Chechapani unit ABMSU

Chechapani unit ABMSU Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Chechapani unit ABMSU, Digital creator, kokrajhar, Kokrajhar.

ABMSU ৰ নৱ-নিৰ্বাচিত সভাপতি    আৰু সাধাৰণ সম্পাদক    চাহাবক হিয়া ভৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰাৰ লগতে সংগ্ৰ...
03/09/2023

ABMSU ৰ নৱ-নিৰ্বাচিত সভাপতি আৰু সাধাৰণ সম্পাদক চাহাবক হিয়া ভৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰাৰ লগতে সংগ্ৰামী জীৱন দীৰ্ঘায়ু কামনা কৰিলোঁ।
Taison Hussain Jaidul Islam #এবিএমছু

31/08/2023

ছালাকাটীত পূৰ্ণ গতিত চলিছে এবিএমছু’ৰ অষ্টম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ কাম ৷ ছালাকাটী আঞ্চলিক ঈদ-গাহ ময়দানত আগন্তুক ২ আৰু ৩ ছেপ্তেম্বৰৰ অনুষ্ঠিত হ’ব ছাত্ৰ সংগঠনটিৰ উক্ত অধিৱেশন ৷ সকলো ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি কামনা কোকৰাঝাৰ জিলা এবিএমছু আৰু অভ্যৰ্থনা সমিতিৰ ৷

Nazrul Islam Ashraful Islam President of ABMSU .

27/08/2023

মাগুৰমাৰী আঞ্চলিক ABMSU'ৰ অন্তৰ্গত চেঁচাপানী আৰু দক্ষিণ বাগিছাগাওঁ শাখা সমিতিৰ উদ্যোগত আৰু চেঁচাপানীবাসী ৰাইজৰ সহযোগত সা...
19/08/2023

মাগুৰমাৰী আঞ্চলিক ABMSU'ৰ অন্তৰ্গত চেঁচাপানী আৰু দক্ষিণ বাগিছাগাওঁ শাখা সমিতিৰ উদ্যোগত আৰু চেঁচাপানীবাসী ৰাইজৰ সহযোগত সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত চেঁচাপানী এম,ই স্কুল প্ৰাঙ্গণত হোৱা সজাগতা সভাৰ দৃশ্য।

18/08/2023

আজি ১৮/০৮/২০২৩ তাৰিখে গুৱাহাটীৰ বড়োলেণ্ড গেষ্ট হাউছত বি.টি.চি চৰকাৰৰ আমন্ত্ৰণমৰ্মে বি.টি.চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াৰ সৈতে বি.টি.আৰ.ৰ বৰ্তমানৰ উচ্ছেদকেন্দ্ৰিক প্ৰসংগত এবিএমছুকে ধৰি বিভিন্ন দল-সংগঠনৰে অনুষ্ঠিত আলোচনাৰ অন্তত সংবাদমাধ্যমৰ সন্মুখত এবিএমছুৰ সাধাৰণ সম্পাদক Taison Husain ৰ মন্তব্য।

18/08/2023

ৰ EM ৰাকেশ ব্ৰহ্মৰ বিৰুদ্ধে গৰজি উঠিল এবিএমছুৰ সভাপতি।
মানসিক ভাৰসাম্যহীন হৈছে নেকি ৰাকেশ ব্ৰহ্ম,
এই প্ৰশ্ন ৰ সভাপতি আশ্ৰাফুল ইছলামৰ।

17/08/2023

শিমলাবাৰীত এবিএমছুৰ শিক্ষা আৰু সামাজিক সজাগতা সভা সম্পন্ন ।উক্ত সজাগতা সভাৰ অন্নত
শিমলাবাৰী শাখা সমিতিৰ ৫১জনীয়া সদস্যক আঞ্চলিক সমিতিৰ পৰা শপত গ্ৰহণ কৰোৱা হয়।

16/08/2023
14/08/2023

কালি ১৩/০৮/২০২৩ তাৰিখ দেওঁবাৰে মুছলপুৰৰ আল্লিয়াত অনুষ্ঠিত উচ্ছেদ বিৰোধী প্ৰতিবাদী সভাত সংবাদ মাধ্যমৰ সন্মুখত ABMSU ৰ সাধাৰণ সম্পাদক Taison Husain ৰ বক্তব্য।


Husain

05/08/2023

আজি ০৫/০৮/২০২৩ তাৰিখ শণিবাৰে বি.টি.আৰত প্ৰস্তাৱিত উচ্ছেদ বন্ধ আৰু সৰ্বস্তৰৰ ভূমিহীন আৰু ভূমিপট্টাহীন পৰিয়ালক ভূমি আৰু ভূমিপট্টা প্ৰদান কৰাৰ দাবীত তামুলপুৰ মহকুমা সদৰত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে হেজাৰ হেজাৰ জনতাৰ উপস্থিতিত এবিএমছুৰ বিশাল প্ৰতিবাদ।

31/07/2023

২৬ জুলাই তাৰিখে সদৌ বি.টি.চি সংখ্যালঘু ছাত্ৰ সন্থা (ABMSU) উদ্যোগত গুৱাহাটী চচলত উচ্ছেদ বন্ধ,ভূমিহীন লোকক ভূমি আৰু ভূমি পট্টা প্ৰদান,সমষ্টি পুনঃনিৰ্ধাৰণ স্থগিত ৰখাৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীত

Ashraful Islam Taison Hussain

Address

Kokrajhar
Kokrajhar
KOKRAJHAR

Website

Alerts

Be the first to know and let us send you an email when Chechapani unit ABMSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Chechapani unit ABMSU:

Share