BTR Express News

BTR Express News BTR News

24/04/2025

যোৱা ২২/০৪/২৫ ইং তাৰিখে কাশ্মীৰৰ পাহেলগামত নাৰকীও হত্যা কন্দৰ বিৰুদ্ধে গোসাইগাওঁ ভাওৰাগুৰীত ABMSU ৰ কৰ্যোহুচি ৰূপায়ান।

18/02/2025

সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ গোঁসাইগাও জিলা সমিতিৰ উদ্যোগত সমূহ আঞ্চলিক সমিতিৰ সহযোগত ভাওৰাগুৰীত অসমৰ ইতিহাসৰ বৰ্বৰ নেলী হত্যাকাণ্ডৰ ক'লা দিনটোক সুঁৱৰি বন্তি প্ৰজ্বলন কাৰ্য্যসূচী পালন কৰা হয়।

23/10/2023
23/10/2023

যোৱা ৰাতি এবিএমছু ৰ সভাপতি টাইছন হুছেইনৰ ঘৰত আৰু এবিএমছুৰ দ্বাৰকুছি আঞ্চলিক সমিতিৰ কাৰ্যালয় ত দুৰ্বৃত্তৰ আক্ৰমণ

28/09/2023

গোঁসাই গাঁও জিলা সমিতিৰ অধিবেশন খন ভাওৰাগুৰি জাতীয় বিদ্যালয়ত ভাওৰাগুৰী আঞ্চলিক সমিতিৰ উদ্যোগত RC, 31, জনীয়া কমিটি খন গঠন কৰা হ'ল ।

Address

Bhowraguri
Kokrajhar
783336

Website

Alerts

Be the first to know and let us send you an email when BTR Express News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share