11/09/2025
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰম পূজনীয় সৰ-সংঘচালক ডা: মোহন ভাগৱত ডাঙৰীয়াক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাষ্ট্ৰ নিৰ্মাণ আৰু সামাজিক সমন্বয় গঢ়াত আপোনাৰ অৱদানৰ বাবে আমি সদায় কৃতজ্ঞ।
মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভূমিৰ পৰা আমি আপোনাৰ সুস্বাস্থ্য, দীর্ঘ জীৱনৰ কামনাৰে নেদেখাজনৰ ওচৰত প্রার্থনা জনালোঁ।
राष्ट्रीय स्वयंसेवक संघ के परम आदरणीय सरसंघचालक डॉ. मोहन भागवत जी को जन्मदिन की हार्दिक शुभकामनाएँ। राष्ट्र निर्माण और सामाजिक समरसता में आपके योगदान हेतु हम सदैव आभारी हैं।
माँ कामाख्या और महापुरुष श्रीमंत शंकरदेव से प्रार्थना है कि वे आपको उत्तम स्वास्थ्य, दीर्घायु और राष्ट्र सेवा की अपार शक्ति प्रदान करें।