MJ sports info

MJ sports info its all about sports updates and news

17/07/2024

Rohit sharmaই আগন্তুক বৰ্ষৰ IPLত ৰাজস্থান ৰয়েলছত আহিব কিন্তু কেপ্টেইন হিচাপে ছেমছনেই থাকিব। সম্ভাৱনাৰ আধাৰত এইখিনি ক'লে কোনে কোনে বিশ্বাস নকৰিব? এনেই কাম-বন নাই বাবেই ষ্টেটাছ এটা দিয়া বুলি ধৰি ল'ব দেই

কেৰিয়াৰৰ প্ৰথমখন T20Iত শূন্যত আউট হোৱাৰ পিছত দ্বিতীয়খন T20Iত শতকীয় ইনিংছ কোবোৱা অভিষেক শৰ্মাই স্বপ্নৰ অভিষেক ঘটাইছে। ...
07/07/2024

কেৰিয়াৰৰ প্ৰথমখন T20Iত শূন্যত আউট হোৱাৰ পিছত দ্বিতীয়খন T20Iত শতকীয় ইনিংছ কোবোৱা অভিষেক শৰ্মাই স্বপ্নৰ অভিষেক ঘটাইছে। কালিৰ শোচনীয় প্ৰদৰ্শনৰ পিছত যুৱ টীম ইণ্ডিয়াই সমালোচক আৰু প্ৰতিপক্ষক দেখুৱাই দিলে বিশ্ব চেম্পিয়ন কিয় টীম ইণ্ডিয়া। আজি অৱশ্যে ৰিয়ানে বেট ধৰাৰ সুযোগ নাপালে। ৰিয়ানে নিজক প্ৰমাণৰ সুযোগ আজি নাপালেও পৰৱৰ্তী মেচতো মূল একাদশত স্থান লাভ কৰাৰ সম্ভাৱনা অধিক। কাৰণ পৰৱৰ্তী মেচত চাই সুদৰ্শনৰ ঠাইত জয়ছোৱাল আৰু ধ্ৰুৱ জুৰেলৰ স্থানত ছেমছন সোমোৱাৰ সম্ভাৱনাই অধিক। ইণ্টাৰনেশ্যনেল লেভেললৈ যোৱাটো যে ইমান সহজ নহয় বৰ্তমানৰ প্ৰতিযোগিতামূলক পৰিস্থিতিত সেয়া মেনেজমেণ্ট আৰু কেপ্টেইন গিলেও জানে। সেয়ে কেৱল এখন মেচৰ প্ৰদৰ্শনতে এজন খেলুৱৈক বাহিৰ নকৰে। জুৰেলে যিহেতু টেষ্টত নিজৰ প্ৰদৰ্শন দাঙি ধৰিছে সেয়ে ৰিয়ানক অলপ চান্স দিয়াৰ সম্ভাৱনা দেখিছো।

Address

Silpukhuri
Kamakhya
781003

Website

Alerts

Be the first to know and let us send you an email when MJ sports info posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share