Karbi Anglong Khobor

Karbi Anglong Khobor Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Karbi Anglong Khobor, Media/News Company, Howraghat, Karbi Anglong.

01/08/2026

# কাৰ্বি আংলং হাওৰাঘাটত লোমহৰ্ষক হ*ত্যা*কা*ণ্ড ।
# নিজ পুত্ৰৰ খদিৰাম মজুমদাৰ (বাদল) হাতত প্ৰাণ গল পিতৃ হৰিলাল মজুমদাৰৰ ।
# শনিবৰীয়া উত্তৰ বৰবিল বজাৰৰ শনি মন্দিৰৰ সন্মুখত পিতৃৰ পাচলি দোকানতই আহি পুত্রই দাৰে ঘপিয়াই ডিঙি কাটি হ*ত্যা কৰে পিতৃৰ ।

30/07/2026

STORY : বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২মান বজাত হাওৰাঘাটত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড ।

#হাওৰাঘাটত এগৰাকী শিক্ষকৰ ঘৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতি-কাণ্ড ।

#শিক্ষক বিদ্যাৰাম ছিংনৰ ঘৰত নিশা ডকাইতে লুটপাত চলায় ।

প্ৰখ্যাত কাৰ্বি লোকসংগীত শিল্পী পখিলা লেকথেপীক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে। শৈশৱৰ পৰাই কাৰ্বি আধুনিক গানৰ সুৰ আৰু ...
24/06/2026

প্ৰখ্যাত কাৰ্বি লোকসংগীত শিল্পী পখিলা লেকথেপীক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে। শৈশৱৰ পৰাই কাৰ্বি আধুনিক গানৰ সুৰ আৰু গীত ৰচনা কৰিবলৈ আৰম্ভ কৰা এইগৰাকী শিল্পীয়ে কাৰ্বি সংগীতৰ পৰিসৰ তথা জনপ্ৰিয়তা অধিক প্ৰসাৰিত কৰিছে।

অসমৰ বাবে গৌৰৱৰ সময়।অসমৰ ঐতিহ্যমণ্ডিত ৪ টা সামগ্ৰীয়ে লাভ কৰিলে GI TAG
15/06/2026

অসমৰ বাবে গৌৰৱৰ সময়।অসমৰ ঐতিহ্যমণ্ডিত ৪ টা সামগ্ৰীয়ে লাভ কৰিলে GI TAG

🚨১৫ দিনত ৪ বাৰকৈ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য!🚨একেকোবে ২.৬১ টকা বাঢ়িল প্রতিলিটাৰ পেট্ৰ'লত।১০০ ৰ দিশে ডিজেলৰ মূল্যও!
25/05/2026

🚨১৫ দিনত ৪ বাৰকৈ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য!
🚨একেকোবে ২.৬১ টকা বাঢ়িল প্রতিলিটাৰ পেট্ৰ'লত।১০০ ৰ দিশে ডিজেলৰ মূল্যও!

19/05/2026

PRESS MEET. ( UTTAR BORBIL NETAJI M.E. SCHOOL )

📌 কাৰ্বি আংলংৰ নেতাজি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ সংবাদ মেল সম্বোধন ।

📌 দুটা দিন পূৰ্বে সম্প্ৰচাৰ হৈছিল নেতাজি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে বাতৰি ।

📌 উত্থাপিত বাতৰিৰ অভিযোগ বোৰ ভিত্তি হীন বুলি মন্তব্য প্ৰদান প্ৰধান শিক্ষক নাৰায়ণ চন্দ্ৰ দাসৰ আৰু কিছু ভুল বুজা বুজিৰ বাবেহে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে দিছিল অভিযোগ ।



মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ১ টকাৰ মানহানিৰ গোচৰ সুজাতা গুৰুং চৌধুৰীৰ!
13/05/2026

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ১ টকাৰ মানহানিৰ গোচৰ সুজাতা গুৰুং চৌধুৰীৰ!

04/05/2026

📌টিকট পোৱাৰ পিছতেই জয়ী হ'ম বুলি বিশ্বাস কৰিছিল লুনসিং টেৰণে !
📌জয়ৰ দিশে অগ্ৰসৰ হৈ প্রথমে হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰংহাংক ধন্যবাদ লুনসিং টেৰণৰ!
📌ভোট গণনা কেন্দ্ৰত আহি লুনসিং টেৰণৰ প্ৰথম প্ৰতিক্ৰিয়া!

📌তামুলপুৰ নাগ্ৰীজুলি পথৰ নোৱাখাটত দুৰ্ঘটনাগ্ৰস্ত নলবাৰীৰ ভাস্কৰজ‍্যোতি বিহু- হুঁচৰি দলৰ ট্ৰেভেলাৰ। 📌দুৰ্ঘটনাত ২৫ বছৰীয়া ...
25/04/2026

📌তামুলপুৰ নাগ্ৰীজুলি পথৰ নোৱাখাটত দুৰ্ঘটনাগ্ৰস্ত নলবাৰীৰ ভাস্কৰজ‍্যোতি বিহু- হুঁচৰি দলৰ ট্ৰেভেলাৰ।
📌দুৰ্ঘটনাত ২৫ বছৰীয়া পাঠিকা তথা বিহুৱতী নিশামনি হালৈৰ মৃ*ত্যু।
📌মালবাহী ট্ৰাকৰে হোৱা সংঘৰ্ষত আন ১১ গৰাকী আহত।
৫ জনক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ!
📌 অনুষ্ঠান পৰিৱেশন কৰি ঘৰমুৱা হৈছিল বিহু দলটো।

12/04/2026

মেট্ৰিক পৰীক্ষাত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ভিতৰত প্ৰথম স্থান লাভ কৰিলে হাওৰাঘাটৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী অলংকৃতা বৰকটকীয়ে। ১০০ ভিতৰতে ১০০ নম্বৰ পাই জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
আজি কাৰ্বি আংলংৰ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ এটা দলে সম্বৰ্ধনা জনায়

Address

Howraghat
Karbi Anglong
782481

Website

Alerts

Be the first to know and let us send you an email when Karbi Anglong Khobor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Karbi Anglong Khobor:

Shortcuts

Share