Manju Majumdar

Manju Majumdar মোৰ কৰ্ম হৈছে security guard job অসমীয়া মোৰ প্ৰথম পৰিচয় "জয় আই অসম"🙏🏻✊🏻

24/05/2026

শিৱসাগৰ জিলাৰ নাজিৰাত অৱস্থিত বিখ্যাত অग्नিনাভ শিৱ মন্দিৰৰ বৰ চাকি (ৰাজহুৱা বন্তি)। সকলোৱে ভক্তি ভাৱে সেৱা লওক। জয় অগ্নিনাভ বাবা 🙏





Manju Majumdar





#

মোৰ ফেচবুকৰ সকলো বন্ধু-বান্ধৱীলৈ সুপ্ৰভাত। ❤️আজি বৰষুণৰ বাবে ঘৰৰ পৰা ওলোৱাত দেৰি হ’ল আৰু ডিউটিত উপস্থিত হওঁতে ১ ঘণ্টা পল...
24/05/2026

মোৰ ফেচবুকৰ সকলো বন্ধু-বান্ধৱীলৈ সুপ্ৰভাত। ❤️আজি বৰষুণৰ বাবে ঘৰৰ পৰা ওলোৱাত দেৰি হ’ল আৰু ডিউটিত উপস্থিত হওঁতে ১ ঘণ্টা পলম হ’ল। বতৰৰ ওপৰত কাৰো হাত নাই, কিন্তু নিজৰ কামৰ ওপৰত আমাৰ সম্পূৰ্ণ অধিকাৰ আছে। ⛈️মই সদায় এটা কথা মানি চলোঁ যে মানুহৰ কাম সৰু বা ডাঙৰ হ’ব পাৰে, কিন্তু নিষ্ঠা কেতিয়াও সৰু হ’ব নোৱাৰে। যি কামেই নহওক কিয়, তাক যদি আমি ইমানদাৰীৰে কৰো, তেন্তে সেই কামটোৱেই আমাৰ বাবে ধৰ্ম হৈ পৰে। আজিৰ এই পবিত্ৰ দিনটোত মই মোৰ চিকিউৰিটি ডিউটিৰ দায়িত্ব আৰম্ভ কৰিলোঁ। আপোনালোক সকলোৰে আজিৰ দিনটো বহুত ধুনীয়া আৰু আনন্দৰে পাৰ হওক, তাকেই কামনা কৰিলোঁ। 🙏







Manju Majumdar

পুৱা ৬ বজাৰ পৰা আজিকালি অহৰহ ডিউটি কৰিবলগীয়া হৈছে, আজি আকৌ অভাৰ ডিউটি (Over Duty) কৰিবলগীয়া হ’ল। এতিয়া ৰাতি ১০ বাজিলেহে ...
23/05/2026

পুৱা ৬ বজাৰ পৰা আজিকালি অহৰহ ডিউটি কৰিবলগীয়া হৈছে, আজি আকৌ অভাৰ ডিউটি (Over Duty) কৰিবলগীয়া হ’ল। এতিয়া ৰাতি ১০ বাজিলেহে ঘৰলৈ বুলি ওলাম। ঘৰলৈ গৈ ইমানেই ভাগৰ লাগে যে ফেচবুক খুলিবলৈকে সময় নাপাম। সেইবাবে ডিউটিৰ পৰাই মোৰ মৰমৰ ফেচবুকৰ বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষী সকলোকে আন্তৰিক শুভ ৰাত্ৰি জনালোঁ। সকলোৱে কুশলে থাকক! 🌙✨🙏





Manju Majumdar

সুন্দৰ দিনৰ কামনাৰে সকলোকে সু প্ৰভাত জনালোঁ 🌅যদি আমাৰ অনুভূতি আৰু কৰ্ম সঠিক হয়, তেন্তে একো প্ৰমাণ কৰাৰ প্ৰয়োজন নাই, মা...
05/05/2026

সুন্দৰ দিনৰ কামনাৰে সকলোকে সু প্ৰভাত জনালোঁ 🌅যদি আমাৰ অনুভূতি আৰু কৰ্ম সঠিক হয়, তেন্তে একো প্ৰমাণ কৰাৰ প্ৰয়োজন নাই, মানুহে কি ভাবে বা কয় তাক কেতিয়াও ভয় নকৰিবা, তেওঁলোকে নিজৰ কৰ্ম কৰি আছে, আমি নিজৰ কাম কৰি আছো। মনত ৰাখিব যে সত্যক প্ৰমাণ কৰিব নালাগে, সত্যৰ নিজকে প্ৰকাশ কৰাৰ ক্ষমতা আছে। কৃষ্ণ 🙂👍💖





Manju Majumdar

Good morning 🌞💛😊          Manju Majumdar
28/04/2026

Good morning 🌞💛😊





Manju Majumdar

Good aftarnoon 🌞😊👋💕          Manju Majumdar
27/04/2026

Good aftarnoon 🌞😊👋💕





Manju Majumdar

দিনটো সুন্দৰ হোৱাৰ কামনাৰে সকলোকে সু প্ৰভাত জনালোঁ কৃষ্ণ 🌞🌈😊💛          Manju Majumdar
26/04/2026

দিনটো সুন্দৰ হোৱাৰ কামনাৰে সকলোকে সু প্ৰভাত জনালোঁ কৃষ্ণ 🌞🌈😊💛





Manju Majumdar

সুন্দৰ দিনৰ কামনাৰে সকলোকে সু প্ৰভাত জনালোঁ কৃষ্ণ 🌞🌈🎉😊👋          Manju Majumdar
25/04/2026

সুন্দৰ দিনৰ কামনাৰে সকলোকে সু প্ৰভাত জনালোঁ কৃষ্ণ 🌞🌈🎉😊👋





Manju Majumdar

Address

Jalukbari
Kamakhya

Alerts

Be the first to know and let us send you an email when Manju Majumdar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Manju Majumdar:

Share

Category