Mokbul Hussain page

Mokbul Hussain page Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mokbul Hussain page, Video Creator, Ratabari Gamaria, Karimganj.

আমি পেশায় একজন ইমার্জেন্সি মেডিকেল টেকনিশিয়ান(EMT) নিঃস্বার্থভাবে সকলকে ভালোবাসা দিতে এবং পেতে চাই কারণ আমি নতুন ইউজার
🌼🌸𝗔𝗖𝗧𝗜𝗩𝗘✅আছি🖐️🌸🌼
💙🌻𝗙𝗢𝗟𝗟𝗢𝗪 দিন✅🌻💙🇨🇮
নোটিফিকেশন পাওয়া মাএই 𝗕𝗔𝗖𝗞 দিবো🇨🇮🇨🇮From=INDIA

সম্মানিত facebookএর সবাইকে অনুরোধ করছি এইরকম যদি লিংক আসে কেহ ডাউনলোডিং দিবেন না, আমার কয়েকজন বন্ধু এই লিংক ডাউনলোডিং দ...
25/09/2025

সম্মানিত facebookএর সবাইকে অনুরোধ করছি এইরকম যদি লিংক আসে কেহ ডাউনলোডিং দিবেন না, আমার কয়েকজন বন্ধু এই লিংক ডাউনলোডিং দিয়ে এরার হোয়াটসঅ্যাপ ডিলিট হয়ে গিয়েছে এবং এরার হোয়াটসঅ্যাপ যত গ্রুপ আছে যতজনের সাথে চ্যাটিং আছে সবাইকে অটোমেটিক মেসেজ যায়, তাই সবাইকে অনুরোধ করব এইরকম লিংক আসলে কেহ ইন্সটল দিয়ে বিপদে পড়বেন না এই লিংকে হ্যাকাররা কাজ করছে আপনার ব্যাংক অ্যাকাউন্ট খালি হয়ে যাবে, জন্য স্বার্থে এই পোস্টটি শেয়ার করার অনুরোধ রইলো, আপনি সচেতন হোন এরকম ভুয়া পোস্ট থেকে এবং অন্যকে সচেতন করুন

*জুবিন গাৰ্গৰ চমু জীৱনী*________________________জুবিন গাৰ্গ (ইংৰাজী: Zubeen Garg) আছিল এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সুৰকাৰ...
25/09/2025

*জুবিন গাৰ্গৰ চমু জীৱনী*
________________________

জুবিন গাৰ্গ (ইংৰাজী: Zubeen Garg) আছিল এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, সংগীত প্ৰযোজক, অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু সমাজসেৱক। তেওঁ মূলতঃ অসমীয়া, বঙালী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু সংগীত উদ্যোগত কাম কৰিছিল, কিন্তু ৪০ টাতকৈও অধিক ভাষা আৰু উপভাষাত গীত গাইছিল।

*জন্ম আৰু পৰিয়াল:*
জুবিন গাৰ্গৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত, এটা অসমীয়া ব্ৰাহ্মণ পৰিয়ালত। তেওঁৰ জন্মৰ নাম আছিল জুবিন বৰঠাকুৰ। তেওঁ বিখ্যাত সংগীত সুৰকাৰ জুবিন মেহতাৰ নামেৰে নামাকৰণ কৰা হৈছিল আৰু তেওঁৰ গোত্ৰ "গাৰ্গ"ক উপাধি হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ এজন দণ্ডাধীশ, গীতিকাৰ আৰু "কপিল ঠাকুৰ" ছদ্মনামেৰে কবিতা লিখা এজন কবি আছিল, আৰু তেওঁৰ মাতৃ পলিন বৰঠাকুৰ (বিনা বৰঠাকুৰ) এগৰাকী কণ্ঠশিল্পী আছিল। জুবিন গাৰ্গে ২০০২ চনত ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

*শিক্ষা আৰু সংগীত যাত্ৰা:*
গাৰ্গে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু কৰিমগঞ্জ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। পিছলৈ তেওঁ বি. বৰুৱা মহাবিদ্যালয়ত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী ল'বলৈ লৈছিল যদিও সংগীতৰ কেৰিয়াৰত মনোনিবেশ কৰিবলৈ পঢ়া বাদ দিয়ে। তিনি বছৰ বয়সৰ পৰাই জুবিন গাৰ্গে গান গাবলৈ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম গুৰু আছিল তেওঁৰ মাতৃ যাৰ পৰা তেওঁ গান শিকিছিল, আৰু তেওঁ পণ্ডিত ৰবীন বেনাৰ্জীৰ ওচৰত ১১ বছৰ ধৰি তবলা বজাবলৈ শিকিছিল। গুৰু ৰামানি ৰায়ে তেওঁক অসমীয়া লোকসংগীতৰ সৈতে পৰিচয় কৰাই দিছিল। ১৯৯২ চনত মুক্তি পোৱা "অনামীকা" এলবামৰ জৰিয়তে তেওঁ পেছাদাৰী সংগীত জগতত প্ৰৱেশ কৰিছিল।

*সংগীত কেৰিয়াৰ আৰু অন্যান্য বৰঙণি:*
জুবিন গাৰ্গে ১২টা বাদ্যযন্ত্ৰ বজাব পাৰিছিল, যাৰ ভিতৰত আছিল আনন্দলহৰী, ঢোল, দোতাৰা, ড্ৰাম, গীটাৰ, হাৰমনিকা, হাৰমনিয়াম, মেণ্ডোলিন, কীবৰ্ড, তবলা আৰু বিভিন্ন পাৰ্কাচন বাদ্যযন্ত্ৰ। তেওঁ অসমৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা কণ্ঠশিল্পী আছিল। তেওঁ বহুতো হিন্দী চলচ্চিত্ৰতো গীত গাইছিল, যাৰ ভিতৰত আছে "দিল সে", "ডোলি সজা কে ৰাখনা", "ফিজা", "কাঁটে" আৰু "জাল: দ্য ট্ৰেপ"। ২০০৩ চনত তেওঁ বঙালী সংগীত উদ্যোগত আত্মপ্ৰকাশ কৰিছিল। জুবিন গাৰ্গে বহুতো অসমীয়া আৰু বঙালী চলচ্চিত্ৰতো অভিনয় কৰিছিল আৰু সংগীত পৰিচালনা কৰিছিল। ২০০৯ চনত "ইক’জ অফ চাইলেঞ্চ" নামৰ এখন নন-ফিচাৰ চলচ্চিত্ৰৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বাবে ৫৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ২০২৪ চনৰ ২৭ মে'ত মেঘালয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰ অফ লিটাৰেচাৰ (ডি. লিট.) সন্মানীয় ডিগ্ৰী প্ৰদান কৰে।

*মৃত্যু:*
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত এক দুৰ্ঘটনাত জুবিন গাৰ্গৰ মৃত্যু হয়। তেওঁ নৰ্থইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰলৈ গৈছিল, য'ত তেওঁৰ অনুষ্ঠান কৰাৰ কথা আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 52 বছর,

*ZubeenGarg  বুঝিয়ে দিয়েছেন- ক্ষমতা , টাকা, সৌন্দর্য কিছু নয়, মানবতাই আসল পরিচয়!*চিরবিদায় হে লিজেন্ড 💔ZubeenGarg*নি...
22/09/2025

*ZubeenGarg বুঝিয়ে দিয়েছেন- ক্ষমতা , টাকা, সৌন্দর্য কিছু নয়, মানবতাই আসল পরিচয়!*
চিরবিদায় হে লিজেন্ড 💔
ZubeenGarg
*নিঃস্বার্থ ও অহংকারহীন জীবন কাটানো জুবিন দার আজ বিদায়। অনেক কিছু স্মরণীয় করে রাখলো। 🙏😫.....*
*অহংকার করো না ... দেহটা। টাকার উপর ভরসা নাই আজ আছে কাল নাও থাকতে পারে তাই নিজের আত্মাকে পবিত্র রাখুন, সবকিছু চিরকাল মনে থাকবে। 🙏....* ❣️🖋️.....
জাতি তি নাম, ধর্ম-বর্নঃ নাম সাম্প্রদায়িক এবং বিভাজনীয় রাজতীয় থান-বান পেল স্বচ্ছান্ধা অমথন পুনিত হ'ল, ঘোর কাকো খাটি নকরি ঘৃণাল রাজনীতি উফই জুফনা এগনা গাথী গাথী গাথী গৌন পুনঃ একগথী গাথী!
এয়া কেৱল মানুহ আছিল, যাৰ সকলোৰেক্ত ৰঙা! কেহল মানুহ...👇

22/09/2025

Our beloved Zubinda, a world-famous artist

21/09/2025
21/09/2025

Alas, he is no longer with us.

Our beloved artist is no longer with us, he has gone to the land of no return, but he remains in our hearts.
21/09/2025

Our beloved artist is no longer with us, he has gone to the land of no return, but he remains in our hearts.

20/09/2025

মৃত্যু এটা চিৰন্তন সত্য। কিন্তু অনাকাংক্ষিত মৃত্যু মানি লোৱা নাযায়।। আজি গোটেই অসম বাকৰুদ্ধ শোকাকুল পৰিবেশত 😭🙏🙏

Address

Ratabari Gamaria
Karimganj

Alerts

Be the first to know and let us send you an email when Mokbul Hussain page posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mokbul Hussain page:

Share

Category