Badoli garh express

Badoli garh express hi guys noa do videos ko lagit ar enttartainment

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onb...
12/11/2024

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onboard! Trilok Singh, Radika Orw

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onb...
11/09/2024

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onboard! Jadab Pal, RK Màrdí

01/06/2024

I have reached 200 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉

24/12/2023
এটা  এন্দুৰে খোৱা খাদ্য বিচাৰি ৰজাৰ ঘৰত প্ৰবেশ কৰিলে। তাতো একো খাবলৈ নাপাই সি এটা হীৰাৰ টুকুৰা গিলি পেলালে। হীৰা চুৰি হো...
19/06/2023

এটা এন্দুৰে খোৱা খাদ্য বিচাৰি ৰজাৰ ঘৰত প্ৰবেশ কৰিলে। তাতো একো খাবলৈ নাপাই সি এটা হীৰাৰ টুকুৰা গিলি পেলালে। হীৰা চুৰি হোৱা বুলি ৰাজপ্ৰসাদত হাহাকাৰ লাগিল। ৰজাই জ্যোতিষীক মাতি পঠিয়ালে। জ্যোতিষীয়ে কলে হীৰাৰ টুকুৰাটো এন্দুৰে খাইছে। ৰজাই সেনাপতিক হীৰা টুকুৰা যিয়ে উদ্ধাৰ কৰিব পাৰে তেওঁক পুৰস্কাৰ দিব বুলি ঘোষণা কৰিবলৈ দিলে। সেইমৰ্মে ৰাজ্যৰ সুদক্ষ চিকাৰীজনক সেনাপতিয়ে মাতি আনিলে। চিকাৰীজনে যেতিয়া এন্দুৰ মাৰিবলৈ এন্দুৰ থকা ঠাইখিনিলৈ গ'ল তেওঁ দেখিলে ইমানবোৰ এন্দুৰৰ মাজত এটা এন্দুৰে নিজকে বাকীবোৰৰ পৰা দূৰত ৰাখি আৰামত শুই আছে। চিকাৰীজনে তেতিয়া সেই এন্দুৰটোক ধৰি আনি তাৰ পেটটো কাটি হেৰুওৱা হীৰাটুকুৰাটো উলিয়াই ৰজাক দিলে।
ৰাজপ্ৰসাদত উপস্থিত সকলোৱে চিকাৰীৰ গুন গাবলৈ ধৰিলে। ৰজাই চিকাৰীক পুৰস্কাৰ দি সুধিলে, "হাজাৰটা এন্দুৰৰ মাজৰ পৰা তুমি কেনেকৈ গম পালা যে এই এন্দুৰটোৱে হীৰা চুৰি কৰিছে।

চিকাৰীজনে উত্তৰ দিলে,
--খুবেই সহজ ! মূর্খ যেতিয়া হঠাৎ বিত্তবান হৈ যায়, তেতিয়া নিজকে বেলগতকৈ অলপ বেলেগ যেন ভাবে, নিজৰ জাতিৰ সংগ লোৱাটোও বন্ধ কৰি দিয়ে ।
মূর্খ এন্দুৰটোৱে ঠিক সেয়াই কৰিছিল, হীৰা চুৰ কৰি সি নিজকে সকলোতকৈ ধনী আৰু এন্দুৰৰ ৰজা ঘোষণা কৰিছিল ।
বর্তমান সমাজত কিছু কিছু মানুহৰ মাজতো এনে আচৰণ দেখা যায় আৰু তাৰ পৰাই সিহঁতৰ বংশ পৰিচয় পোৱা যায়।

#গল্পটো শ্বেয়াৰ কৰক আৰু আপোনাৰ দৰে আন দহজনকো পঢ়াৰ সুবিধা দিয়ক ।

 #অহা ১৫ আৰু ১৬ এপ্ৰিল ২০২৩ ইং তাৰিখত কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ গুমা বনাঞ্চলৰ সত্যপুৰত অনুষ্ঠিত হ'ব লগীয়া ২২ সংখ্...
30/03/2023

#অহা ১৫ আৰু ১৬ এপ্ৰিল ২০২৩ ইং তাৰিখত কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ গুমা বনাঞ্চলৰ সত্যপুৰত অনুষ্ঠিত হ'ব লগীয়া ২২ সংখ্যক জাহেৰ সাগুন বাইছিৰ বাৰ্ষিকী আৰু ৪ সংখ্যক চাওঁতাল জনগোষ্ঠীৰ বাহা পৰৱ বিদায় অনুষ্ঠান আয়োজন কৰা হৈছে।

গতিকে দলে দলে যোগদানৰ কাৰণে আহ্বান জনোৱা হ'ল।

22/06/2022

New santali promo video 2022

Address

Kokrajhar
783360

Alerts

Be the first to know and let us send you an email when Badoli garh express posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Badoli garh express:

Share

Category