Pratidin Live

Pratidin Live News
(1)

29/07/2026

উষাটাৰী গাওঁত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। একাংশ ভু মাফিয়াৰ গুণ্ডাগিৰি। নুৰুল খান নামৰ এজন ব্যক্তিৰ ঘৰত গৈ ভয়ংকৰ ভাবে আক্ৰমণ কৰে নুৰ হুছেইন মণ্ডল আৰু তেওঁৰ গুণ্ডা বাহিনীৰ দলে।

28/07/2026

পৰ্বতঝোৰা জিলা ইউথ বি পি এফ আৰু বি এছ ইউৰ উদ্যোগত বগৰিবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰূপায়ণ কৰা বিনামূলীয়া পাঠদান শিবিৰ আয়োজনৰ সফল সামৰণি পৰে।

28/07/2026

মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চহৰীয়া গাঁৱত আজি এক অত্যন্ত হৃদয়বিদাৰক আৰু শোকাবহ ঘটনা সংঘটিত হয়।

চৰকাৰবিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰিলে অসমৰ এজন জ্যেষ্ঠ মন্ত্ৰীৰ কন্যাই। এফালে কন্যাৰ ব্যক্তিগত মত, আনফালে চৰকাৰৰ নীতি। এই...
26/07/2026

চৰকাৰবিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰিলে অসমৰ এজন জ্যেষ্ঠ মন্ত্ৰীৰ কন্যাই। এফালে কন্যাৰ ব্যক্তিগত মত, আনফালে চৰকাৰৰ নীতি। এই পৰিস্থিতিত মন্ত্ৰীগৰাকীয়ে কি স্থিতি ল'ব, সেয়াই এতিয়া সকলোৰে প্ৰশ্ন।

সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত উজলিল ৰূপহীহাটৰ কন্যা নাছৰিন চুলতানা
17/07/2026

সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত উজলিল ৰূপহীহাটৰ কন্যা নাছৰিন চুলতানা

সুৰাৰ মূল্যবৃদ্ধি সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ মন্তব্য।
17/07/2026

সুৰাৰ মূল্যবৃদ্ধি সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ মন্তব্য।

17/07/2026

ৰাজ্যত গো-সুৰক্ষা আৰু গো-সেৱাৰ নামত চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ সময়তে এতিয়া একাংশ দুষ্ট চক্ৰই গো-শালা খোলাৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

08/07/2026

পৰ্বতঝোৰা মহামায়া উন্নয়ন খণ্ড কাৰ্য্যলয়ৰ সন্মুখত MGNREGA, PMAY-G আৰু NSAP আঁচনিৰ সামাজিক পৰীক্ষণৰ বিশেষ গাঁও সভাৰ আয়োজন৷ পৰ্ব​তঝোৰা মহামায়া উন্নয়ন খণ্ড কাৰ্যলয়ত আজি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন (MGNREGA), প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (PMAY-G) আৰু ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী (NSAP) আঁচনিসমূহৰ এক গুৰুত্বপূৰ্ণ সামাজিক পৰীক্ষণ (Social Audit) বিশেষ গাঁও সভা অনুষ্ঠিত হৈ যায়।

03/07/2026

পৰ্বতঝোৰাৰ ভেঁকুৰচৰ হৰিয়াৰকুটিত
ভয়ংকৰ মাৰপিটৰ ঘটনা সংকট জনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কেইবাজনক।

অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চিমেন নদীৰ জলপৃষ্ঠ হঠাতে বৃদ্ধি পায়।
29/06/2026

অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চিমেন নদীৰ জলপৃষ্ঠ হঠাতে বৃদ্ধি পায়।

Address

Kokrajhar

Alerts

Be the first to know and let us send you an email when Pratidin Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pratidin Live:

Shortcuts

Share