অসমীয়া ল'ৰা Rois Khan

অসমীয়া ল'ৰা Rois Khan How we make videos in YouTube, we will show everything on this page.

25/09/2025

মনত ৰাখিব জুবিন দাৰ কথাষাৰ
আমি নতুন প্ৰজন্ম
দেশ সলাবও পাৰোঁ
দেশ জলাবও পাৰোঁ।
কিমান জনক কৰিব গ্ৰেপ্তাৰ ?
আটিবনে জেইলত গোটেই অসমৰ জনতা ?
জুবিন দাৰ কাৰণে
ন্যায় বিচাৰিলে যদি জেইলত যাব লগা হয় তেনেহলে অসম অৰ প্ৰতিজন অসমীয়া আজি সাজু ।
ন্যায় নোপোৱা লৈকে প্ৰতিবাদ হবৈ।

এয়া আৰম্ভ হয় গল গ্ৰেপ্তাৰ ।ৰাইজ চিন্তা কৰক ,কোন গ্ৰেপ্তাৰ হব লগে কোন হৈ আছে ?আটক কৰিব লাগিছিল শ‍্যামকানু, সিদ্ধাৰ্থহঁতক...
25/09/2025

এয়া আৰম্ভ হয় গল গ্ৰেপ্তাৰ ।
ৰাইজ চিন্তা কৰক ,
কোন গ্ৰেপ্তাৰ হব লগে কোন হৈ আছে ?
আটক কৰিব লাগিছিল শ‍্যামকানু, সিদ্ধাৰ্থহঁতক; আটক কৰিছে ভিক্টৰ, অজয়হঁতক।
পিঠি ফালিব লাগিছিল কাৰ,
মূৰ ফালিছে কাৰ?

25/09/2025
শাৰী পিন্ধি অসমত প্ৰৱেশ কৰাৰ চেষ্টা,,, সাংস্কৃতিক ব্যৱসায়ী দালাল 😛শ্যামকানু মহন্ত 😛
25/09/2025

শাৰী পিন্ধি অসমত প্ৰৱেশ কৰাৰ চেষ্টা,,, সাংস্কৃতিক ব্যৱসায়ী দালাল 😛শ্যামকানু মহন্ত 😛

25/09/2025

25/09/2025

আমাক ন্যায় লাগে ,
অযোহাত নহয়!
সকলোৱে লিখক

25/09/2025

মহাশয় আপুনি অসমলৈ আহক আমি আপোনাক আদৰিবলৈ সাজু হৈছোঁ।

25/09/2025

জুবিন দাৰ ঘৰত শিল্পীসমাজ,গৰিমা বৌৰ সন্মুখতে ল'লে ডাঙৰ সিদ্ধান্ত, আমাক ন্যায় লাগে

সকলোৱে Share কৰক আৰু   লিখক
24/09/2025

সকলোৱে Share কৰক আৰু লিখক

Cultural দালাল
21/09/2025

Cultural দালাল

Address

Kaki

Alerts

Be the first to know and let us send you an email when অসমীয়া ল'ৰা Rois Khan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category