02/06/2025
# # # # #
যিটো সময়ত অসম চৰকাৰে মাটিৰ সকলো দালাল নাই কিয়া কৰিব বুলি নিউজত দেখা পাইছিলো মই। সেইটো সময়ত শ্যমাবাৰি মৌজাৰ পূৱ- মঙ্গলদৈৰ circle office ত এতিয়াও দালাল হিচাপে কাম কৰি আছে ধনছিৰিকাছ গাঁৱৰ💥 কমল উদ্দিন গাওঁ বুঢ়া 💥 প্ৰশ্ন হৈছে অসম চৰকাৰে এই গাওঁ বুঢ়া নামৰ দালালৰ জনক অনতি পলমে আৰক্ষীৰ জালত লবনে?
👉 এই গাওঁ বুঢ়া নামৰ দালাল জনক আৰু তাৰ দালালি কৰা কিছুমান প্ৰমাণ মোৰ তাত আছে । আৰু বাকী খিনি অসম আৰক্ষীয়ে তদন্ত কৰিলে ওলাব বুলি মই আহা কৰিছোঁ।
🙏 ধন্যবাদ। 🙏