Anamul Hoque

Anamul Hoque Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Anamul Hoque, Video Creator, Kharupatia.

29/01/2025
03/06/2023

মঙ্গলদৈ JNSM হস্পিটেলত এক অমানৱীয় কাণ্ড, ৰোগী মৃত্যু হোৱাত ভায়েক কান্দিলে কিয় তাকে লৈ চিকিউৰিটি এজনে বহুত বেয়াকৈ মাৰধৰ কৰে।
আৰু মুছলিম জাতি বুলি গালি দিয়ে।

27/09/2022
মাদ্ৰাছাক জেহাদিৰ ঘাটি আখ্যা দিয়া চৰকাৰ এইবোৰ অলপ লক্ষ্য কৰিব।
09/09/2022

মাদ্ৰাছাক জেহাদিৰ ঘাটি আখ্যা দিয়া চৰকাৰ এইবোৰ অলপ লক্ষ্য কৰিব।

08/02/2022

Share to support💪

08/02/2022

Fearless and free
Tigress🐅

Khatam bye bye tata good bye
04/02/2022

Khatam bye bye tata good bye

09/07/2021

দেশত অন্ধভক্তৰ অভাব নাই


19/04/2021

কুম্ভ মেলাত অংশগ্ৰহণ কৰা ধৰ্মপ্ৰাণ লোক সকল কৰ'ণা জেহাদি বা কৰ'ণা বম বুলি আমি জীৱনতো নকওঁ !

কিয়নো পূণ্য লাভ কৰিবলৈ যোৱাত বিপদ আহি গ'ল , সেয়া কবলগীয়া কি আছে?ইচ্ছা কৰি কোনেও মৃত্যুক নিমন্ত্ৰণ নিদিয়ে ।

কিন্তু এটা কথা মনত ৰাখিব লাগে মাৰ্চ মাহৰ সেই সময় খিনি ? যি সময়ত ভাৰতৰ বিভিন্ন ঠাইৰ পথত বাহঁ বান্ধি মুছলমানৰ প্ৰবেশ বন্ধ কৰিছিল,দোকানত মুছলমানক সামগ্ৰীৰ বিক্ৰী কৰা নাছিল, বিভিন্ন ঠাইত শাক-পাচলি ক্ৰয় কৰাৰ সময়তে বাধা দিয়া ,অশ্লীল গালি গালাজ , ইত্যাদি...

সামাজিক মাধ্যমত ২৪ ঘন্টাই অহৰহ ভাবে মুছলমানক গালি পাৰিছিল, একাংশ হালধীয়া সাংবাদিকে অকথ্য কথাৰে সম্বোধন কৰিছিল অথচ জামাতিয়ে ভাৰত বৰ্ষ জ্বলাই দিছে বুলিও কৈছিল । আজি মনত আছে নে সেই সাম্প্ৰদায়িক মুখা পিন্ধা তথাকথিত নেতা সকলৰ তথা হালধীয়া সাংবাদিক সকলৰ ?

ইমান সংকটৰ সময়চোৱাত সেই নিকৃষ্ট ৰাজনীতি কৰাৰ পৰা বিৰত নাছিল সেই সকল । কিন্তু আজি কৰ'ণা মানে এয়া মহামাৰী আৰু সেই সময়ত আন কিবা আছিল lcopy

ৰাজাপুখুৰি গাৱঁৰ ভোট কেন্দ্রত গুলি আৰু লাঠি চাৰ্চ
01/04/2021

ৰাজাপুখুৰি গাৱঁৰ ভোট কেন্দ্রত
গুলি আৰু লাঠি চাৰ্চ

16/03/2021

ৰাজনৈতিক নেতাসকলৰ কবলত পৰি আজি তুমি কাক আঘাত কৰিছা
এবাৰ ঘুৰি চোৱা সকলো তোমাৰ আপোনা।

Address

Kharupatia

Telephone

+916382625180

Website

Alerts

Be the first to know and let us send you an email when Anamul Hoque posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Anamul Hoque:

Share

Category