Kokrajhar Live 24×7

Kokrajhar Live 24×7 নিষ্পেষিত ৰাইজৰ কণ্ঠ। +916003585314

16/09/2025

সজল কুমাৰ সিংহক ABMSU ৰ সকীয়নী ।

হাগ্ৰামা মহিলাৰী বনাম খাম্পা বৰগয়াৰী ।দেৱৰগাওঁ আৰু চিৰাং দুৱাৰ সমষ্টিত কোনে জয়লাভ কৰিব ? কমেণ্ট কৰক ।
15/09/2025

হাগ্ৰামা মহিলাৰী বনাম খাম্পা বৰগয়াৰী ।
দেৱৰগাওঁ আৰু চিৰাং দুৱাৰ সমষ্টিত কোনে জয়লাভ কৰিব ?
কমেণ্ট কৰক ।

ফকিৰাগ্ৰাম সমষ্টিত কোনে জয়ী হব ? কমেণ্ট কৰক ।
15/09/2025

ফকিৰাগ্ৰাম সমষ্টিত কোনে জয়ী হব ?
কমেণ্ট কৰক ।

14/09/2025

এই মাত্ৰ ভূমিকম্প হৈ গল কোনে কোনে গম পালে কোমেণ্ট কৰি জনাওক ।

BPF ৰ নিৰ্বাচনী ইস্তাহাৰত ডাঙৰ ঘোষণা ।বিপিএফ দল শাসনত আহিলে সকলো জাতি-জনগোষ্ঠীৰ ভূমিহীন তথা ভূমিৰ পট্টা নথকা পৰিয়ালক দিব...
14/09/2025

BPF ৰ নিৰ্বাচনী ইস্তাহাৰত ডাঙৰ ঘোষণা ।
বিপিএফ দল শাসনত আহিলে সকলো জাতি-জনগোষ্ঠীৰ ভূমিহীন তথা ভূমিৰ পট্টা নথকা পৰিয়ালক দিব ভূমিৰ অধিকাৰ ।

বাওঁখুংগ্ৰী সমষ্টিত কোনে জয়ী হব এইবাৰ ? কমেণ্ট কৰি জনাওঁক ।
13/09/2025

বাওঁখুংগ্ৰী সমষ্টিত কোনে জয়ী হব এইবাৰ ?
কমেণ্ট কৰি জনাওঁক ।

বিটিচি ত কিং BPF হাগ্ৰামা মহিলাৰী ৰ মন্তব্য ।
08/09/2025

বিটিচি ত কিং BPF
হাগ্ৰামা মহিলাৰী ৰ মন্তব্য ।

07/09/2025

ফকিৰাগ্ৰামত বিপিএফ প্ৰাৰ্থী এজামূল হকৰ মন্তব্য ৷

06/09/2025

🔴 ৭ নং ফকিৰাগ্ৰাম সমষ্টিৰ BJP দলৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে'ক পুনৰ বিশ্বাসত লব নে ৰাইজে?
এইবাৰ সমষ্টিবাসী নতুন মুখ বিচাৰিছে ।
🔴 কোকৰাঝাৰ জিলা ABMSU ৰ সাধাৰণ সম্পাদক দিলোৱাৰ পৰামাণিকৰ মন্তব্য ।

05/09/2025

বেলতলীত “HMB দোকান” ৰ শুভ মুকলি

ধুবুৰী জিলাৰ বিলাশিপাৰাৰ বেলতলী চাৰি আলিত আজি “হনুমান মিষ্টান ভাণ্ডাৰ আৰু ৰেষ্টুৰেণ্ট” চমুকৈ HMB দোকানৰ শুভ মুকলি কৰা হৈছে ।

04/09/2025

ফকিৰাগ্ৰাম সমষ্টিত এইবাৰ ত্ৰিকণীয়া যুজঁ হব নেকি? শেষ হাঁহি কোনে মাৰিব ? কোমেণ্ট বক্সত জনাওক মতামত ।

ফকিৰাগ্ৰাম সমষ্টিত GSP ৰ পৰা নিৰ্বাচন খেলিব সুকুমাৰ দেৱনাথ ।
01/09/2025

ফকিৰাগ্ৰাম সমষ্টিত GSP ৰ পৰা নিৰ্বাচন খেলিব সুকুমাৰ দেৱনাথ ।

Address

Kokrajhar

Alerts

Be the first to know and let us send you an email when Kokrajhar Live 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share