BodolandbubliAssamese

BodolandbubliAssamese মুক্ত আৰু সত্য খবৰ
(2)

27/08/2026

বিটিছি পৰিষদৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আকষ্মিক বিয়োগত শোক প্ৰকাশ বিটিছিৰ ইএম তথা দোতমা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ ।

27/08/2026

বিটিছি পৰিষদৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আকষ্মিক বিয়োগত শোক প্ৰকাশ বিটিছিৰ ইএম দেৰহাসাৎ বসুমাতাৰীৰ ।
বিটিছিৰ দৰাংগাজুলি পৰিষদীয় সমষ্টিৰ MCLA তথা BTC ৰ প্ৰাক্তন কার্যবাহী সদস্য (EM) আৰু বৰ্তমান উপাধ্যক্ষ (Deputy Speaker) বিজিত গোৱৰা নাৰ্জাৰী অকাল বিয়োগ হোৱাত গভীৰভাৱে শোক প্ৰকাশ কৰে বিটিছিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ইএম দেৰহাসাৎ বসুমাতাৰীয়ে । আজি এক সাক্ষাৎকাৰত ইএম দেৰহাসাৎ বসুমাতাৰীয়ে আৰু কয় যে তেখেত বড়োলেণ্ডৰ এজন নিষ্ঠাৱান জননেতা আছিল। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।
কোকৰাঝাৰ ।

27/08/2026

বিটিছি পৰিষদৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আকষ্মিক বিয়োগত শোক প্ৰকাশ বিটিছিৰ ইএম তথা দোতমা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ ।
বিটিছিৰ দৰাংগাজুলি পৰিষদীয় সমষ্টিৰ MCLA তথা BTC ৰ প্ৰাক্তন কার্যবাহী সদস্য (EM) আৰু বৰ্তমান উপাধ্যক্ষ (Deputy Speaker) বিজিত গৌৰা নাৰ্জাৰী অকাল বিয়োগ হোৱাত গভীৰভাৱে শোক প্ৰকাশ কৰে বিটিছিৰ শিক্ষা বিভাগৰ ইএম তথা দোতমা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ।

27/08/2026

ওৰাঙত ই-ৰিক্সা সন্থাৰ জৰুৰি সভা অনুষ্ঠিত হয়।

27/08/2026

BTCLA-ৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আকস্মিক মৃত্যুত আমাৰ দলৰ বাবে এক ডাঙৰ ক্ষতি - দিলীপ শইকীয়া

27/08/2026

ওৰাং চাহ বাগিচাত ব্ৰজপাতৰ কৰুণ ঘটনা; থিতাতে নিহত এগৰাকী মহিলা, আহত দুগৰাকীকৈ আন মহিলা৷

27/08/2026

बड'लेण्ड मुलुग सोलोंसालियाव थुनलाइनि गेजेरजों गोरोबलायनाय हाबाफारिया दिनै नैथि सानाव आगान होबाय

27/08/2026

বিজ্ঞাপন
ADVERTISEMENT


27/08/2026

বহিঃৰাজ্যত গহপুৰৰ যুৱকক হত্যা কৰাৰ অভিযোগ উঠিছে লক্ষীমপুৰৰ দুই যুৱকৰ বিৰুদ্ধে। ধাৰে দিয়া টকা উভতাই বিচৰাৰ বাবেই হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।

বহিঃৰাজ্যত কৰ্মৰত গহপুৰৰ ৰজাবাৰীৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য।

মৃত যুৱকজনৰ নাম ঘনশ্যাম। ঘৰ গহপুৰৰ ৰজাবাৰীত।

পৰিয়ালৰ অভিযোগ অনুসৰি, লক্ষীমপুৰৰ দুজন বন্ধুৱে ধাৰলৈ নিয়া টকা ঘনশ্যামে উভতাই বিচৰাৰ বাবেই তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে।

বহিঃৰাজ্যত একেলগে কাম কৰি থকা অৱস্থাতে এই ঘটনা সংঘটিত হোৱা বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।

ইফালে ঘটনাৰ পিছত লক্ষীমপুৰৰ দুই যুৱক পলাতক হৈ থকা বুলি জানিব পৰা গৈছে।

মৃতদেহ ঘৰলৈ অনাৰ পিছতে সমগ্ৰ ৰজাবাৰী অঞ্চলত শোকৰ ছাঁ পৰিছে। পৰিয়ালে এই ঘটনাৰ উচিত তদন্ত আৰু ন্যায় বিচাৰিছে।

27/08/2026

বাক্সাৰ পি এমশ্ৰী জৱাহৰ নবোদয় বিদ্যালয়ত নবোদয় বিদ্যালয় সমিতিৰ উদ্যোগত ২৭ আগষ্ট তাৰিখে শুভাৰম্ভনি কৰা হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন প্ৰতিযোগীতাৰ।

Address

Kokrakhar
Kokrajhar
783370

Alerts

Be the first to know and let us send you an email when BodolandbubliAssamese posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BodolandbubliAssamese:

Shortcuts

Share