News Of Assam

News Of Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News Of Assam, Kamakhya.

20/09/2025

অসমত এটা যুগর অবসান ঘটিল। 😭😭
জোন বাই দেশত আজি সভা বহিল 😭😭
জংকী আরু জুবিনর মিলন হল 👫

11/09/2025

যোৱাকালি সন্ধিয়া ধুবুৰীৰ গোলোকগঞ্জত জনজাতিকৰণৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত কোচ ৰাজবংশী ৰাইজক লৈ উলিওৱা জোঁৰ সমদলত অংশ লোৱা প্ৰতিবাদকাৰী সকলৰ ওপৰত অসম আৰক্ষীয়ে কৰা বৰ্বৰ আক্ৰমণক তীব্ৰ নিন্দা কৰাৰ লগতে তীব্ৰ ভাষাৰে গৰিহণা দিছো।

এই নিন্দনীয় ঘটনাই অসমৰ খিলঞ্জীয়া জনগণৰ স্বাভিমানী সত্তা আৰু অধিকাৰৰ প্ৰতি অসম চৰকাৰৰ চুড়ান্ত অৱহেলা উন্মোচিত কৰিলে । এই ঘটনাৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো বিষয়টোৰ প্ৰতি থকা অৱহেলা আৰু উদাসীন মানসিকতা প্ৰকাশ কৰিছে । চৰকাৰী পক্ষৰ দমন আৰু উপেক্ষা নহয়, অসমৰ যুৱসমাজে বিচাৰে অৰ্থবহ আলোচনা,নিজৰ আত্মসন্মান,গণতান্ত্ৰিক অধিকাৰ,সম-উন্নয়ন আৰু সমমৰ্য্যদা।

01/09/2024

অনুসন্ধান
মায়ং
ভাষা
সম্পাদনা ইন্দ্রজাল। 20-8-2024 Sunday
মায়ং অসমৰ মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এটা অঞ্চল৷ এই অঞ্চলক যাদু-মন্ত্ৰৰ স্থান (Land of Black Magic) বুলিও অভিহিত কৰা হয়৷ মায়ং গুৱাহাটীৰ পৰা প্ৰায় ৪০ কি:মি: দূৰত্বত অৱস্থিত৷ এই অঞ্চলটো দেশৰ ভিতৰতে যাদু-মন্ত্ৰৰ কিংবদন্তীপূৰ্ণ ইতিহাসৰ বাবে প্ৰসিদ্ধ৷ মধ্যযুগৰ সময়ছোৱাত এই অঞ্চলটো প্ৰাচীন ভাৰতৰ যাদুবিদ্যাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল বুলি জনা যায়৷

01/09/2024

মায়ং যাদুবিদ্যাৰ বাবে 'মায়াৰ দেশ ( land of illusion) গণ্য কৰা হয় ৷😧
যাদু মায়ঙর গোপন কথা with " Indrajal magic 🪄 program "
with morigaon of DC. Debashis sharma sir is chief guest 🎥

19/04/2024

BREAKING NEWS🎤
NEWS OF ASSAM
election process 🇮🇳
মরিগাও জিলা, ঝারগাও।।
জিলা উপযুক্ত, অসম

Address

Kamakhya

Website

Alerts

Be the first to know and let us send you an email when News Of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share