Prime Update Assam 24x7

Prime Update Assam 24x7 নিৰ্ভীক আৰু নিৰপেক্ষ কণ্ঠ

08/05/2026
08/05/2026

📌চৰকাৰ গঠনক লৈ প্ৰথটো প্ৰতিক্ৰিয়া ড° হিমন্ত বিশ্ব শৰ্মাৰ।
📌১২ মে'ৰ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বিজেপিয়ে অসমত গঠন কৰিব চৰকাৰ।




08/05/2026

📌পশ্চিমবংগৰ দৰে তিতাবৰতো সংঘটিত হৈছে এক হিং*সাত্মক ঘটনা।
📌তিতাবৰৰ ৰঙাজান তিনিআলিৰ সমীপৰ বঙাল গাঁৱৰ ৰূপালী দাস নামৰ মহিলা কংগ্ৰেছ কৰ্মী গৰাকীৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন নিশা জ্ব*লাই দিয়ে কোনো দুস্কৃ*তিকাৰীয়ে।
📌ৰূপালী দাসে কংগ্ৰেছ দলৰ হৈ সামাজিক মাধ্যমত ভিডিঅ' প্ৰস্তুত কৰি প্ৰচাৰ কৰি থকাৰ বাবেই দুস্কৃ*তিকাৰীয়ে এই কাণ্ড কৰা বুলি ভুক্তভোগী মহিলাগৰাকীৰ সন্দেহ।


08/05/2026

📌নলবাৰী জিলাতো চলিব নেকি উচ্চেদ অভিযান।
📌নলবাৰীত বিজয়ী উৎসৱত অংশগ্ৰহণ কৰি বিশেষ মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ।





📌ধুবুৰীত ৩ মহলীয়া অট্টালিকাৰ পৰা পৰি মৃ/ত্যু দুজন শ্ৰমিকৰ।
08/05/2026

📌ধুবুৰীত ৩ মহলীয়া অট্টালিকাৰ পৰা পৰি মৃ/ত্যু দুজন শ্ৰমিকৰ।

08/05/2026

📌"নিৰ্বাচনত হৰাৰ পাছত গৌৰৱৰ একো ক্ষতি হোৱা নাই। ক্ষতি দলৰ হৈছে" -বদৰুদ্দিন আজমল







07/05/2026

📌তেজপুৰত গাড়ীচোৰ আটক। কুখ্যাত গাড়ীচোৰটো তেজপুৰ দোলাবাৰীৰ হাফিজুল ইছলাম।
📌ঢেকিয়াজুলিৰ পৰা উদ্ধাৰ কৰিছে চুৰি হোৱা AS12BC 2312 নম্বৰৰ সামগ্ৰী কঢ়িওৱা টাটা জেনন বাহন।



07/05/2026

📌খানাপাৰা খেলপথাৰত শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজনৰ বুজ ল'লে ড° হিমন্ত বিশ্ব শৰ্মাই।
📌উক্ত অনুষ্ঠানত উপস্থিত থাকিব দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া।






07/05/2026

📌"ৰাইজে আমাক কাম কৰিবৰ বাবে সুবিধা দিছে, গতিকে আমি ৰাইজৰ কাম কৰিব লাগিব" -হাগ্ৰামা মহিলাৰী
📌নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছত বিজনীত প্ৰথমবাৰৰ বাবে উপস্থিত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী।

07/05/2026

📌TMCৰ পৰাজয়ৰ পাছত মমতা বেনৰ্জীৰ বাসগৃহত উপস্থিত হৈ সাক্ষাৎ সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱৰ।



Address

Kahilipara

Telephone

+919854623628

Website

Alerts

Be the first to know and let us send you an email when Prime Update Assam 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share