ATime

ATime ৰাইজৰ বাবে ৰাইজৰ সৈতে
(1)

30/12/2025

▶নগাঁও জিলাৰ পানীখাইটি শ্বহীদ হাইস্কুলৰ সমীপত ভ*য়ং*ক*ৰ পথ দু*ৰ্ঘ*ট*না।

30/12/2025

▶নগাঁও জিলাৰ ৰাঙলুৰ স্বৰ্ণ সাহিত্য সভাৰ উদ্যোগত প্ৰয়াত শিক্ষাবিদ নজিবুৰ ৰহমান স্মৃতিচাৰণ সভা সাংবাদিক ঘন কান্ত বৰাক নজিবুৰ ৰহমান সোঁৱৰণি বঁটা প্ৰদান

30/12/2025

▶হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত এইবেলি পুনৰ হ'ব বুলবুলি চৰাইৰ যুজঁ।

30/12/2025

▶বিশ্বনাথত অভিনৱ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ আয়োজন বিশ্বনাথ পৌৰসভাৰ সোণালী জয়ন্তী মহোৎসৱ ।

29/12/2025

▶ৰূপ কোঁৱৰ শিল্পী সংঘৰ সৌজন্যত বেঙেনাআটী ৰাস উদযাপন সমিতিৰ ব্যৱস্থাপনা আঞ্চলিক ভিত্তিত শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱতি বেঙেনাআটী হীৰা গাওঁ নামঘৰত অনুষ্ঠিত হয়
▶স্থানীয় যুৱতী বোৱাৰী সকলে ৰাস মহোৎসৱত অংশগ্ৰহণ কৰে
▶শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱটি উদ্বোধন কৰে ভোটাই পাথৰি জিলা পৰিষদ সদস্যা ছপ্নালী চাং কাকতি

29/12/2025

▶2025 বছৰৰ অন্তিম টোৰ দেওবাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বনভোজ থলীত উখল মাখল পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে।

29/12/2025

▶হাজোৰ বুল্লুটত ভয়ংকৰ পথ দু*ৰ্ঘ*ট*না
▶বাইক আৰোহী দুজন লোক গুৰুতৰ ভাবে আ*হ*ত

29/12/2025

▶বৰক্ষেত্ৰীৰ লাৰকুছিত সাতদিনীয়াকৈ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বিশাল আয়োজন।
▶ডাইমণ্ড উন্নয়ন সমিতিৰ (এন.জি অ') সৌজন্যত বৰক্ষেত্ৰীৰ ৰামপুৰ-লাৰকুছিত আজিৰে পৰা চতুৰ্থ বাৰ্ষিক গ্ৰন্থ আৰু বাণিজ্য মেলাৰ শুভাৰম্ভণি।

29/12/2025

▶সদৌ অসম কাৰাটে প্ৰতিযোগিতাত বিশেষভাৱে সক্ষম খেলুৱৈ বশিষ্ঠ কলিতাৰ চমক
▶দুটাকৈ সোণৰ পদক অৰ্জন

29/12/2025

▶নগাঁও চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত Pure Drinking Water Booth বিতৰণ

29/12/2025

▶আদৰ্শবান শিক্ষক কুঞ্জমোহন বৰা ছাৰৰ মৃ*ত্যু*ত নগাঁওত শোকৰ ছাঁ পৰিছে।

28/12/2025

▶বৰক্ষেত্ৰীৰ কাপলাবড়ীত 'এজনী পতিতাৰ আত্মকথা' আৰু 'অন্তিম আশীৰ্বাদ' শীৰ্ষক দুখনকৈ গ্রন্থৰ উন্মোচন।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when ATime posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ATime:

Share