Mursida Begum for Guma UPPL

Mursida Begum for Guma UPPL Vote For Mursida Begum 2 no Guma Constituency
(1)

29/10/2025

খেলা হবে। খেলা খেলা হবে।

হাগ্ৰামাৰ লগে লগে আহিল শ্ৰীৰামপুৰ গেটৰ অবৈধ ছিণ্ডিকেটমহিলাৰীৰ আশীষ ধন্য বৰপেটাৰ জিয়াউৰ খানৰ নেতৃত্বত শ্ৰীৰামপুৰত চলিছে ব...
28/10/2025

হাগ্ৰামাৰ লগে লগে আহিল শ্ৰীৰামপুৰ গেটৰ অবৈধ ছিণ্ডিকেট

মহিলাৰীৰ আশীষ ধন্য বৰপেটাৰ জিয়াউৰ খানৰ নেতৃত্বত শ্ৰীৰামপুৰত চলিছে বহি ৰাজ্যৰ নিষিদ্ধ ব্ৰইলাৰ-গাহৰি-ম'হৰ ছিণ্ডিকেট

প্ৰতিখন ব্ৰইলাৰ ভৰ্তি বাহনৰ Entry মূল্য ৪৫ হাজাৰ
প্ৰতিখন ম'হ ভৰ্তি বাহনৰ Entry মূল্য ৩.৭০ লাখ
প্ৰতিখন গাহৰি ভৰ্তি বাহনৰ Entry মূল্য ১.২০ লাখ

27/10/2025
24/10/2025

Wait for end

24/10/2025

“জনতাই শান্তি আৰু সুশাসনৰ আশা কৰিছিল, কিন্তু হাগ্ৰাম মহিলাৰ শাসনকালত আকৌ জোৱাখেলৰ দৰে অপসংস্কৃতি সমাজখনত মূৰ তুলিবলৈ ধৰিছে।
এইটো কেৱল এটা খেলা নহয়, ই অসমৰ যুবসমাজ, পৰিয়াল আৰু অৰ্থনৈতিক স্থিৰতাক ধ্বংস কৰিব লগা ৰোগ।
জনতাৰ ধন, সময় আৰু ভবিষ্যৎ এই ধৰণৰ অবৈধ কামত ৰূপান্তৰ হোৱা বেয়া লক্ষণ।
আমাৰ দল এই অনিয়মৰ সক্ৰিয়ভাৱে প্ৰতিবাদ কৰে আৰু জুৱাখেল সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী জনায়।
সমাজ আৰু সংস্কৃতি ৰক্ষাৰ সময় এতিয়া—চুপ থাকা মানে মঞ্চত দোষ স্বীকাৰ কৰা।”

23/10/2025

হৰগ্ৰাম মহালাৰী কাউন্সিলৰ প্ৰধানে 1.3 কোটি টকাৰ Toyata Vellfire কিনিলে!
প্ৰশ্ন হ’ল — এই ধনৰ উৎস কি? জনগণৰ টকা নে নিজৰ ব্যক্তিগত আয়?
গ্রামত পানীৰ অভাৱ, লগে-পথ ভাঙি পৰিছে, যুবক-যুবতী বেকাৰ, তেনে পৰিস্তিতিত নেতা বাবুৰ বিলাসী বাহনৰ প্রয়োজন কেনেকৈ ন্যায়সঙ্গত হব?
এটা জনপ্ৰতিনিধিৰ প্ৰথম দায়িত্ব হ’ল জনগণৰ সেবা কৰা। বিলাসী জীৱন দেখুৱোৱা নহয়!
জনতাক জবাব দিয়ক — এই ধন ক’তকৈ আহিল আৰু কিয় উন্নয়নৰ আগতে বাহন কেনাকাটা প্ৰাধান্য দিলে?

We condemn in the strongest terms the IED blasts that occurred on the railway track between Kokrajhar and Salakati Railw...
23/10/2025

We condemn in the strongest terms the IED blasts that occurred on the railway track between Kokrajhar and Salakati Railway Station. Such acts of violence are unacceptable and threaten the peace and security of the region.

18/10/2025

The BPF is an opportunistic party.
The BPF can do anything for its own interests.
The BPF Muslim leaders and workers are liars, cheaters, deceivers and betrayers of their people.

The BPF has betrayed the Muslim nation by intimidating the BJP and winning the votes of Muslims today by forming an alliance with that BJP.

I hope the Muslim people will educate this treacherous group in the future.

B Team B Team Some national organizations played with the emotions of the Muslim nation.

The people are conscious and will hold the leadership of that national organization accountable for their betrayal of the people in the future.

Good news for Bodo Community
17/10/2025

Good news for Bodo Community

16/10/2025

⭕ NLFB ৰ প্ৰাক্তন মূখ্য সেনাধ্যক্ষ তথা UPPL ৰ কেন্দ্রীয় সমিতিৰ সদস্য কমল পালৰ সংবাদমেল।
⭕ সামাজিক মাধ্যমত কমল পালৰ বিৰুদ্ধে বিপিএফে আপত্তিজনক পোষ্ট কৰাক লৈ তীব্র ক্ষোভ কমল পালৰ।
⭕ আইনী ব্যবস্থা লোৱাৰ হুংকাৰ কমল পালৰ।

Address

Kokrajhar

Alerts

Be the first to know and let us send you an email when Mursida Begum for Guma UPPL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mursida Begum for Guma UPPL:

Share