Aamar Asom

Aamar Asom Aamar Asom is the most trusted Assamese daily newspaper since 1997 published from Guwahati and Jorhat
(3)

📌কুশল কোঁৱৰ📌দেশৰ বাবে সৰ্বোচ্চ ত্যাগ📌১৯০৫ চনত গোলাঘাট জিলাত জন্ম হৈছিল কুশল কোঁৱৰৰ গান্ধীৰ অহিংস আদৰ্শত তেওঁ গভীৰভাৱে অন...
15/08/2026

📌কুশল কোঁৱৰ
📌দেশৰ বাবে সৰ্বোচ্চ ত্যাগ
📌১৯০৫ চনত গোলাঘাট জিলাত জন্ম হৈছিল কুশল কোঁৱৰৰ গান্ধীৰ অহিংস আদৰ্শত তেওঁ গভীৰভাৱে অনুপ্ৰাণিত হৈছিল। অসহযোগ, সত্যাগ্ৰহ আৰু ভাৰত ত্যাগ আ*ন্দো*ল*ন*ত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি জনসাধাৰণক সংগঠিত কৰিছিল। ১৯৪২ৰ ৰে’ল নাশকতাৰ গোচৰত ব্ৰিটিছ চৰকাৰে তেওঁক দোষী সাব্যস্ত কৰি মৃ*ত্যু*দ*ণ্ড দিয়ে। ১৫ জুন ১৯৪৩ত যোৰহাট কাৰাগাৰত ফাঁ*চী দিয়া হয় কুশল কোঁৱৰক—দেশৰ বাবে সৰ্বোচ্চ ত্যাগৰ প্ৰতীক হৈ ৰ’ল তেওঁ।

15/08/2026

📌শতায়ু গৰকা এগৰাকী আইতা।
📌স্বাধীনতা আ*ন্দো*ল*ন*ৰ বহু কাহিনী সজীৱ হৈ আছে আইতাৰ স্মৃতিত।
📌ক'বলৈ গ'লে স্বাধীনতা আ*ন্দো*ল*ন*ৰ জীৱন্ত প্ৰতীক এইগৰাকী আইতা।
📌মহাত্মা গান্ধীক ওচৰৰ পৰা দেখিছিল আইতাই।
📌দেশৰ স্বাধীনতা সংগ্ৰামৰ সন্দৰ্ভত কি ক'লে আইতাই?

📌মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মৃ*ত্যু*ৰ ভাবুকি📌মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভত এই ভাবুকি📌আব্দুল মুতালিব নামৰ এজন যুৱকে দি...
15/08/2026

📌মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মৃ*ত্যু*ৰ ভাবুকি
📌মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভত এই ভাবুকি
📌আব্দুল মুতালিব নামৰ এজন যুৱকে দিলে এই ভাবুকি
📌১ কোটি টকাৰ চুপাৰি দিলে মুখ্যমন্ত্ৰীক হ*ত্যা*ৰ ভাবুকি যুৱকজনৰ
📌পাকিস্তান জিন্দাবাদ ধ্বনি দিলে আব্দুল মুতালিবে

15/08/2026

📌বাঁহীৰ সুৰেৰে দেশ বাসীক ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালে উত্তৰ গুৱাহাটীৰ শিশু শিল্পী বৰেণ্যাই।

📌কনকলতা বৰুৱা📌স্বাধীনতা সংগ্ৰামৰ বীৰাংগনা।📌১৯২৪ চনৰ ২২ ডিচেম্বৰত গহপুৰৰ বৰঙাবাৰীত জন্ম হৈছিল কনকলতা বৰুৱাৰ। ১৯৪২ৰ ভাৰত ত...
15/08/2026

📌কনকলতা বৰুৱা
📌স্বাধীনতা সংগ্ৰামৰ বীৰাংগনা।
📌১৯২৪ চনৰ ২২ ডিচেম্বৰত গহপুৰৰ বৰঙাবাৰীত জন্ম হৈছিল কনকলতা বৰুৱাৰ। ১৯৪২ৰ ভাৰত ত্যাগ আ*ন্দো*ল*ন*ত ‘মৃ*ত্যু বাহিনী’ৰ নেতৃত্ব লৈ স্বাধীনতাৰ সংগ্ৰামত জঁপিয়াই পৰিছিল কনকলতা। ২০ ছেপ্টেম্বৰৰ ১৯৪২চনত গহপুৰ থানাত জাতীয় পতাকা উত্তোলনৰ উদ্দেশ্যে যোৱা সমদলৰ নেতৃত্ব দি ব্ৰিটিছ আৰক্ষীৰ গুলীত শ্বহীদ হয়। মাত্ৰ ১৭ বছৰ বয়সতে দেশৰ বাবে জীৱন উৎসৰ্গ কৰা কনকলতা অসমৰ স্বাধীনতা সংগ্ৰামৰ অমৰ বীৰাংগনা।

15/08/2026

📌স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বৰপেটাৰোডৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী মফুজা ইয়াস্মিনৰ কন্ঠত ভাৰতীয় সেনালৈ শ্ৰদ্ধাঞ্জলি।

15/08/2026

📌১ মিনিটত ১০বিধ বাদ্যযন্ত্ৰৰে ‘বন্দে মাতৰম’ পৰিৱেশন!

VC- arhan.mithari(Instagram)

15/08/2026

📌Avni Jangirৰ কণ্ঠত 'মা তুঝে চালাম'



Video Credit- avni_jangir_official(Instagram)

15/08/2026

📌আজিৰ দিনটোৰ ৰাশিফল

📌বতৰৰ বতৰা...
15/08/2026

📌বতৰৰ বতৰা...

Address

G. L. Publications Limited, G. S. Road, Ulubari
Kamakhya
781007

Alerts

Be the first to know and let us send you an email when Aamar Asom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Aamar Asom:

Shortcuts

Share

Category