09/06/2025
আমাৰ সন্মানীয় পশ্চিম কাৰ্বি আংলং জিলাৰ সুত সন্মিলনৰ সভাপতি শ্ৰীযুত চন্দ্ৰ কান্ত বৰা আজি 3:30 মিনিটত গুৱাহাটীৰ মেডিকেল কলেজত তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰে । তেওঁ জীৱন কালত সমাজৰ এজন গণ্য বেক্তিৰ আছিল । বায়ন,নামতি, নামাচায শৰণাচায আৰু বহুত সামাজিক দাৰিত্ৰ পালন কৰি আছিল। তেওঁ বিত্ৰি হিচাপে ৰূপাত চিঠি মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বগৰ কৰ্মচাৰী আছিল। আৰু বহু সামাজিক কাম কাজত আগৰণুৱা হৈ সমাজ খন আগুৱাই নিছিল। তেওঁৰ এই খবৰে অঞ্চলটো শোকত ভাগি পৰিছে । শেষত তেওঁ বিদেশী আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ ।।
ওম শান্তি,ওম শান্তি,ওম শান্তি।