আমাৰ আশা/Amar Asha

আমাৰ আশা/Amar Asha আমাৰ আশা is an online news portal that aims to provide up-to-date and comprehensive coverage.
(1)

26/10/2025

�� ব্ৰেকিং নিউজ: আজিৰ সন্ধিয়াত বিনোদনীত দক্ষিণ কৰিমগঞ্জ উন্নয়ন পৰিষদৰ জনসভাত উপস্থিত হৈ অহা বিধানসভা নিৰ্বাচনৰ সম্ভাৱ্য প্ৰাৰ্থী জনাব ইকবাল হাছান মহাশয়ে জনতাৰ উদ্দেশ্যে গুৰুত্বপূর্ণ বক্তব্য প্ৰদান কৰিলে।

#ব্ৰেকিংনিউজ

ব্ৰেকিং নিউজ:বিহাৰ নিৰ্বাচন আগমূহূৰ্তে নিৰ্বাচন আয়োগৰ কড়াৰ নিদেশ — নিৰ্বাচনৰ নীৰৱ অৱধি (৪৮ ঘণ্টা) আৰু এক্সিট প’লৰ সময়ত ক...
26/10/2025

ব্ৰেকিং নিউজ:
বিহাৰ নিৰ্বাচন আগমূহূৰ্তে নিৰ্বাচন আয়োগৰ কড়াৰ নিদেশ — নিৰ্বাচনৰ নীৰৱ অৱধি (৪৮ ঘণ্টা) আৰু এক্সিট প’লৰ সময়ত কোনো প্ৰচাৰ বা প্ৰদৰ্শন নিষিদ্ধ। টিভি, ৰেডিঅ’, কেব্‌ল চেনেলক উপদেশ— কোনো দল বা প্ৰাৰ্থীৰ সাফল্যৰ সম্ভাৱনা প্ৰচাৰ নহ’ব।
৬ আৰু ১১ নবেম্বৰত দুটা পৰ্য্যায়ত ভোটগ্ৰহণ হ’ব।

26/10/2025

শ্ৰী ভূমি জিলাৰ ফকিৰ বজাৰত দক্ষিণ কৰিমগঞ্জৰ বিধায়ক শ্ৰী সিদ্দিক আহমেদৰ জনসংযোগ সভা অনুষ্ঠিত হয়।

26/10/2025

শ্ৰী ভূমি জিলাৰ ফকিৰ বজাৰত দক্ষিণ কৰিমগঞ্জৰ বিধায়ক শ্ৰী সিদ্দিক আহমেদৰ জনসংযোগ সভা অনুষ্ঠিত হয়।

26/10/2025

পঞ্চায়ত প্ৰাৰ্থী কংগ্ৰেছৰ ছবিলৈ , জয় হোৱাৰ পিছত বিজেপি কৰে: আছান চৌধুৰী।

26/10/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনটো প্ৰতি বছৰে ‘জাতীয় স্বাভিমান দিৱস’ হিচাপে পালন কৰিব অসম গণ পৰিষদে। কালি দলটোৰ সভাপতি অতুল বৰাই এই কথা সদৰি কৰে।

|

ভাৰতীয় ৰে'লৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে ১২,০১১ খন বিশেষ ৰে'ল চলাচল কৰিব। উত্তৰ-পূব সীমান্ত ৰে'লৱ...
26/10/2025

ভাৰতীয় ৰে'লৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে ১২,০১১ খন বিশেষ ৰে'ল চলাচল কৰিব। উত্তৰ-পূব সীমান্ত ৰে'লৱে যোৱা ছেপ্তেম্বৰৰ পৰা ডিচেম্বৰলৈ ৰে'ল পথসমূহত ৬২০ টা যাত্ৰাৰ বাবে ৪৮ খন উৎসৱবিশেষ ৰেল চলাচল কৰাই আছে।

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী আৰু পৰৱৰ্তী সময়ত ডা...
26/10/2025

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী আৰু পৰৱৰ্তী সময়ত ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। তাপমাত্রা: সৰ্বোচ্চ ৩৩°C, সৰ্বনিম্ন ২২°C।

আজি  -ৰ নাহৰকটীয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়ত   উদযাপন সমিতিসমূহৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত এইবাৰৰ ষ...
25/10/2025

আজি -ৰ নাহৰকটীয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়ত উদযাপন সমিতিসমূহৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত এইবাৰৰ ষট পূজা প্ৰশাসনৰ নীতি নিৰ্দেশনা মানি চলি পালন কৰাৰ নিৰ্দেশনা দিয়া হয়।

সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত আইন ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ'ব বুলি মুখ্যমন্ত্রী  ই আজি সকীয়...
25/10/2025

সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত আইন ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ'ব বুলি মুখ্যমন্ত্রী ই আজি সকীয়াই দিয়ে। তেওঁ কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্রহণ কবি এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য কৰে

মুখ্যমন্ত্রী  ই আজি কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিন্নাকান্দি মণ্ডল বিজেপিৰ কাৰ্যালয় আৰু লক্ষীপুৰ মণ্ডল বিজেপিৰ কার...
25/10/2025

মুখ্যমন্ত্রী ই আজি কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিন্নাকান্দি মণ্ডল বিজেপিৰ কাৰ্যালয় আৰু লক্ষীপুৰ মণ্ডল বিজেপিৰ কার্যালয় উদ্বোধন কৰে।

প্রধানমন্ত্রী  য়ে কাইলৈ আকাশবাণীৰ   অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্...
25/10/2025

প্রধানমন্ত্রী য়ে কাইলৈ আকাশবাণীৰ অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৭ সংখ্যক খণ্ড।

Address

Karimganj
788712

Website

https://x.com/amaraasa973861?t=T6TM0J88o7hUsAhsmfL0tw&s=09, https://www.youtube.com/@AmarAsh

Alerts

Be the first to know and let us send you an email when আমাৰ আশা/Amar Asha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share