Alive News

Alive News সত্য ,নিষ্ঠা ,ভক্তি, আৰু সমাজ সেৱাৰে এলাইভ নিউজ।

27/08/2026

বৰ্ষীয়ান চেনেহী দাসৰ মৃত্যুত ম্ৰিয়মাণ বিহু কৃষ্টি পৰিষদ, বৌদ্ধিক-সাংস্কৃতিক অনুষ্ঠান ।

24/08/2026

💤জ্যোতিকলা কেন্দ্ৰত যেতিয়া সংগীতৰ ঝংকাৰ উঠে অকল মোৰ বুলিয়েই নহয় পৃথিৱীত বোধকৰো এনে কোনোবা মানুহ নাই যিয়ে সংগীত শুনি বেয়া পাই -- লিখন শৰ্মা ( শিশুবন্ধু)
💤 সুৰৰ ঝংকাৰ তুলি গ'লগৈ প্ৰখ্যাত তবলা বাদক, সংগীত শিল্পী, শিশুবন্ধু লিখন শৰ্মা ।

19/08/2026

🔰সমগ্ৰ শিক্ষাৰ শোণিতপুৰ জিলাৰ অভিজ্ঞতাভিত্তিক শিক্ষণ প্ৰশিক্ষণ । UNICEF আৰু NEAID তত্ত্বাৱধানত সমগ্ৰ শিক্ষা শোণিতপুৰ জিলাৰ অধীনত দুদিনীয়াকৈ পি.এম.শ্ৰী তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'ল Experiential Learning Training .

02/08/2026

🍁বন্যাৰ্তৰ সমবেদনাত সাহায্যৰ হাত আগবঢ়ায়োঁ‌ তিনিআলি আঞ্চলিক ভাওনা সমিতিয়ে অসূয়া অমঙ্গল নাশ কৰিবলৈ প্ৰদৰ্শন কৰিলে ভাওনা সংস্কৃতি । তিনিআলি আঞ্চলিক ভাওনা সমিতি, বালিপুখুৰী , বেবেজীয়া আৰু দিহিঙীয়া কলিতা গাঁ‌ও ৰাইজ একত্ৰিত হৈ সন্মিলিত যুৱক সংঘ তেজপুৰৰ সহযোগত দুটি নিশাৰে এৰাতি অকল মহিলা সকলৰ দ্বাৰা ভাওনা 'গজকেতু উপখ্যান' আৰু পিছৰ ৰাতি সন্মিলিত ' বিপ্ৰ দামোদৰ আখ্যান' প্ৰদৰ্শন কৰি শান্তি , একতাক সমৃদ্ধিশালী কৰাৰ পণ কৰিছে ।

29/07/2026

শিক্ষাব্ৰতী ৰমেন মেধীৰ মৃত্যুত শোকাৰ্ত শিক্ষক সমাজ ।

অসমৰ বহু পৰিয়াল আজিও বানপানীৰ ফলত কঠিন সময় পাৰ কৰিছে। এই দুখৰ সময়ত The তেজপুৰ ৰ সহযোগত চলি থকা এই বান সাহায্য অভিযানত...
27/07/2026

অসমৰ বহু পৰিয়াল আজিও বানপানীৰ ফলত কঠিন সময় পাৰ কৰিছে। এই দুখৰ সময়ত The তেজপুৰ ৰ সহযোগত চলি থকা এই বান সাহায্য অভিযানত আপোনাৰ সামান্য সহায়ো কাৰোবাৰ জীৱনত আশাৰ পোহৰ কঢ়িয়াই আনিব পাৰে।

খাদ্য সামগ্ৰী, ঔষধ, বস্ত্ৰ অথবা আৰ্থিক সহায়—যি পাৰে সেয়াই আগবঢ়াওক।

🤝 মানুহৰ বিপদত মানুহৰ কাষত থিয় দিয়াই হৈছে প্ৰকৃত মানৱতা।

📲 অধিক তথ্যৰ বাবে পোষ্টত উল্লেখ কৰা QR Code অথবা যোগাযোগ নম্বৰত যোগাযোগ কৰক।

24/07/2026

জে বি প্ৰডাকচনৰ মহবুব ষ্টুডিঅত শিশুৰ পৰা জ্যেষ্ঠজনলৈকে নাট কৰ্মশালা ---

18/07/2026

⚜️বাটচৰা নাট্য সমাজ বিহগুৰিৰ উদ্যোগত বিহগুৰিত গুৰুজনাৰ যুগজয়ী সৃষ্টি ভাওনাৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ১৪০ গৰাকী প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ হৈছে।

15/07/2026

🤡 তেজপুৰত মুখাশিল্পৰ কৰ্মশালা । পোহৰ প্ৰডাকচনৰ উদ্যোগত আৰু বাণ থিয়েটাৰৰ সহযোগত পদ্মশ্ৰী ৰেৱকান্ত মহন্ত দেৱৰ তত্ত্বাৱধানত পৰম্পৰাগত মুখাশিল্পৰ কৰ্মশালাই মুগ্ধ কৰিছে তেজপুৰবাসীক👺👹

11/07/2026

🌳'শুৱনি গাঁ‌ৱৰ সেন্দূৰীয়া আলি' শীৰ্ষক প্ৰকৃতিপ্ৰেমৰ মননশীল আলেখ্য নিবেদন । তেজপুৰ সাহিত্য সভা ভৱনত 'প্ৰকৃতিৰ হাতত ধৰি অনাগত দিনলৈ এখোজ শীৰ্ষক গীতে-মাতে সাংগীতিক অনুষ্ঠান অনুষ্ঠিত হয়। মাধৱদেৱ কলা নিকেতন , তেজপুৰ সাহিত্য সভা আৰু ইন্সপায়াৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হৈছে বিশেষ সজাগতা অনুষ্ঠান ।

Address

Guwahati
Kahilipara
7811001

Alerts

Be the first to know and let us send you an email when Alive News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Alive News:

Shortcuts

Share