The CrossCurrent Live

The CrossCurrent Live A step to the Truth. Live updates of all news from the North East.

18/04/2025
29/11/2024

BCCIৰ সৈতে চুক্তিবদ্ধ নোহোৱা শ্ৰেয়ছ আয়াৰৰ উপাৰ্জন কেনেকৈ ৰোহিত শৰ্মাতকৈ অধিক? বিৰাট কোহলিতকৈ কেনেকৈ অধিক উপাৰ্জন কৰে ঋষভ পণ্টে? আইপিএল-২০২৫ৰ নিলামত শিৱম-কুলদীপ-ছিৰাজৰ মূল্য কিয় ১৫ কোটিতকৈ কম?

29/11/2024

পুনৰ আ*ক্ৰম*ণ কৰিব নেকি হি*জ*বু*ল্লা*ই? কেনেকৈ হি*জ*বু*ল্লা*ক ধ্বং*স কৰিলে ই*জ*ৰা*ই*লে? সৱিশেষ আজিৰ দেশ-দুনিয়াত-

প্ৰতিদিনে 'দ্য ক্ৰছকাৰেণ্ট'ৰ বিশেষ প্ৰতিবেদন নিশা ৯ বজাত

29/11/2024

গণতন্ত্ৰৰ মন্দিৰত এয়া কি হৈছে? কিয় বিৰোধীক লেখ মানো গুৰুত্ব দিয়া নাই চৰকাৰে? বিৰোধীৰ মুখত আদানীৰ কথা ওলালেই অধ্যক্ষই স্থগিত ৰাখে সদনৰ কাৰ্যসূচী।

17/11/2024


ম’ম'ৰ বাবেই হৈছে সমস্যা! আপোনাৰ প্ৰিয় খাদ্য নেকি ম'ম'? ম’ম’ৰ বাবেই ৰাজপথত লাখ-লাখ শিক্ষাৰ্থীয়ে ৰাজপথত সৃষ্টি কৰিলে তীব্ৰ যান-জঁটৰ। ম’ম'ৰ বাবেই বিপদত চৰকাৰ!

12/11/2024

কিয় দৰিদ্ৰতাই কোঙা কৰা ঝাৰখণ্ডত 'ঘুচপেঠী’হে মূল ইছ্যু কৰিলে মুখ্যমন্ত্ৰী হিমন্তই?

Address

Nearby Kalimandir
Kamakhya
781006

Alerts

Be the first to know and let us send you an email when The CrossCurrent Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The CrossCurrent Live:

Share