News flash kampur 24×7

News flash kampur 24×7 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News flash kampur 24×7, Media/News Company, Kampur.

14/03/2024

কামপুৰত ১১ টা আঁচনিৰ শিলান্যাস বিধায়ক জিতু গোস্বামীৰ ৷ প্ৰদ্যুৎ বৰদলৈ ফেচবুকৰ এম.পি, ফেচবুকৰ এম.পি.ক ৰাইজে ভোট নিদিয়ে ৷

কামপুৰ ৰ জেষ্ঠ্য সাংবাদিক ৰাজু শইকীয়াৰ পিতৃ কমল শইকীয়াৰ দেহাৱসান।
13/03/2024

কামপুৰ ৰ জেষ্ঠ্য সাংবাদিক ৰাজু শইকীয়াৰ পিতৃ কমল শইকীয়াৰ দেহাৱসান।

24/12/2022
17/12/2022

হাতী মানুহৰ সংঘাট on camera

15/07/2022

কামপুৰ আৰক্ষীৰ বৃহৎ সাফল্য । কামপুৰৰ দা পাৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে । মহিলাসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী । গোপন সূত্ৰৰ পম খেদি কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অচ্যুৎ ফুকনৰ নেতৃত্বত যোৱা এটি দলে ড্ৰাগছ সহ আটক কৰে শহুৰ-বোৱাৰীক । ৮০ টাকৈ কন্টেনাৰ সহ ধৃত শহুৰ সমীৰ আলী আৰু বোৱাৰী জুছনাৰা খাতুনক আটক কৰিছে আৰক্ষীয়ে । জব্দকৃত ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা । বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত শহুৰ বোৱাৰী দ্বয়ক ।

08/07/2022

নগাঁও কামপুৰ সমবায় চেনিকলৰ পৰা লোহা সামগ্ৰী চুৰি কৰি আৰক্ষীৰ জালত তিনি চোৰ।

আৰক্ষীৰ জালত পৰা চোৰ কেইটা ক্ৰমে চাদ্দিৰ হুছেইন, (সাতলোঙা), চাহাব উদ্দিন আলী(১ নং ফাকলি) ৰাজিবুৰ ৰহমান(কামপুৰ)।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ।

03/07/2022

কামপুৰত মাজুলি উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী ৷ সত্ৰাধিকাৰ গৰাকী কামপুৰত উপস্থিত হৈ পটিয়াপাম, ডেকা গাঁও, বুঢ়াপটীয়া গাঁৱৰ বন্যাৰ্ত সকলৰ দুখ দুৰ্দশা বুজ লোৱাৰ লগতে কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ ইফালে নিজৰ ঘৰবাৰী এৰি আশ্ৰয় শিৱিৰত থকা বন্যাৰ্ত সকলৰ খৱৰ লোৱাৰ লগতে বানত গৃহহীন হৈ সৰ্বস্বান্ত হোৱা লোক সকলক বাবে চৰকাৰে তৎকালীন ভাৱে ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনায় ৷

03/07/2022

কামপুৰ ৰ পলশাত বিনামূলীয়া পশু চিকিৎসা শিবিৰ।

জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু নাই।
02/07/2022

জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু নাই।

29/06/2022

Anchor=কামপুৰৰ বান পিড়ীতৰ মাজত শ্ৰীমন্ত শংকৰদেৱ সংঘ ৷ বিপদৰ সময়ত আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ধৰ্মীয় অনুষ্ঠানটো ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই কামপুৰ কঠিয়াতলীৰ বিভিন্ন বন্যাৰ্তৰ মাজত বান সাহাৰ্য প্ৰদান কৰি ভাৰত চৰকাৰক ক্ষতিগ্ৰস্ত সকলক শীঘ্ৰে সাহাৰ্য প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে অসমৰ বানপানী সমস্যাটো কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃত্বি দিয়ক বা নিদিয়ক ই ৰাষ্ট্ৰীয় সমস্যা হয় বুলি দাবী কৰি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে ৷

29/06/2022

কামপুৰ গুৰুকুল জুনিয়ৰ কলেজৰ সুক্ষাতি।লগতে প্ৰথম বাৰ্ষিকৰ admission fees বিনামূলীয়া কৰি দিছে কলেজ কৰ্তৃপক্ষই।

Address

Kampur
782426

Alerts

Be the first to know and let us send you an email when News flash kampur 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News flash kampur 24×7:

Share