিল ।
ভিদিওসংগ্ৰহ-Karishma &Krishna