Prime News Axom

Prime News Axom ( সত্যৰ প্রচাৰেই মোৰ একমাত্ৰ লক্ষ্য )
(1)

কাৰ নিৰ্দেশত কাম কৰিছিল ৰূপা ব্ৰহ্ম, ভদ্ৰেশ্বৰ বসুমতাৰী, ডিংকুৰ মুছাহাৰীয়ে? প্রশ্ন উত্থাপন লাফিকুলক ভগ্নীৰৰ আত্মসমৰ্পণ ক...
06/09/2026

কাৰ নিৰ্দেশত কাম কৰিছিল ৰূপা ব্ৰহ্ম, ভদ্ৰেশ্বৰ বসুমতাৰী, ডিংকুৰ মুছাহাৰীয়ে? প্রশ্ন উত্থাপন লাফিকুলক ভগ্নীৰৰ

আত্মসমৰ্পণ কৰা ৩ অভিযুক্তৰ এনকাউন্টাৰ দাবী ভগ্নী মঞ্জুমা আহমেদৰ

ভাৰতৰ ১৮ শতাংশ মুছলমানৰ বাবে নাই নেকি সংবিধান? মছজিদ দেখিলেই কিয় ভাঙিব যায় বিজেপি চৰকাৰে? কেৱল মুছলমানকেই নহয়, হিন্দুকো ...
06/09/2026

ভাৰতৰ ১৮ শতাংশ মুছলমানৰ বাবে নাই নেকি সংবিধান? মছজিদ দেখিলেই কিয় ভাঙিব যায় বিজেপি চৰকাৰে? কেৱল মুছলমানকেই নহয়, হিন্দুকো বিপদত পেলাইছে বিজেপিয়ে।' গৰজি উঠিল আছাদুদ্দিন ওৱেছী।

06/09/2026

ভাৰতৰ ১৮ শতাংশ মুছলমানৰ বাবে নাই নেকি সংবিধান? মছজিদ দেখিলেই কিয় ভাঙিব যায় বিজেপি চৰকাৰে? কেৱল মুছলমানকেই নহয়, হিন্দুকো বিপদত পেলাইছে বিজেপিয়ে।' গৰজি উঠিল আছাদুদ্দিন ওৱেছী

06/09/2026

আহক আমি ১৯ তাৰিখৰ পৰা আৰম্ভ কৰি সকলো লগ হম ১৯ তাৰিখে জুবিন দিৱস ৰ দিনা ৰক্ত দান কৰাৰ সিদ্ধান্ত

হোৱাটচপত যোগাযোগ কৰিবলৈ সদৰী কৰিলে মোবাইল নাম্বাৰ

06/09/2026

মুছলমান নাথাকিলে পৃথিৱী নাথাকে। যিমানেই চেষ্টা নকৰা কিয়, মুছলমানক ধ্বংস কৰিব নোৱাৰিবা"। আৰু কি কি ক'লে মহিলা গৰাকীয়ে শুনক

06/09/2026

আত্মসমৰ্পণ কৰা ৩ অভিযুক্তৰ এনকাউন্টাৰ দাবী ভগ্নী মঞ্জুমা আহমেদৰ

কাৰ নিৰ্দেশত কাম কৰিছিল ৰূপা ব্ৰহ্ম, ভদ্ৰেশ্বৰ বসুমতাৰী, ডিংকুৰ মুছাহাৰীয়ে? প্রশ্ন উত্থাপন লাফিকুলৰ ভগ্নীৰ

06/09/2026

৫ ছেপ্টেম্বৰৰ দিনা শিক্ষক সমাজলৈ অপমান সূচক ভিডিও বনাই

পিচত নিজে অনোতপ্ত হই শিক্ষক সমাজলৈ আঠুকাঢ়ি ক্ষমা বিশ্বজ্যোতি নাথে

জুবিনে যদি ন্যায় নাপায়, তেন্তে মই ভাবো অসমত ন্যায়ৰ কোনো অর্থ নাথাকিবগৰিমা শইকীয়া গার্গ
06/09/2026

জুবিনে যদি ন্যায় নাপায়, তেন্তে মই ভাবো অসমত ন্যায়ৰ কোনো অর্থ নাথাকিব

গৰিমা শইকীয়া গার্গ

05/09/2026

দা*লা*ল ঠ*গ-প্ৰ*ৱ*ঞ্চকৰ বিৰুদ্ধে বৰপেটা জিলাত অসম আৰক্ষীৰ অভিযান।

বৰপেটাৰ বৰপেটা, বাঘবৰ, কলগাছিয়া, সৰ্থেবাৰী আৰু তাৰাবাৰী আৰক্ষীয়ে অভিযান চলাই মুঠ ২৬জন প্ৰ*ৱ*ঞ্চকক গ্ৰেপ্তাৰ কৰে।

05/09/2026

যেতিয়া মৃত্যুৰ দুৱাৰ ডলিতো জীৱন জয়ী হয়...! কেতিয়াবা কিছুমান মুহূৰ্তই আমাক বাধ্য কৰে বিশ্বাস কৰিবলৈ-ভগৱান আছে।

চৌদিশে বিপদ, চকুৰ সন্মুখত ভয়ংকৰ পৰিস্থিতি... তথাপিও এটি কণমানি জীৱন যেন অদৃশ্য শক্তিৰ আশীৰ্বাদত অক্ষত হৈ ৰ'ল। যাৰ ৰক্ষাৰ দায়িত্ব স্বয়ং ভগৱানে গ্ৰহণ কৰে

Address

Kharupatia

Alerts

Be the first to know and let us send you an email when Prime News Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share