
31/08/2025
🔴M NEWS Photo Contest 2026
#পুৰস্কাৰ_সমূহঃ
➡️প্ৰথম পুৰস্কাৰঃ নগদ ৩০০০ টকা ।
➡️দ্বিতীয় পুৰস্কাৰঃ নগদ ২০০০ টকা।
➡️তৃতীয় পুৰস্কাৰঃ নগদ ১০০০ টকা ।
#প্ৰতিযোগিতাৰ_নিয়ম_সমূহঃ
১) প্ৰতিযোগীৰ যিকোনো ফটো গ্ৰহণ কৰা হ'ব ।
২) যিকোনো গ্ৰুপ ফটোও গ্ৰহণ কৰা হ'ব ।
৩) প্ৰতিযোগীয়ে পঠোৱা ফটো "M NEWS" facebook পেইজত আপলোড কৰা হ'ব।
৪) ৩১ ডিচেম্বৰ, ২০২৫ ৰ আগত প্ৰেৰণ কৰিব লাগিব নিজৰ নিজৰ ফটো ।
৫) আপলোড দিয়া ফটোত হোৱা Views আৰু Reach ৰ ভিত্তিত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হ'ব ।
৬) WhatsApp ত প্ৰেৰণ কৰিব লাগিব ফটো, প্ৰতিযোগিৰ নাম আৰু জিলাৰ নাম ।
৭) ➡️ 087530 93318 (WhatsApp) নম্বৰত প্ৰেৰণ কৰিব লাগিব ফটো ।
৮) বিজয়ী সকলক M NEWS ৰ কাৰ্য্যালয়ত পুৰস্কাৰ প্ৰদান কৰা হ'ব ।
বিঃদ্রঃ- M NEWS ৰ পেইজটো Follow কৰা বাধ্যতামূলক।
➡️Your hashtag code: