Times Of Accuracy

Times Of Accuracy News Channel A North East based digital media creator covering all states from the region. Times of accuracy digital media organisation founded in 2020.

Times of accuracy is a news platform, content creator, advitiser ,digital media venture. We cover news from every corner of the states regarding politics,public,governance,untold and unseen stories,hidden talents etc. Times of accuracy run out of reporters and rich sources placed in Assam and across the Northeast.

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কলাইগাঁও জেষ্ঠ মাধ্যমিক বিদ্যালয় গোট গঠন।ওদালগুৰি জিলা সমন্বয়ক মুনি হাঞ্চেৰ নেতৃত্বত কে...
26/08/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কলাইগাঁও জেষ্ঠ মাধ্যমিক বিদ্যালয় গোট গঠন।

ওদালগুৰি জিলা সমন্বয়ক মুনি হাঞ্চেৰ নেতৃত্বত কেইবাগৰাকীও নতুন সদস্য অন্তৰ্ভুক্তিৰে গঠন কৰা হয় এই গোট।

মঙলদৈৰ দেৱসন্স নাৰ্চিং হোমৰ ভুল চিকিৎসাৰ বাবে দৰঙৰ আউলাচৌকা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰেখা ৰাণী দেৱীৰ মৃত্যু হোৱা বুলি অভ...
23/08/2026

মঙলদৈৰ দেৱসন্স নাৰ্চিং হোমৰ ভুল চিকিৎসাৰ বাবে দৰঙৰ আউলাচৌকা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰেখা ৰাণী দেৱীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছে

মেঘালয়ত হাহাকাৰ> প্ৰতিবাদৰ ৩ দিনৰ পাছত স্তব্ধ মেঘালয়> পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছৰ নাটনি> হোটেল, হোমষ্টেৰ বুকিং CANCEL> ট...
22/08/2026

মেঘালয়ত হাহাকাৰ
> প্ৰতিবাদৰ ৩ দিনৰ পাছত স্তব্ধ মেঘালয়
> পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছৰ নাটনি
> হোটেল, হোমষ্টেৰ বুকিং CANCEL
> টেক্সি, অটো চালকৰ গ্ৰাহক নাই
পুলিচ বজাৰ, চেৰাপুঞ্জি প্রায় জনশূন্য
জনপ্রিয় পর্যটনথলীসমূহত নাই পর্যটক

22/08/2026

আইফোন ১৫ ৰ বাবে শেষ হৈ গ'ল এটা পৰিয়াল।

হালধীবাৰী বুঢ়ী আইৰ মন্দিৰ।সকলোৰে মনৰ আশা পূৰ্ণ কৰক‌।
21/08/2026

হালধীবাৰী বুঢ়ী আইৰ মন্দিৰ।
সকলোৰে মনৰ আশা পূৰ্ণ কৰক‌।

20/08/2026

এতিয়াও মুখ খোলা নাই, অন্বেষাক ড্ৰাগছ যোগান ধৰা অংকিত দাসে

কলাইগাওঁ নিকটৱৰ্তী নাপ্তিপাৰা গাঁও নিবাসী গাঁওপ্ৰধান সুৰেন কছাৰীৰ ৬২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি। সৰবৰহী ব্যক্তি,বিশিষ্ট সমা...
20/08/2026

কলাইগাওঁ নিকটৱৰ্তী নাপ্তিপাৰা গাঁও নিবাসী গাঁওপ্ৰধান সুৰেন কছাৰীৰ ৬২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি। সৰবৰহী ব্যক্তি,বিশিষ্ট সমাজকৰ্মী সুৰেন কছাৰীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ

17/08/2026

#মঙলদৈ পিপৰা দোকানত ভয়ংকৰ পথ দুৰ্ঘটনা। #ডাম্পাৰৰ সহিতে তিনি খন বাহনৰ সংঘৰ্ষ।
#সংঘৰ্ষৰ ফলত বাইক আৰোহী আৰু এলট' বাহনৰ যাত্ৰী গুৰুতৰভাৱে আহত।
#আহত যুৱকজনক মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি।

যুৱ নেতা ৰঞ্জিত নাথক ভেৰগাঁও জিলা যুৱ বিপিএফৰ সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি।
16/08/2026

যুৱ নেতা ৰঞ্জিত নাথক ভেৰগাঁও জিলা যুৱ বিপিএফৰ সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি।

Address

M. H COMPLEX , 1st Floor
Kalaigaon
784525

Alerts

Be the first to know and let us send you an email when Times Of Accuracy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Times Of Accuracy:

Shortcuts

Share