XTv News

XTv News পক্ষপাতিত্ব নহয়, প্ৰকৃত খবৰ..

19/08/2026

গোসাঁইগাঁৱত চোৰাং গৰু ভৰ্তি বলেৰ পিক আপ জব্দ।

৭ টা গৰু উদ্বাৰ উদ্ধাৰ,,,এটা গৰুৰ মৃত্যু।

বৰপেটা জিলাৰ দুটা গভাইত গৰু চোৰক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক।

17/08/2026

অনুগ্ৰহ কৰি ভিডিঅ’টো স্ক্ৰল কৰি আগলৈ নিনিব। আপোনাৰ কেইটামান ছেকেণ্ডৰ সময় আৰু এটা সৰু সহায়ে হয়তো ১৩ বছৰীয়া কিশোৰী মৰিয়মৰ জীৱন বচাব পাৰে।

গোসাঁইগাঁওৰ ১৩ বছৰীয়া মৰিয়মৰ জীৱন ৰক্ষাৰ বাবে সহায়ৰ আকুতি
একমাত্ৰ আবেদন—“আমাৰ ছোৱালীজনীক বচাই দিয়ক।”

আপোনাৰ সামান্য আৰ্থিক সহায়ে অসহায় দুখীয়া ঘৰৰ ১৩ বছৰীয়া মৰিয়মৰ চিকিৎসাত এক ডাঙৰ সহায় হ’ব পাৰে।

ফোনপে নম্বৰ 9365568558 (Jahiruddin Sk)

যদি আপুনি নিজে আৰ্থিক সহায় কৰিব নোৱাৰে, তেন্তে অনুগ্ৰহ কৰি এই ভিডিঅ’টো অধিক পৰিমাণে শ্বেয়াৰ কৰক।

আপোনাৰ এটা শ্বেয়াৰে অসহায় পৰিয়ালটোৰ আবেদন কোনো সহৃদয় ব্যক্তিৰ ওচৰলৈ গৈ মৰিয়মৰ জীৱন ৰক্ষাৰ পথ মুকলি হ’ব পাৰে।

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তুলসীবিল 4 নং tengnerbhita গাঁৱৰ নুৰ আলম শেখৰ পুত্ৰ শিশু ইলিয়াছ শেখ আৰু তাৰ ...
15/08/2026

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তুলসীবিল 4 নং tengnerbhita গাঁৱৰ নুৰ আলম শেখৰ পুত্ৰ শিশু
ইলিয়াছ শেখ আৰু তাৰ সহপাঠী শহিনুৰ আলম (কোকৰাঝাৰ) ৰ পৰা দুয়ো জন
যোৱা 13/08/2026 তাৰিখত পুৱা 07:00 A.M বজাৰ পৰা নিৰুদ্দেশ হৈছে ।
জানিব পৰা মতে কোকৰাঝাৰ মোমায়ে কৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছে বুলি গম পোৱা গৈছে ।

যদি কোনোবাই লৰা দুই জনৰ অনুসন্ধান পাই বা কাৰোবাৰ দৃষ্টিগোচৰ হয়
তেন্তে অনুগ্ৰহ কৰি এই 9864826641
78961 79885 নম্বৰত যোগাযোগ কৰিব অনুৰোধ জনোৱা হল ।
ধন্যবাদ।

15/08/2026

🇮🇳 স্বাধীনতা দিৱসৰ শুভেচ্ছা 🇮🇳
স্বাধীনতাৰ ৮০তম বাৰ্ষিকী উপলক্ষে সমূহ দেশবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ! 🇮🇳
এই পৱিত্ৰ দিনটোত আহক, আমি আমাৰ বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ আৰু দেশৰ উন্নতি, শান্তি আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰাৰ সংকল্প লওঁ।
জয় হিন্দ! 🇮🇳
ভাৰত মাতা কী জয়!

12/08/2026

কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ গোসাঁইগাঁও তুলসীবিল গাও সমুহত। ৰেচন কাৰ্ড হিতাধিকাৰীয়ে পুনৰ লাভ কৰিব চেনি আৰু মচুৰ দাইল
খাদ্য সুৰক্ষা আইনৰ অধীনত পুনৰ আৰম্ভ হ’ল মচুৰ দাইল আৰু চেনি বিতৰণ।
বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা ৰাজ্যত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত বন্ধ হৈ থকা মচুৰ ডাইল আৰু চেনিৰ বিতৰণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰা হৈছে।
আজিৰ পৰা সমগ্ৰ অসমতে ৰেচন কাৰ্ডধাৰী হিতাধিকাৰীৰ মাজত সুলভ মূল্যৰ চাউলৰ লগতে প্ৰতি কিলোগ্ৰাম ১০০ টকা মূল্যত এক কিলোগ্ৰামকৈ মচুৰ দাইল আৰু চেনি বিতৰণ কৰা হৈছে।
ইফালে, কোকৰাঝাৰ গোসাঁইগাঁও তুলসীবিল Harbhaga gossaigao Jomunatry asharigandi kortimary আৰু বিভিন জিলা আৰু গাওত আজি এই বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

দীৰ্ঘদিনৰ বিৰতিৰ পিছত পুনৰ মচুৰ ডাইল আৰু চেনি লাভ কৰাৰ সুযোগ পোৱাত ৰেচন কাৰ্ডধাৰী হিতাধিকাৰীসকলৰ মাজত সন্তুষ্টি প্ৰকাশ পাইছে।

10/08/2026

Gossaigaon breaking news

আজি কোকৰাঝাৰ জিলা গোঁসাইগাওঁ মহকুমাৰ অন্তৰ্গত তুলসীবিল ভুমিকা সৰু কালফাটৰ তলত বস্তুৰ ভিতৰত অচিনাক্ত মৃত দেহ উদ্ধাৰ।জানিব পৰা মতে মৃত দেহ টো মহিলা মানুহৰ মৃত দেহ হয়।

09/08/2026

ৰাজ্যত অব্যাহত আছে চোৰাংকৈ গৰু সৰবৰাহ।
তুলসীবিল আৰক্ষী চকীৰ ভাৰ প্ৰাত্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত অভিযান

08/08/2026

কোকৰাঝাৰৰ তুলসীবিলত নতুন গৰু বজাৰ মুকলি: উপস্থিত MCLA. . এন্তাস আলী
আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ২ নং গুমা সমষ্টিৰ (MCLA) **এন্তাস আলী**। তেখেতৰ লগতে অঞ্চলটোৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি আৰু বৃহৎ সংখ্যক স্থানীয় ৰাইজে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বজাৰখনৰ কাম-কাজৰ শুভাৰম্ভ কৰে।

01/08/2026

ভাওৰাগুৰী উছাটাৰী গাঁৱত ভয়ংকৰ মাৰপিটৰ ঘটনা

Address

Kumguri Po Tulshibil Ps Gossaigaon
Kokrajhar

Website

Alerts

Be the first to know and let us send you an email when XTv News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share