INJOR

INJOR Whatever is the mind voices of the tribal Tea Tribe community, whatever culture it is, it is a small attempt to make the world visible through the internet

05/03/2026
26/02/2026

এগৰাকী সচেতন যুৱকে চাহ জনগোষ্ঠী তথা আদিবাসী সমাজক উদ্দেশ্যি কি মন্তব্য আগবঢ়ালে শুনকচোন

সদ্য ঘোষিত অসম লোক সেৱা আয়োগৰ উৎদোগত অনুষ্ঠিত পৰীক্ষাত সফলতা অৰ্জন কৰি APDCL  বিভাগত assistant accounts officer হিচাপে ন...
21/02/2026

সদ্য ঘোষিত অসম লোক সেৱা আয়োগৰ উৎদোগত অনুষ্ঠিত পৰীক্ষাত সফলতা অৰ্জন কৰি APDCL বিভাগত assistant accounts officer হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱা আদিবাসী তথা চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ যুৱক যুৱতীসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ

20/02/2026

17/02/2026

আজি মুক্তি পালে উদীয়মান শিল্পী বাবুল মাছোৱা'ৰ কণ্ঠত গোইয়া ৰে তৰ নেইনা গীতটি তলত দিয়া লিংকত গৈ সম্পূৰ্ন গীতটি আপোনালোকে শুনিব পাৰিব👇
https://youtu.be/4XWPuHQFHXI?si=omDZlpzuaDHkxc7o

অভিনন্দন জনালোঁ
17/02/2026

অভিনন্দন জনালোঁ

📌 চাহ বাগিছা আৰু আদিবাসী যুৱক-যুৱতীসকলৰ বাবে সুখবৰ!শেহতীয়া কেবিনেট বৈঠকত চাহ বাগিছা আৰু আদিবাসী সমাজৰ যুৱক-যুৱতীসকলৰ বাব...
17/02/2026

📌 চাহ বাগিছা আৰু আদিবাসী যুৱক-যুৱতীসকলৰ বাবে সুখবৰ!
শেহতীয়া কেবিনেট বৈঠকত চাহ বাগিছা আৰু আদিবাসী সমাজৰ যুৱক-যুৱতীসকলৰ বাবে গ্ৰেড–১ আৰু গ্ৰেড–২ চৰকাৰী চাকৰিত ৩% আসন সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পদক্ষেপে বহুদিনীয়া দাবীক স্বীকৃতি জনোৱাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
এই সংৰক্ষণ ব্যৱস্থাই আমাৰ সমাজৰ প্ৰতিভাশালী যুৱ প্ৰজন্মক উচ্চ পদত উপনীত হ’বলৈ নতুন দুৱাৰ মুকলি কৰিব। শিক্ষা, সচেতনতা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এতিয়া অধিক সংখ্যক আদিবাসী আৰু চাহ জনগোষ্ঠীৰ সন্তান-সন্ততীয়ে প্ৰশাসনিক ক্ষেত্ৰত নিজৰ স্থান দখল কৰিব পাৰিব।
এই সিদ্ধান্তৰ বাবে চৰকাৰক ধন্যবাদ জনাই, আমি আশা কৰোঁ—এই ব্যৱস্থা সঠিকভাৱে কাৰ্যকৰী হ’ব আৰু ভবিষ্যতে অধিক সুযোগ-সুবিধা সৃষ্টি হ’ব।
✊ এখন শক্তিশালী সমাজ গঢ়িবলৈ শিক্ষিত আৰু সক্ষম যুৱ প্ৰজন্মই হৈছে আমাৰ আটাইতকৈ ডাঙৰ শক্তি।

ডিগবৈ চহৰৰ মাজ মজিয়াত চাহ জনগোষ্ঠীৰ এজন ব্যক্তি বুধেশ্বৰ গড়ক মাছ চুৰি কৰাৰ সন্দেহত এচাম অনা অসমীয়া বনীয়াৰ গোটে নিৰ্ম...
13/02/2026

ডিগবৈ চহৰৰ মাজ মজিয়াত চাহ জনগোষ্ঠীৰ এজন ব্যক্তি বুধেশ্বৰ গড়ক মাছ চুৰি কৰাৰ সন্দেহত এচাম অনা অসমীয়া বনীয়াৰ গোটে নিৰ্মমভাৱে গ্ৰণপ্ৰহাৰ কৰি হত্যা কৰে।শোষিত নিস্পেশিত জনগোষ্ঠীৰ সহজ সৰল যুৱক এজনক হত্যা কৰা ঘটনা কোনোপধ্যেই গ্ৰহণ নকৰোঁ।

ঘটনাত জড়িত থকা সমূহ দোষীক অতিশ্ৰীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰক।

13/02/2026

congratulations
12/02/2026

congratulations

Address

Jorhat
785112

Alerts

Be the first to know and let us send you an email when INJOR posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to INJOR:

Share