Parbatjhora District BPF

Parbatjhora District BPF Moon Moon Brahma Zindabad

আশীৰ্বাদ যাত্ৰা।।।।পৰ্বতঝোৰাত মুন মুন ব্ৰহ্ম ডাঙৰীয়ানীৰ জয় নিশ্চিত।।
25/08/2025

আশীৰ্বাদ যাত্ৰা।।।।
পৰ্বতঝোৰাত মুন মুন ব্ৰহ্ম ডাঙৰীয়ানীৰ জয় নিশ্চিত।।

আজি ২৪/০৮/২০২৫ ইং তাৰিখে পৰ্বতঝোৰা সমষ্টিৰ মহামায়া VCDC ৰ অন্তৰ্গত  ৰাজাপাৰা দ্বিতীয় খণ্ড গাওঁত মহামায়া প্ৰাইমাৰীৰ উদ...
24/08/2025

আজি ২৪/০৮/২০২৫ ইং তাৰিখে পৰ্বতঝোৰা সমষ্টিৰ মহামায়া VCDC ৰ অন্তৰ্গত ৰাজাপাৰা দ্বিতীয় খণ্ড গাওঁত মহামায়া প্ৰাইমাৰীৰ উদ্যোগত এখন যোগদান সভা অনুষ্ঠিত হয় ।
UPPL /BJP চৰকাৰে ৰাইজৰ কাৰণে একো উন্নতি কৰা নাই, ৰাইজে এইবাৰ UPPL আৰু BJP ৰ ওপৰত বিক্ষোভ ,BPF ৰ ওপৰত ৰাইজৰ বিশ্বাস আৰু উন্নতিৰ স্বাৰ্থত ১ নং পৰ্বতঝোৰা সমষ্টিৰ সন্মানীয়া MCLA তথা BPF মনোনীত প্ৰাৰ্থী শ্ৰীমতী Moon Moon Brahma ডাঙৰীয়ানীৰ উপস্থিতত 200 ৰো অধিক BTC নিৰ্মাতা তথা BPF প্ৰধান শ্ৰীযুত Hagrama Mohilary Sir ৰ নীতি আদৰ্শ আৰু সকলো জাতি জনগোষ্ঠীৰ উন্নতিৰ স্বাৰ্থত আজি আনুষ্ঠানিক ভাৱে BPF দলত যোগদান কৰে ।
Hagrama Mohilary Sir Zindabad
Moon moon Brahma Ma'am Zindabad
Bodoland People's Front - BPF ZINDABAD

24/08/2025

BTC চৰকাৰত সংঘটিত হোৱা বন বিভাগ আৰু VCDC সচিব পদৰ চাকৰি কেলেংকাৰী তথা দুৰ্নীতিৰ বিৰুদ্ধে অতি শীঘ্ৰে উচ্চ ন্যায়লয়ত গোচৰ ৰুজু কৰা হ'ব।

BTCত সংঘটিত হোৱা চাকৰি কেলেংকাৰীৰ সম্পৰ্কত প্ৰমোদ বড়োক তীব্ৰ সমালোচনা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ।

23/08/2025

পৰিৱৰ্তন মানে কোকৰাঝাৰ to কাৰিগাওঁ স্পিড ব্ৰেকাৰ।।

অহা ২৫/০৮/২০২৫ ইং তাৰিখে হবলগীয়া আশীৰ্বাদ যাত্ৰাত পৰ্বতঝোৰা সমষ্টিৰ বুদ্ধিজীৱী আৰু পৰ্বতঝোৰা সকলো BPF কৰ্মীক উপস্থিত হৈ...
23/08/2025

অহা ২৫/০৮/২০২৫ ইং তাৰিখে হবলগীয়া আশীৰ্বাদ যাত্ৰাত পৰ্বতঝোৰা সমষ্টিৰ বুদ্ধিজীৱী আৰু পৰ্বতঝোৰা সকলো BPF কৰ্মীক উপস্থিত হৈ আশীৰ্বাদ দিবলৈ অনুৰোধ জনালোঁ.

Moon moon Brahma 🙏

23/08/2025

Kampa Borgoyari এজন কেলেংকাৰি কৰা নেতা।

23/08/2025
আজি ২২/০৮/২০২৫ ইং তাৰিখে পৰ্বতঝোৰা সমষ্টিৰ  কেইবা জনো বুদ্ধিজীৱী, প্ৰাক্তন শিক্ষক, প্ৰাক্তন সীমান্ত সুৰক্ষা বাহিনী, গাওঁ...
22/08/2025

আজি ২২/০৮/২০২৫ ইং তাৰিখে পৰ্বতঝোৰা সমষ্টিৰ কেইবা জনো বুদ্ধিজীৱী, প্ৰাক্তন শিক্ষক, প্ৰাক্তন সীমান্ত সুৰক্ষা বাহিনী, গাওঁবুঢ়া আৰু লগতে 20 জন UPPL ৰ সক্ৰিয় কৰ্মী ১ নং পৰ্বতঝোৰা সমষ্টিৰ MCLA তথা BPF দলৰ মনোনীত প্ৰাৰ্থী শ্ৰীমতী Moon Moon Brahma ডাঙৰীয়ানীৰ নীতি আদৰ্শ ভাল পাই আনুষ্ঠানিক ভাৱে BPF দলত যোগদান কৰে ।
পৰ্বতঝোৰা উন্নতিৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠী আজি BPF ক সমৰ্থন কৰি আছে।
মানুহে বুজি উঠিছে হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত moon Moon Brahma ডাঙৰীয়ানীৰ দ্বাৰা হে উন্নয়ন সম্ভৱ।।
Hagrama Mohilary Sir 🙏
Moon moon Brahma Ma'am ✊
Bodoland People's Front - BPF

আজি ২১/০৮/২০২৫ ইং তাৰিখে পৰ্বতঝোৰা সমষ্টিৰ পৰ্বতঝোৰা UPPL ৰ ST Board ৰ Member Ashok Sangma ডাঙৰীয়াৰ লগত UPPL ৰ 15 জন কৈ...
21/08/2025

আজি ২১/০৮/২০২৫ ইং তাৰিখে পৰ্বতঝোৰা সমষ্টিৰ পৰ্বতঝোৰা UPPL ৰ ST Board ৰ Member Ashok Sangma ডাঙৰীয়াৰ লগত UPPL ৰ 15 জন কৈ সদস্যক লগত লৈ সন্মানীয়া MCLA তথা বি পি এফ দলৰ মনোনীত প্ৰাৰ্থী শ্ৰীমতী MOON MOON BRAHMA ডাঙৰীয়ানীৰ বাসভৱনত আনুষ্ঠানিক ভাৱে বি পি এফ দলত যোগদান কৰে।।।

21/08/2025

2020 চনৰ পৰা একে কথা শুনি শুনি আমনি লাগিছে।
শান্তি মিছন ভিছন 26 টা জনগোষ্ঠী।

21/08/2025
20/08/2025

Prithviraj Narayan Dev Mech -vs- UPPL MLA Lawrence Islary

Address

Kokrajhar

Website

Alerts

Be the first to know and let us send you an email when Parbatjhora District BPF posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share