BN LIVE FAST

BN LIVE FAST News Channel

02/09/2026

বড়োলেণ্ড চিল্ক পাৰ্কত ‘মেৰা ৰেচম মেৰা অভিমান ২.০’ আৰু ৰাষ্ট্ৰীয় ৰেচম প্ৰযুক্তি হস্তান্তৰ অভিযান অনুষ্ঠিত

02/09/2026

বঙাইগাওঁৰ দক্ষিণ ঢালিগাওঁত কোকৰাঝাৰ আৰক্ষীৰ অভিযান ৷

অভিযানত ধুবুৰীৰ মঞ্জুৰ আলী নামৰ লোক এজনক গ্ৰেপ্তাৰ ।

02/09/2026

কোকৰাঝাৰ চহৰৰ বেছগাওঁস্থিত কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হাস্পতালৰ সমীপত আজিৰে পৰা মুকলি হৈছে AALASI হোটেল ৷

বড়ো জনগোষ্ঠীয় পৰম্পৰা সু-স্বাদ্য খাদ্যসম্ভাৰৰ তালিকাৰে AALASI হোটেলত গ্ৰাহকক এসাজ জুতিৰে আপ্যায়ন কৰিবলৈ সাজু হৈছে হোটেলখন ৷

02/09/2026

কোকৰাঝাৰত বিপিএফ আৰু বিজেপি দলৰ যৌথ বৈঠক৷

বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্য আগবঢ়াইছো-

02/09/2026

কোকৰাঝাৰবাসীৰ বাবে বিশেষ সুবিধা লৈ আহিছে আই আফা মেডলাইফ বিএম হস্পিতালে ৷

আই আফা মেডলাইফ বি এম হাস্পতালত ২৪×৭ উপলব্ধ পাব জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞ চিকিৎসকক ৷

কোকৰাঝাৰ এলেকাৰ ৫০ কিলমিটাৰ দূৰত্বৰ পৰা আই আফা মেডলাইফ বি এম হস্পিতালে চৰ্ত সাপেক্ষে আগবঢ়াব এম্বুলেন্স সেৱাৰ সুবিধা ৷

ৰিচিপচন আই পি ডিৰ বাবে কল কৰক 8822688026 নতুবা অ পি ডি ৰিচপচনৰ বাবে কল কৰক 9101655430 আৰু 9282828453 মোবাইল নম্বৰত ৷

01/09/2026

কোকৰাঝাৰৰ ভোটগাওঁত আজিৰে পৰা এবিএমছুৰ দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ উদ্যোগত ৭ তম শ্বহীদ লাফিকুল ইছলাম আহমেদ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা আৰম্ভ ৷

কাৰ্যসূচীত উপস্থিত থাকি কেইবাটাও মন্তব্য আগবঢ়ায় বিটিচিৰ ফকিৰাগ্ৰাম সমষ্টিৰ পাৰিষদ এজামূল হক আৰু এবিএমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জাইদুল ইছলামে-

পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰি গ্ৰেপ্তাৰ হ'ল নলবাৰীৰ মৃগেন শালৈ ।
31/08/2026

পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰি গ্ৰেপ্তাৰ হ'ল নলবাৰীৰ মৃগেন শালৈ ।

31/08/2026

কোকৰাঝাৰত UPPLৰ দুই ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ।

কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত ধৰ্ণা কাৰ্যসূচী ।

তিনিদফীয়া দাবীত এই ধৰ্ণা কাৰ্যসূচী ।

31/08/2026

কোকৰাঝাৰত Miss & Mr. Bodoland Worldwide 2026 Grand Finale,

31/08/2026

কোকৰাঝাৰত আইফোন , মটৰচাইকেল নিদিয়াৰ বাবেই ছাত্ৰৰ আত্মহনন।

কোকৰাঝাৰ জিলাৰ বালাজান তিনালী নিৱাসী ফুলেন নাথৰ সন্তান দেৱজিৎ নাথৰ আত্মহনন ।

দেৱজিৎ নাথ আছিল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ।

Address

Kokrajhar

Alerts

Be the first to know and let us send you an email when BN LIVE FAST posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BN LIVE FAST:

Shortcuts

Share