
14/01/2025
আচ্ছালা-মু-আলাইকুম শ্ৰদ্ধাৰ গোৱালপাৰা পূৱ সমষ্টিৰ
সন্মানীয় ৰাইজ, যুৱ বন্ধু-বান্ধৱী সকল আগন্তুক পঞ্চায়ত নির্বাচনত ৫ নং নৱাগত শিমলীতলা জিলা পৰিষদৰ সদস্য পদৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্রত্যাশী আৰু নিৰ্বাচনত প্রতিদ্বন্দিতা কৰিবলৈ মন মেলিছে গোৱালপাৰা জিলা যুৱ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি মঞ্জুৰ আলমৰ সহধর্মিণী উপ সভানেত্ৰী শ্ৰী সূৰ্য্যগিৰি ব্লক মহিলা কংগ্ৰেছ কমিটিৰ ৰজিনা চুলতানাই। সেয়েহে আপোনালোকৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে প্ৰাৰ্থীত্ব প্রত্যাশী ৰজিনা চুলতানাই।