Bexpress ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ

  • Home
  • India
  • Kamakhya
  • Bexpress ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ

Bexpress ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ সত্যৰ সদায় জয়

09/08/2025

পাঁচখন দুচকীয়া বাহনসহ তিনিটা চোৰক আটক
বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
চোৰৰ বিৰুদ্ধে আৰু চোৰৰ ঘাটি উৎখাত কৰিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়।
তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ৰ নেতৃত্বত তাৰাবাৰী আৰক্ষীয়ে অভিযান চলাই ২৪ ঘন্টাৰ ভিতৰত চুৰি হোৱা দুচকীয়া বাহন পাঁচখনকৈ উদ্ধাৰ কৰাৰ লগতে তিনিটাকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয়।

09/08/2025

বুকু কঁপি উঠি যোৱা দৃশ্য।

09/08/2025

নগাঁৱৰ ঢাকাইপট্টিত নিশা প্ৰচণ্ড মাৰপিটৰ ঘটনাক তীব্ৰ গৰিহণা মুছলিম ছাত্ৰ সন্থাৰ
এনে সংঘাত সৃষ্টি নকৰিবলৈ সকিয়নি মুছলিম ছাত্ৰ সন্থাৰ
এনে ঘটনা মুছলিম ছাত্ৰ সন্থাই কোনো পধ্যেই সহ্য নকৰে বুলি মন্তব্য

08/08/2025

শিৱসাগৰৰ পৰিস্থিতি লৈ হিমাংশু গগৈই শৃংখলক তুলাধুনা৷

08/08/2025

প্ৰকাণ্ড অজগৰ উদ্ধাৰ

13/04/2025

Address

Kamakhya

Telephone

+919707104006

Website

Alerts

Be the first to know and let us send you an email when Bexpress ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share