News13 Live

News13 Live We believe in disciplined journalism
(3)

We have been able to establish ourselves as a trustworthy news portal as we always strive to provide reliable news which is unbiased, focussing on quality and creative content of the ever expanding digital audience.

শ্বিলং-গুৱাহাটীৰ যাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা মেঘালয় প্ৰশাসনৰ    File Photo
21/08/2026

শ্বিলং-গুৱাহাটীৰ যাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা মেঘালয় প্ৰশাসনৰ

File Photo

11/08/2026

"স্বাধীনতা দিৱস বৰ্জনৰ বাবে আলফা (স্বাধীন) আৰু এন.এছ.ছি.এন/জি.পি.আৰ.এন সংগঠনৰ যৌথ বিবৃতি""সংবাদমাধ্যমলৈ প্ৰেৰণ কৰিলে ই-ম...
10/08/2026

"স্বাধীনতা দিৱস বৰ্জনৰ বাবে আলফা (স্বাধীন) আৰু এন.এছ.ছি.এন/জি.পি.আৰ.এন সংগঠনৰ যৌথ বিবৃতি"
"সংবাদমাধ্যমলৈ প্ৰেৰণ কৰিলে ই-মেইল"

"খবৰদাৰ! বান-সাহাৰ্য্যক ৰাজনীতিকৰণ নকৰিব!"কঠোৰ সকিয়নি আলফা(স্বাঃ)ৰ""আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱা(অসম)ৰ স্বাক্ষৰিত এক ...
04/08/2026

"খবৰদাৰ! বান-সাহাৰ্য্যক ৰাজনীতিকৰণ নকৰিব!
"কঠোৰ সকিয়নি আলফা(স্বাঃ)ৰ"
"আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱা(অসম)ৰ স্বাক্ষৰিত এক বিবৃতি ই-মেইলযোগে সংবাদমাধ্যমলৈ প্ৰেৰণ"

'কাহানিও নাম নুশুনা 'বালক' ব্ৰেণ্ডৰ মিঠাতেল প্ৰদান বন্যাৰ্তক, তাকো ৪০০ গ্ৰামহে প্ৰদান''৪০০ গ্ৰাম মিঠাতেলেৰে এটা পৰিয়ালে...
03/08/2026

'কাহানিও নাম নুশুনা 'বালক' ব্ৰেণ্ডৰ মিঠাতেল প্ৰদান বন্যাৰ্তক, তাকো ৪০০ গ্ৰামহে প্ৰদান'
'৪০০ গ্ৰাম মিঠাতেলেৰে এটা পৰিয়ালে কেইসাজ খাব ?
'বান সাহায্যৰ নামত বানপীড়িতক ৰামঠগন বিজেপি মিত্ৰজোঁট চৰকাৰৰ'
'চৰকাৰে বানত সৰ্বস্বান্ত ৰাইজৰ অসহায় অৱস্থাৰ সুযোগ লোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া'
'সংবাদমেলত অখিল গগৈৰ অভিযোগ'

File Photo

(অসমীয়া প্ৰতিদিন বাতৰি কাকতত প্ৰকাশিত বাতৰিৰ আধাৰত প্ৰস্তুত এই বাতৰি)

'কেন্দ্ৰক জবাবদিহি কৰিলে ক্ষুণ্ণ ছুপ্ৰিম ক'ৰ্টে''নিৰ্বাচন আয়োগৰ নিযুক্তি পেনেলৰ পৰা কিয় বাদ দিয়া হ'ল দেশৰ মুখ্য ন্যায...
01/08/2026

'কেন্দ্ৰক জবাবদিহি কৰিলে ক্ষুণ্ণ ছুপ্ৰিম ক'ৰ্টে'
'নিৰ্বাচন আয়োগৰ নিযুক্তি পেনেলৰ পৰা কিয় বাদ দিয়া হ'ল দেশৰ মুখ্য ন্যায়াধীশক?
'বিচাৰপীঠৰ উদ্বেগ-- "নতুন নিযুক্তি প্ৰক্ৰিয়াত চৰকাৰে প্ৰধানমন্ত্ৰীসহ কাৰ্যপালিকাৰ দুজন প্ৰতিনিধি অন্তৰ্ভুক্ত কৰি ২ঃ১ অনুপাতেৰে ভাৰসাম্য নষ্ট কৰিছে"

File Photo

সাৱধান! গুৱাহাটীত ধাৰষাৰ বৰষুণ
29/07/2026

সাৱধান! গুৱাহাটীত ধাৰষাৰ বৰষুণ

'পুনৰ আন্দোলনৰ সকীয়নি ক'কৰোচৰ''অসম, বংগ, বিহাৰত ক'কৰোচৰ সদস্যক গ্ৰেপ্তাৰ, নিৰ্যাতন আৰক্ষীৰ''কেন্দ্ৰই চুক্তি ভংগ কৰাৰ অভ...
28/07/2026

'পুনৰ আন্দোলনৰ সকীয়নি ক'কৰোচৰ'
'অসম, বংগ, বিহাৰত ক'কৰোচৰ সদস্যক গ্ৰেপ্তাৰ, নিৰ্যাতন আৰক্ষীৰ'
'কেন্দ্ৰই চুক্তি ভংগ কৰাৰ অভিযোগ'

File Photo

(অসমীয়া প্ৰতিদিন বাতৰি কাকতত প্ৰকাশিত বাতৰিৰ আধাৰত প্ৰস্তুত এই বাতৰি)

'এইসকল জনপ্ৰতিনিধিৰ পৰা কি আশা কৰিব জনসাধাৰণে ?'বানত সৰ্বহাৰা উজনি, পুৰি-ভাজি-গজা খোৱা ফটো প্ৰচাৰত ব্যস্ত অসম বিধানসভাৰ ...
28/07/2026

'এইসকল জনপ্ৰতিনিধিৰ পৰা কি আশা কৰিব জনসাধাৰণে ?
'বানত সৰ্বহাৰা উজনি, পুৰি-ভাজি-গজা খোৱা ফটো প্ৰচাৰত ব্যস্ত অসম বিধানসভাৰ অধক্ষ্যৰ'
'সদনত বানৰ ভয়াৱহতাৰ আলোচনাত বাধা দিয়া ৰঞ্জিত দাসৰ আন এক কাণ্ড'

File Photo

(অসমীয়া প্ৰতিদিন বাতৰি কাকতত প্ৰকাশিত বাতৰিৰ আধাৰত প্ৰস্তুত এই বাতৰি)

'আকৌ সংসদলৈ সমদল যাত্ৰা''এইবাৰ ৪ আগষ্টত E20 পেট্ৰ'লৰ বিৰুদ্ধে সংসদ যাত্ৰা'    File Photo(অসমীয়া প্ৰতিদিন বাতৰি কাকতত প্...
27/07/2026

'আকৌ সংসদলৈ সমদল যাত্ৰা'
'এইবাৰ ৪ আগষ্টত E20 পেট্ৰ'লৰ বিৰুদ্ধে সংসদ যাত্ৰা'

File Photo

(অসমীয়া প্ৰতিদিন বাতৰি কাকতত প্ৰকাশিত বাতৰিৰ আধাৰত প্ৰস্তুত এই বাতৰি)
courtesy

Address

Kamakhya
781001

Alerts

Be the first to know and let us send you an email when News13 Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News13 Live:

Shortcuts

Share