Real Info

Real Info সত্যৰ সন্ধানত অবিৰত যাত্ৰা ৷ যিকোনো ঘটনা বা তথ্যৰ প্ৰকৃত সত্য জানিবলৈ আমাৰ সৈতে সংযোগ থাকক ৷ ধন্যবাদ

জুবিন গাৰ্গে সাত লক্ষাধিক টকা দান দিছিল 'এতিম মাদ্ৰাছা'ৰ নামত ৷সময় পুৱতি নিশা। নগাঁৱৰ কোনোবা এঠাইত ফাংচন কৰি ঘৰমুৱা হৈছি...
25/10/2025

জুবিন গাৰ্গে সাত লক্ষাধিক টকা দান দিছিল 'এতিম মাদ্ৰাছা'ৰ নামত ৷
সময় পুৱতি নিশা। নগাঁৱৰ কোনোবা এঠাইত ফাংচন কৰি ঘৰমুৱা হৈছিল জুবিনদা। উভতাৰ পথত জুবিনদাই মন কৰিলে এটা ঘৰৰ পৰা এটা সুমধুৰ মিশ্ৰিত স্বৰ ভাহি আহিছে। নিশা দুই-তিনি বজাত এটা সুমধুৰ স্বৰ কাণত পৰাত জুবিনদা আচৰিত হ'ল। লগে লগে সেই ঘৰটোলৈ গাড়ী ঘূৰাবলৈ ড্ৰাইভাৰক নিৰ্দেশ দিলে।

ঘৰটোত উপস্থিত হৈ দেখিলে কিছু সংখ্যক কণ কণ শিশুই পঢ়ি আছে।

তাতে থকা মানুহ এজনক জুবিনদাই সুধিলে― "এইখন কি হয়?" মানুহজনে উত্তৰ দিলে যে সেইখন এখন 'এতিম মাদ্ৰাছা'।

জুবিনদাই আকৌ সুধিলে― "এই পুৱতি নিশা ল'ৰাকেইজনে কি কৰি আছে?" মানুহজনে ক'লে― "সিহঁতে কোৰান মুখস্থ কৰি আছে। ইহঁতৰ কামেই হৈছে কোৰান মুখস্থ কৰা।"

এইবাৰ জুবিনদাই সুধিলে― "ইহঁতৰ ঘৰ ক'ত? মাক-দেউতাক ক'ত থাকে?" মানুহজনে উত্তৰ দিলে যে, সিহঁত অনাথ শিশু। বেছি সংখ্যক শিশুৰেই মাক-দেউতাক নাই। কিছুমানৰতো ঘৰত কোনোৱেই নাই।"

জুবিনদাই আৰু বিশেষ একো কথা নাপাতিলে। অলপ আগতে ফাংচন কৰি পোৱা সমূদায় ধন তেওঁ মাদ্ৰাছাখনৰ নামত দি গুচি আহিল।

৩  মিলিয়ন সম্পূৰ্ণ হ’ল ৷ ব’লক এতিয়া আমি চাৰি মিলিয়নৰ দিশে আগবাঢ়ি যাওঁ ।
23/10/2025

৩ মিলিয়ন সম্পূৰ্ণ হ’ল ৷ ব’লক এতিয়া আমি চাৰি মিলিয়নৰ দিশে আগবাঢ়ি যাওঁ ।



দুলু আহমেদ লৈ অশেষ ধন্যবাদ ৷
22/10/2025

দুলু আহমেদ লৈ অশেষ ধন্যবাদ ৷



তাত সমাগম হোৱা লোকসকলক NHAI য়ে পানী-খাদ্যৰ ব্যৱস্থা কৰি দিয়ক তেন্তে। পথৰ দাঁতিত অস্থায়ীভাৱে চাহ, তামোল, পানী, কমলা-আপেল,...
19/10/2025

তাত সমাগম হোৱা লোকসকলক NHAI য়ে পানী-খাদ্যৰ ব্যৱস্থা কৰি দিয়ক তেন্তে। পথৰ দাঁতিত অস্থায়ীভাৱে চাহ, তামোল, পানী, কমলা-আপেল, ধূপ-চাকি বিক্রী কৰি অসমৰ খিলঞ্জীয়া মানুহৰ দুই এটা পৰিয়ালে এমুঠি চাউল যোগাৰ কৰিবলৈ বিচাৰিছে তাতে NHAIৰ কি ক্ষতি হ'ল ? জুবিন দাই জীৱন্ত কালতো দুখীয়াক সহায় কৰিছিল মৰণোত্তৰ ভাৱেও কৰিছে বুলি ভাবো। স্থানীয় লোকৰ দুই এখন দোকান বহিলে কাৰো ক্ষতি হ'ব বুলি নাভাবো ৷

14/10/2025

২০০৬ চনত হোজাইস্থিত আজমল হাউচত মৌলানা বদৰুদ্দিন আজমলৰ পিতৃ হাজী আজমল আলী চাহাবৰ সৈতে শিল্পী জুবিন গাৰ্গ আৰু মানস ৰবীন। স...
13/10/2025

২০০৬ চনত হোজাইস্থিত আজমল হাউচত মৌলানা বদৰুদ্দিন আজমলৰ পিতৃ হাজী আজমল আলী চাহাবৰ সৈতে শিল্পী জুবিন গাৰ্গ আৰু মানস ৰবীন। সচাকৈয়ে এক ঐতিহাসিক ফটো।
Zubeen Garg
Manas Robin

সাংবাদিক অনুপম চক্রবর্তীৰ এই কথাক সকলোৱে সমৰ্থন জনোৱা উচিত বুলি ভাৱে নে ?
09/10/2025

সাংবাদিক অনুপম চক্রবর্তীৰ এই কথাক সকলোৱে সমৰ্থন জনোৱা উচিত বুলি ভাৱে নে ?

জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ সময়তে লখিমপুৰৰ আকাশত দেখা গ'ল এনে দৃশ্য। ।     #জুবিন  #গাৰ্গ
09/10/2025

জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ সময়তে লখিমপুৰৰ আকাশত দেখা গ'ল এনে দৃশ্য। ।

#জুবিন #গাৰ্গ

‘অসমৰ সকলোৰে ঘৰত থাকিব লাগিব মোৰ স্বাক্ষৰ আৰু ফটো’ #জুবিন  #গাৰ্গ
08/10/2025

‘অসমৰ সকলোৰে ঘৰত থাকিব লাগিব মোৰ স্বাক্ষৰ আৰু ফটো’

#জুবিন #গাৰ্গ

আপোনাৰ প্ৰতিক্ৰিয়া ?
02/10/2025

আপোনাৰ প্ৰতিক্ৰিয়া ?

অলপ আগতে জানিব পাৰিলোঁ যে অগ্ৰীম জামিন বিচাৰি বিজনদা (বিজন মহাজন)ৰ প্ৰমুখ্যে তিনিগৰাকী জ্যেষ্ঠ অধিবক্তাৰ কাষ চাপিছিল। পা...
28/09/2025

অলপ আগতে জানিব পাৰিলোঁ যে অগ্ৰীম জামিন বিচাৰি বিজনদা (বিজন মহাজন)ৰ প্ৰমুখ্যে তিনিগৰাকী জ্যেষ্ঠ অধিবক্তাৰ কাষ চাপিছিল। পাত্তাই নিদিলে। টকাৰে কিনিব নোৱাৰে জুবিন গাৰ্গৰ প্ৰতি থকা আত্মিক সত্বাক। ইপিনে এটা এটা নতুন তথ্য আহি পৰিছে। জুবিন গাৰ্গক লৈ বেপাৰ কৰি অৰ্জন কৰা পাপৰ ফল ভোগ কৰিব। কাৰণ অন্যায় জুবিন গাৰ্গে সহ্য নকৰে আৰু কাকো ক্ষমা নকৰে।

সংগৃহীত


এই ছটা কাৰণত জুবিন গাৰ্গ চিৰকাল আমাৰ হৃদয়ত জীয়াই থাকিব। =====>👉জুবিনে কেতিয়াও কোনো ক্ষমতাৰ আগত বা ৰাজনীতিবিদৰ আগত মাথা ন...
25/09/2025

এই ছটা কাৰণত জুবিন গাৰ্গ চিৰকাল আমাৰ হৃদয়ত জীয়াই থাকিব। =====>

👉জুবিনে কেতিয়াও কোনো ক্ষমতাৰ আগত বা ৰাজনীতিবিদৰ আগত মাথা নত কৰা নাই।

👉 তেওঁ কেতিয়াও ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতি কৰা নাই।

👉 কোনো ৰাজনৈতিক দলে তেওঁৰ কণ্ঠস্বৰ কিনিব পৰা নাই।

👉 খ্যাতি, অর্থ আৰু বলীউডৰ সাফল্য পাইও তেওঁ এজন সৰল আৰু মাটিৰ মানুহ হৈ আছিল।

👉 যেতিয়া বাকী সকলো নীৰৱ আছিল, তেতিয়াও তেওঁ অন্যায়ৰ বিৰুদ্ধে কণ্ঠ দাঙি ধৰিছিল।

👉 বানপানীৰ ত্ৰাণৰ পৰা আৰম্ভ কৰি বিভিন্ন সামাজিক কামত, সদায় মানুহৰ কাষত থিয় দিছিল।

💙 সেয়ে জুবিন কেৱল এজন শিল্পী নাছিল, তেওঁ আছিল মানুহৰ কণ্ঠস্বৰ। তেওঁৰ গান যিদৰে অমৰ থাকিব, তেনেদৰে থাকিব তেওঁৰ মানৱীয় গুণাৱলী।। কাৰণেই শেষবাৰৰ বাবে প্ৰিয় শিল্পীজনক চাবলৈ ৰাস্তাত ভিৰ কৰিছিল লাখ লাখ মানুহে। তেওঁৰ মৃত্যুৰ পিছত গোটেই অসম খেন গান গাব, জনাই গৈছিল জুবিনে। ২০১৯ চনৰ এখন অনুষ্ঠাত জুবিনে ৰাজহুৱাকৈ কৈছিল যে, তেওঁৰ মৃত্যুৰ পিছত তেওঁ বিচাৰে, গোটেই অসমে যেন ‘মায়াবিনী’ গায়।

Address

Chandmari Road
Kanchrapara

Alerts

Be the first to know and let us send you an email when Real Info posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share