Bakaliaghat Live

Bakaliaghat Live Bakaliaghat Live brings you real and timely news from your local area. From community stories to important updates, stay informed and connected.
(1)

Subscribe now on YouTube: https://youtube.com/?si=6NMEiNaX0HndPyHc

29/05/2026

♦জেঠমহীয়া পথাৰত কঠিয়া পৰাত ব্যস্ত চহা কৃষক ৷
♦ধানৰ উচিত মূল্য নোপোৱাত ক্ষোভ কৃষক অকন মেধিৰ ৷

25/05/2026

# নিহাং লংৰি কাৰ্বি লাম্মেট আমেইৰ মাণ্ডলিক সভাৰ সফল সমাপ্তি ৷

23/05/2026

# শনিবাৰে শনি লাগিল বকলীয়াঘাটত ৷
# ২য় টো দূৰঘটনাত ৩ জনলোক গুৰুতৰ ভাৱে আহত ৷

23/05/2026

# শিলভেটাত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল জিপচি ৷
# এগৰাকী মহিলা নিহত ৷ ছাৰিজন গুৰুতৰ ভাৱে আহত ৷

16/05/2026

# বকলীয়াঘাটত পথ সুৰক্ষাৰ সজাগতা সভা ৷

15/05/2026
15/05/2026

# বকলীয়াঘাটত মৃতদেহ উদ্ধাৰ ৷
# আটি গাঁৱৰ তুলসী দাস বুলি চিনাক্ত ৷

14/05/2026

# বহি: ৰাজ্যত কাম কৰিবলৈ গৈ ফুলনি গাঁৱৰ সমৰ বৰাৰ অকাল মৃত্যু ৷

11/05/2026

# ২৪ ঘন্টাৰ মুৰত চিলনীৰ লংনিট নদীত পানীত ডুবি মৃত্যু হোৱা ৰিতিচৰ মৃতদেহ উদ্ধাৰ ৷
# বকলীয়াঘাটত শোকৰ ছাঁ ৷

Address

Karbi Anglong

Website

Alerts

Be the first to know and let us send you an email when Bakaliaghat Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category