jitu kumar

jitu kumar video creator
Assamese boy . zkas video. jomoni boy
funny boy.

পোৱা নোপোৱাৰ মাজেৰে আকৌ এটি বৰ্ষ শেষৰ দিশে । নতুন আশাঁৰে আকৌ এটি নতুনৰ আদৰনি...
31/12/2025

পোৱা নোপোৱাৰ মাজেৰে আকৌ এটি বৰ্ষ শেষৰ দিশে । নতুন আশাঁৰে আকৌ এটি নতুনৰ আদৰনি...


21/11/2025

Ki kom re

15/11/2025
15/11/2025

📌 17 november chhaygaon

📌 কোন ৰাস মহোৎসৱৰ প্ৰাধান্য এয়া।।পাগল বুলিয়ে ক'লো। যোনেই নহওক। বিকৃত মানসিকতাৰ মানুহেই ৰাজহুৱাকৈ মহিলাক অপমান কৰিব' পাৰ...
15/11/2025

📌 কোন ৰাস মহোৎসৱৰ প্ৰাধান্য এয়া।।পাগল বুলিয়ে ক'লো। যোনেই নহওক। বিকৃত মানসিকতাৰ মানুহেই ৰাজহুৱাকৈ মহিলাক অপমান কৰিব' পাৰে। যিয়ে কৰিছে তেওঁলোকৰ ঘৰৰ মহিলাসকলে চাগে এনেকুৱা কৰে। সৰুৰে পৰা হয়তো দেখি আহিছে।

15/11/2025

Assam cute girl nishamoni haloi nagara naam

15/11/2025

19 November howly

15/11/2025

17 নবেম্বৰ তাৰিখে গুৱাহাটী ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ এই বছৰৰ আকৰ্ষণীয় উপহাৰ কুপন প্ৰত্ৰ । 100 টকাত লাভ কৰিব ইস্কৰপিও আৰু আন আন উপহাৰ এখন টিকট 100 টকা আৰু এখন বহি পাব 12 টিকট 1000 টকাত। টিকট লৱলৈ 8453725864/9365110438.

Dada bhai
20/10/2025

Dada bhai

20/10/2025

হাউলীৰ ৯৮ সংখ্যক হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আধ্যাত্মিক তথা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে বৰঙণি পত্ৰ খেলৰ অস্থায়ী কাউন্টাৰ হাউলী চাৰিআলিত আজি ৰাতিপুৱা ১০-৩০ বজাত মুকলি কৰে সমাজকৰ্মী খনীন্দ্ৰ কুমাৰ বায়নে। প্ৰথমটো বৰঙণি পত্ৰ সংগ্ৰহ কৰি শুভাৰম্ভ কৰে ৯৮ সংখ্যক হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি হেমেন দাসে । বৰঙণি পত্ৰ প্ৰথম উপহাৰ লেণ্ড ৰোভাৰ ডিফেণ্ডাৰ সহ ২১ খনকৈ নামি দামী-চাৰিচকীয়া বাহন থাকিব। উল্লিখিত বৰঙণি পত্ৰ সংগ্ৰহ কৰিবলৈ সকলো স্তৰৰ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ৰাস মহোৎসৱ উদযাপন সমিতিয়ে।



#অসম ゚viralシfypシ゚viralシalシ

Official online ticket booking 084537 25864 /9365110438

20/10/2025

Address

Kamakhya
781122

Alerts

Be the first to know and let us send you an email when jitu kumar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share