চানখোলা Live

চানখোলা Live যিকোনো Advertisement/ বিজ্ঞাপনৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক: ☎️6003771611
(10)

06/08/2025

চৰাইদেউত মিঞা খেদা অভিযানত অথন্তৰ।

দা লৈ ওলাই আহিল ঘৰৰ মালিক।

জীয়ৰীয়ে চিঞৰি ক'লে-'আমি মিঞা নহয় গৰীয়া'।
060037 71611

#চানখোলা

06/08/2025

#চানখোলাlive

📌মহানগৰীৰ S*x Racketৰ সৈতে জড়িত হৈ গ্ৰেপ্তাৰ আৰক্ষী জোৱান জিয়াৰুল ৰহমান । #চানখোলাLive
06/08/2025

📌মহানগৰীৰ S*x Racketৰ সৈতে জড়িত হৈ গ্ৰেপ্তাৰ আৰক্ষী জোৱান জিয়াৰুল ৰহমান ।
#চানখোলাLive

স্পৰ্শকাতৰ অঞ্চলত বাস কৰা অসমৰ মূল বাসিন্দা বা খিলঞ্জীয়া ভাৰতীয় নাগৰিক যি নিজৰ প্ৰাণৰ আশংকা অনুভৱ কৰিছে, তেওঁলোকে অস্ত্ৰ...
06/08/2025

স্পৰ্শকাতৰ অঞ্চলত বাস কৰা অসমৰ মূল বাসিন্দা বা খিলঞ্জীয়া ভাৰতীয় নাগৰিক যি নিজৰ প্ৰাণৰ আশংকা অনুভৱ কৰিছে, তেওঁলোকে অস্ত্ৰ অনুজ্ঞা-পত্ৰৰ বাবে আবেদন কৰিব পৰাকৈ এক বিশেষ প'র্টেল আৰম্ভ হ'বলৈ গৈ আছে৷ যাৰ অধীনত যথাযথ পৰীক্ষণ-নিৰীক্ষণ আৰু বহুস্তৰীয় প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত যোগ্য বিবেচিত ব্যক্তিসকলক অস্ত্ৰ অনুজ্ঞা-পত্ৰ প্ৰদান কৰা হ’ব।

#চানখোলাLive

06/08/2025
বাল্য বিবাহৰ বিৰুদ্ধে চলি থকা আমাৰ আটাইতকৈ বৃহৎ প্ৰচেষ্টাক পুনৰ উৎসাহ যোগাই আজি মুকলি কৰা হৈছে নিযুত মইনা ২.০। এইবেলি ৪ ...
06/08/2025

বাল্য বিবাহৰ বিৰুদ্ধে চলি থকা আমাৰ আটাইতকৈ বৃহৎ প্ৰচেষ্টাক পুনৰ উৎসাহ যোগাই আজি মুকলি কৰা হৈছে নিযুত মইনা ২.০। এইবেলি ৪ লাখতকৈও অধিক কন্যা শিক্ষার্থীক বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিৰ আঁতৰত ৰাখি শিক্ষাৰ আলোকেৰে আলোকিত হৈ তেওঁলোকৰ লক্ষ্য অনুসৰণ কৰাত সহায় কৰিব।

আগতেও কৈছোঁ, এতিয়াও পুনৰ কওঁ— ২০২৬ৰ ভিতৰত অসমত শূন্য বাল্য বিবাহৰ লক্ষ্য ভেদিবলৈ আমি দৃঢ়তাৰে সংকল্পবদ্ধ।

ব্রেকিং 🔴 কোম্পানীগঞ্জের রণিখাই ইউনিয়নে নলকূপ স্থাপন করতে গিয়ে, মাটি ফুঁড়ে বেরিয়ে আসলো গ্যাস >>> #চানখোলাlive
06/08/2025

ব্রেকিং 🔴 কোম্পানীগঞ্জের রণিখাই ইউনিয়নে নলকূপ স্থাপন করতে গিয়ে, মাটি ফুঁড়ে বেরিয়ে আসলো গ্যাস >>>
#চানখোলাlive

আপোনাৰ মতে কোনজন আঞ্চলিক দলৰ শ্ৰেষ্ঠ নেতা❓ কমেন্ট কৰি জনাওক।  #চানখোলাlive
06/08/2025

আপোনাৰ মতে কোনজন আঞ্চলিক দলৰ শ্ৰেষ্ঠ নেতা❓ কমেন্ট কৰি জনাওক।
#চানখোলাlive

এইবাৰ সুন্দৰী দুই সন্তানৰ মাতৃক পলাই নিলে শুকুৰ আলীয়ে ।এইবাৰ শুকুৰ আলীয়ে পলুৱাই নিলে দুই সন্তানৰ মাতৃক। শুকুৰ আলীৰ এনে ...
05/08/2025

এইবাৰ সুন্দৰী দুই সন্তানৰ মাতৃক পলাই নিলে শুকুৰ আলীয়ে ।

এইবাৰ শুকুৰ আলীয়ে পলুৱাই নিলে দুই সন্তানৰ মাতৃক।

শুকুৰ আলীৰ এনে জঘন্য কাণ্ডৰত দুৰ্ভগীয়া পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।

২১ জুলাই পুৱতি নিশা এইগৰাকী বোৱাৰীয়ে পলাই পত্ৰং দিছে শুকুৰ আলীৰ লগত ।

পিছে এই অভিযোগ আমাৰ নহয়,

ভুক্তভোগী স্বামীৰ পৰিয়ালে উত্থাপণ কৰিছে এই অভিযোগ।
#চানখোলাlive

🚨কচুৱাত ড্ৰাগছ সহ আটক এগৰাকী মহিলা 👉ধৃত ড্ৰাগছ সৰবৰাহকাৰী মহিলা গৰাকীৰ নাম প্ৰৱতী বিশ্বাস বুলি জানিব পৰা গৈছে👉মহিলা গৰাক...
05/08/2025

🚨কচুৱাত ড্ৰাগছ সহ আটক এগৰাকী মহিলা
👉ধৃত ড্ৰাগছ সৰবৰাহকাৰী মহিলা গৰাকীৰ নাম প্ৰৱতী বিশ্বাস বুলি জানিব পৰা গৈছে
👉মহিলা গৰাকীৰ পৰা ঘৰৰ পৰা ৮০ টা প্লাষ্টিক কণ্টেনাৰৰ পৰা ৯.৫৭ গ্ৰাম সন্দেহযুক্ত হি'ৰোইন জব্দ কৰে
👉ধৃত মহিলা গৰাকীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে কচুৱা আৰক্ষীয়ে
#চানখোলাlive

ফটোত দেখা মানুহ জনক  চিনি পাইছেনে? 🤔 #চানখোলাLive
05/08/2025

ফটোত দেখা মানুহ জনক চিনি পাইছেনে? 🤔
#চানখোলাLive




🚨 ফটোত দেখা মহিলাজনীক চিনি পাইছেনে? 🤔 #চানখোলাLive
05/08/2025

🚨 ফটোত দেখা মহিলাজনীক চিনি পাইছেনে? 🤔
#চানখোলাLive




Address

Kampur
782426

Telephone

+916003771611

Website

Alerts

Be the first to know and let us send you an email when চানখোলা Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to চানখোলা Live:

Share