Bakalia Times

Bakalia Times News and Entertainment
(1)

15/09/2025

বকলীয়াঘাটত বৰা পশু খাদ্য কেন্দ্ৰ নামৰ বিপনী মুকলি।
📌মাছৰ খাদ্য, পশু লগতে বিভিন্ন প্ৰজাতিৰ মূৰ্গীৰ খাদ্য এই বিপনী খনত সুলভ মূল্যত উপলব্ধ।
Times #
#
Karbi Anglong

29/08/2025

মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইঙৰ শুভ উদ্বোধনী কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ...

29/08/2025

মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইঙৰ শুভ উদ্বোধনী কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ

28/08/2025
25/08/2025

📍অসম "জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ" শিৱসাগৰৰ যুৱ দলত অনুষ্ঠিত হয় কেন্দ্ৰীয় সমিতিৰ এখন "কেন্দ্ৰীয় বৰ্দ্ধিত কাৰ্যনিৰ্বাহক" সভা।
📍কাৰ্বি আংলঙত বছৰ বছৰ ধৰি বসবাস কৰা খিলঞ্জীয়া লোক সকলৰ ভূমি অধিকাৰ লগতে স্থায়ী বাসিন্দা হিচাপে গণ্য কৰিবলৈ কাৰ্বি আংলংৰ CEM তুলিৰাম ৰংহাঙক আহ্বান জনায় অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ" কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজন বায়নে

19/08/2025

বকলীয়াঘাটত পোন প্ৰথমবাৰৰ বাবে থিয় নামৰ কৰ্মশালা

📌শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ সৌজন্যত আৰু সাংস্কৃতিক শাখাৰ উদ্যোগত ছয় দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালাত থিয় নামৰ লগতে দিহা নামৰো প্ৰশিক্ষণ দিয়া হয়

16/08/2025

📌 জয়মতী নাৰ্জাৰীক BTR ত সম্বৰ্ধনা
📌 BTR ৰ মূখ্য কাৰ্যবাহী প্ৰমোদ বড়োয়ে জনায় এই সম্বৰ্ধনা
📌সংগীত সাধনাৰ ফল স্বৰূপে বড়োলেণ্ড চৰকাৰৰ পৰা এই সন্মান লাভ কৰে জয়মতী নাৰ্জাৰীয়ে।

15/08/2025

79th Independence Day Celebrations from Guwahati

13/08/2025

📌৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে পুৱা বকলীয়াঘাট নগৰ সমিতিৰ বিভিন্ন স্থানত চাফাই অভিযান।

Address

Bakalia
Karbi Anglong

Telephone

+918011420778

Website

Alerts

Be the first to know and let us send you an email when Bakalia Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share