Bodoland Peoples Front

Bodoland Peoples Front This is page of Bodoland Peoples Front (BPF). Nonai Serfang Constituency
Women Cell
BPF

We provide actual Informations, Development Reports, Social work activities & other social activities of BPF.
Block Committee
#33 no.

সমূহ বি টি চি বাসীক, BTC accord Day  আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
10/02/2022

সমূহ বি টি চি বাসীক, BTC accord Day আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

BPF দলৰ জ্যেষ্ঠ নেতা তথা বিধায়ক মাননীয় মজেন্দ্ৰ নাৰ্জাৰি দেৱৰ দেৱসান হোৱাত ননাই চেৰফাং BPF ৰ হৈ গভীৰ শোক প্ৰকাশ কৰিছোঁ...
26/05/2021

BPF দলৰ জ্যেষ্ঠ নেতা তথা বিধায়ক মাননীয় মজেন্দ্ৰ নাৰ্জাৰি দেৱৰ দেৱসান হোৱাত ননাই চেৰফাং BPF ৰ হৈ গভীৰ শোক প্ৰকাশ কৰিছোঁ লগতে তেখেতৰ বিদেহি আত্মাই চিৰ শান্তি লাভ কৰক ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

28/03/2021

Khela Hobey

26/03/2021





#জয়cpim
#জয়congress

BTC ৰ সৰ্বাঙ্গীন উন্নতি তথা সমূহ ধৰ্মলম্বী আৰু জনগোষ্ঠীৰ মাজত ঐক্য শান্তি প্ৰতিষ্ঠা কৰা ৰ লগতে এক সুন্দৰ BTC গঢ়াৰ বাবে ...
25/03/2021

BTC ৰ সৰ্বাঙ্গীন উন্নতি তথা সমূহ ধৰ্মলম্বী আৰু জনগোষ্ঠীৰ মাজত ঐক্য শান্তি প্ৰতিষ্ঠা কৰা ৰ লগতে এক সুন্দৰ BTC গঢ়াৰ বাবে BPF দলৰ মনোনীত প্ৰাৰ্থী শ্ৰী কৰুণা কান্ত স্বৰগীয়াৰি দেৱক আপোনালোকৰ বহুমূলীয়া ভোট দি জয় যুক্ত কৰক।


24/03/2021

অসমৰ চাহ শ্ৰমিক সকল এই ঠগবাজী চৰকাৰক অহা ১ এপ্ৰিল তাৰিখে উচিত শিক্ষা দিব।



#জয়congress

24/03/2021

অসমতো এইবাৰ ঠগবাজি চৰকাৰৰ বিৰুদ্ধে খেলা হব।



#জয়congress

#জয়cpim

BTC বাসীৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ বাবে একমাত্ৰ আশা আৰু ভৰসা আমাৰ  HAGRAMA MAHILARI তথা BPF যাৰ মূল মন্ত্ৰই,  BTC বাসীৰ ...
21/03/2021

BTC বাসীৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ বাবে একমাত্ৰ আশা আৰু ভৰসা আমাৰ HAGRAMA MAHILARI তথা BPF যাৰ মূল মন্ত্ৰই, BTC বাসীৰ সম উন্নয়ন সম বিকাশ তথা BTC ত শান্তি প্ৰতিষ্ঠা কৰা।
আহক সকলোৱে মিলি HAGRAMA MOHILARI দেবৰ হাত শক্তি শালী কৰিবলৈ BPF দলৰ মনোনীত প্ৰাৰ্থী শ্ৰী যুত কৰুনা কান্ত স্বাৰ্গীয়াৰি দেৱক নাঙলৰ ছবিত ভোট দি জয় যুক্ত কৰোঁ।


বিভিন্ন জাতি জনগোষ্ঠী তথা বিভিন্ন ধৰ্মালম্বী ৰ মিলন ভূমি  আমাৰ BTC ৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ হকে    64 নং পানেৰী বিধান ...
20/03/2021

বিভিন্ন জাতি জনগোষ্ঠী তথা বিভিন্ন ধৰ্মালম্বী ৰ মিলন ভূমি আমাৰ BTC ৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ হকে 64 নং পানেৰী বিধান সভা সমষ্টিৰ BPF দলৰ মনোনীত আৰু মহাজোট বন্ধনৰ সমৰ্থিত প্ৰাৰ্থী শ্ৰী যুত কৰুণা কান্ত স্বৰ্গীয়াৰী ক নাঙলৰ ছবিত আপোনালোকৰ বহুমূলীয়া ভোট দি জয় যুক্ত কৰক।

#জয়Congress
#জয়AIDUF
#জয়CPIM
#জয়HagramaMahilari

  মোৰ মতে ২০২০ চনৰ বি টি চি পৰিষদীয় নিৰ্বাচনৰ সমীক্ষা দিলো আপোনালোকৰ পৰা সমীক্ষা বিচাৰিলো কমেন্ট কৰি জনাব ?? #ধনৰাজ
11/12/2020


মোৰ মতে ২০২০ চনৰ বি টি চি পৰিষদীয় নিৰ্বাচনৰ সমীক্ষা দিলো আপোনালোকৰ পৰা সমীক্ষা বিচাৰিলো কমেন্ট কৰি জনাব ??
#ধনৰাজ

10/12/2020

বাওখুংগ্ৰীৰ আক্ৰমণৰ ঘটনাক লৈ বিস্ফোৰক মন্তব্য হাগ্ৰামা মহিলাৰীৰ ||
'হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে হৈছিল বাওখুংগ্ৰীৰ আক্ৰমণৰ ঘটনা' ||
BJP Go Back
Himanta Go Back

Casted my vote for a peaceful and a prosperous BTC - Hagrama Mahilary
10/12/2020

Casted my vote for a peaceful and a prosperous BTC - Hagrama Mahilary

08/12/2020

BTCৰ ষ্ট্ৰং ৰুমত ভয়ংকৰ কাণ্ড!
ষ্ট্ৰং ৰুমক লৈ গুৰুতৰ অভিযোগ আনিছে বিপিএফে ||
পুলিচ-প্ৰশাসন মূর্দাবাদ |
অসম চৰকাৰ মূর্দাবাদ |
BJP মূর্দাবাদ |

08/12/2020

ওদালগুৰিৰ ননৈ চেৰফাঙত নিৰ্বাচনকেন্দ্ৰিক হিংসা ||
#ননৈ চেৰফাঙত বিপিএফ প্ৰাৰ্থী সুৰেশ তাঁতীক আক্ৰমণ || বিজেপি আৰু ইউ পি পি এলে আক্ৰমণ কৰাৰ অভিযোগ বিপিএফৰ ||

06/12/2020

UPPL'ক ভোট দিয়াৰ আগতে ছবে ৰাইজে ভাবি লোৱা |

05/12/2020

নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি নোনাইপাৰাত 'আছা'ৰ গণহুংকাৰ



05/12/2020

বিশাল বাইক ৰেলীৰে ননৈ চেৰফাং সমষ্টিত বিপিএফৰ শক্তি প্ৰদৰ্শন ||




%

04/12/2020

এইয়া চাওক নিৰ্বাচনৰ পূৰ্বে #প্ৰমোদ_বড়ো বেপাৰী পাৰ্টিয়ে ১০ লাখ টকা চান্দা দিবৰ বাবে দাবী জনালে, এই পাৰ্টীক বুজি পাবলৈ একো বাকী নাথাকিল ||
এই ভিডিও টোৱে হল দলৰ পৰিৱৰ্তনৰ চানেকি স্বৰূপ |Share কৰিব যাতে সকলোৱে বুজি পাই|
Go Back
Party go back
boro go back
bahini go back
Extortion By United People's Party Liberal -UPPL

01/12/2020

ওদালগুৰি ,36 নং হৰিছিঙা সমষ্টতিত বিশ্বজিৎ দৈমাৰীযে টকা বিলাই থকা সময়ত ৰাইজৰ লগত পোহো খেদা খাইছেহ। বিশ্বজিৎ অক খেদা সময়ত UPPL দলৰ মানু্হ বুৰ ৰাইজক বাধা প্ৰদান কৰিছিল।

Udalguri District, 36 No Harisinga somostiao ao Biswajit Daimari a gami gami Nokhor Nokhor fwisa ranfwidwngmn, raijw rajafra hwna horbai,,, Biswajit Daimari kou hwna hornaiao UPPL a bada hwdwngmn raijwfwrkou,,

01/12/2020

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ জনজাতিকৰণ মৰ্য্যদা প্ৰদান কৰাৰ দাৱীত আদিবাসী গণ হুংকাৰ।

#জনজাতিকৰণ
#মাটিপট্টাশীঘ্ৰেপ্ৰদানকৰক।

Different Leaders But The Message is clear. Vote BPF to bring Hagrama Govt for the fourth time in BTC.
01/12/2020

Different Leaders But The Message is clear. Vote BPF to bring Hagrama Govt for the fourth time in BTC.

01/12/2020

তুংগত BTCনিৰ্বাচনৰ প্ৰচাৰ। হেভিৱেট ৰাজনৈতিক নেতাৰ অভিযোগ প্ৰতি অভিযোগৰ জোৱাৰ।
হিমন্ত বান্দৰ আছু পৰা খেদা লিডাৰ ||

01/12/2020

Developmental work under the leadership of BTC Chief Hagrama Mohilary sir
Suresh Tanti Hagrama Mohilary
VoteforDevelopment, Bodoland Peoples Front

30/11/2020

হাজাৰ হাজাৰ ৰাইজক লৈ ননৈ চেৰফাঙত হাগ্ৰামাৰ ৰণহুংকাৰ ৷ ননৈ চেৰফাং সমষ্টিৰ বিপিএফ প্ৰাৰ্থী সুৰেশ তাঁতীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ঔৰংগাজুলি খেলপথাৰত দেওবাৰে বিশাল জনসভাত হাগ্ৰামা মহিলাৰীয়ে কি ক’লে?

বিজেপি চৰকাৰলৈ আদিবাসীৰ গণ হুংকাৰ | NO ST NO VOTE BJP, NO 350 NO VOTE BJP, NO LAND PATTA NO VOTE BJP...
30/11/2020

বিজেপি চৰকাৰলৈ আদিবাসীৰ গণ হুংকাৰ |
NO ST NO VOTE BJP, NO 350 NO VOTE BJP, NO LAND PATTA NO VOTE BJP...

29/11/2020

ইউ পি পি এল নেতা অনিল মোছাহাৰীয়ে আছাৰ সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাক লৈ এতিয়া আদিবাসী অধ্যুষিত অঞ্চল সমূহত দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

Witnessed immense enthusiasm at Orangajuli Tea Estate Football Field meet in Nonai Serfang Constituency | People from al...
29/11/2020

Witnessed immense enthusiasm at Orangajuli Tea Estate Football Field meet in Nonai Serfang Constituency | People from all sections of society came to bless us | I thank them for their love and support ||

"ঐক্য, শান্তি, সম্প্ৰীতি, সম অধিকাৰ আৰু সম বিকাশ হৈছে বি.পি.এফ দলৰ মূল লক্ষ্য"আমাৰ ৩৩ নং ননৈ চেৰফাং সুৰক্ষিত ৰাখিবলৈ হলে...
29/11/2020

"ঐক্য, শান্তি, সম্প্ৰীতি, সম অধিকাৰ আৰু সম বিকাশ হৈছে বি.পি.এফ দলৰ মূল লক্ষ্য"
আমাৰ ৩৩ নং ননৈ চেৰফাং সুৰক্ষিত ৰাখিবলৈ হলে বি.পি.এফ দলৰ মনোনীত প্ৰাৰ্থী শ্ৰী সুৰেশ তাঁতী'দেৱক নাঙলৰ ছবিত ভোট দি জঁয়যুক্ত কৰক |||

28/11/2020

Hon'ble minister Rihon Daimary speech at Kabir Ali Field in Harisinga constituency, Udalguri.
Hagrama Mohilary Raimona primary BPF Dhan Raaz - ধনৰাজ Bodoland Peoples Front

তোমাৰ নেতা, মোৰ নেতা বিটিচি বাসীৰ প্ৰিয় নেতা শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱ | আপুনি আগবাঢ়ক আমি আপোনাৰ লগত আছো | সকলো জনগ...
28/11/2020

তোমাৰ নেতা, মোৰ নেতা বিটিচি বাসীৰ প্ৰিয় নেতা শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱ | আপুনি আগবাঢ়ক আমি আপোনাৰ লগত আছো | সকলো জনগোষ্ঠী আপোনাৰ লগত আছে | বিজয়ৰ মূকুট পিন্ধাই ৪ৰ্থ বাৰৰ বাবে শাসন ভাৰ থাকিব | মডেল বিটিচি গঢ়াৰ বাবে ৰাইজৰ আৰ্শীবাদ পাব এইবাৰ ||

28/11/2020

উত্তাল বিটিচিৰ বাগানপাৰা পৰিষদীয় সমষ্টি, এফালে নিৰ্বাচনী সভা আনফালে প্ৰতিবাদ |BJP GO BACK

PEACE, UNITY & PROSPERITYONCE AGAIN BPF GOVERNMENT 💪💪HAGRAMA MAHILARY LONG LIVEBPF LONG LIVESURESH TANTI ZINDABAD
28/11/2020

PEACE, UNITY & PROSPERITY
ONCE AGAIN BPF GOVERNMENT 💪💪
HAGRAMA MAHILARY LONG LIVE
BPF LONG LIVE
SURESH TANTI ZINDABAD

Bodoland People's FrontNo. 33 Nonai Serfang Constituency, BTCMass Gathering "Hon'ble "Hagrama Mohilary" President, BPFVe...
28/11/2020

Bodoland People's Front
No. 33 Nonai Serfang Constituency, BTC
Mass Gathering

"Hon'ble "Hagrama Mohilary" President, BPF
Venue : Orangajuli TG Football Playground
Date: 29/11/2020 (Sunday)

27/11/2020

"প্ৰমোদ বড়ো ক্ষমতালৈ আহিলে ৬০% লোকে ভূমিৰ অধিকাৰ হেৰুৱাব " : পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ

Address

BTC
Kokrajhar
784523

Website

Alerts

Be the first to know and let us send you an email when Bodoland Peoples Front posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Category

Nearby media companies


Other Video Creators in Kokrajhar

Show All