Bodoland Radab Plus

Bodoland Radab Plus ACC TV CHANNEL OF BODOLAND REGION .. Like and Follow for Daily Updates

26/04/2024

बर'फोरा गासैबो धोरोमखौ लानानै मोनसे हारि: मन्थ्रि उर्खाव गोरा ब्रह्म

26/04/2024

সকলোৰে মুখে মুখে কেৱল প্ৰমোদ বড়ো চৰকাৰৰ নাম.....
বড়োলেণ্ড ৰাদাবৰ মুখ্য সম্পাদক MWIKHWM BASUMATARY ৰ এক GROUND ZERO REPORT

26/04/2024

GSP ৰাজনৈতিক দলৰ সদস্যসকলে GSP দল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে।

26/04/2024

আজি ৰাতিপুৱাৰ পৰা লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদান আৰম্ভ হল।

25/04/2024

প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ হলে চৰকাৰত থাকিব লাগিব, কিন্তু BPF চৰকাৰত নাই কেনেকৈ সম্ভৱ হব ....প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম

25/04/2024

📌শান্তি অব্যাহত ৰাখিবলৈ সকলোৱে ট্ৰেক্টৰৰ ছবিত ভোট দিব...
📌যিদৰে পুৰণি 500 টকাৰ এতিয়া আৰু কোনো মূল্য নাই একেদৰে নাঙলৰ আৰু কোনো
অস্তিত্ব নাই.....প্ৰমোদ বড়ো

25/04/2024

পুনৰ BTR চৰকাৰৰ এক বৃহৎ সাফল্য।

25/04/2024

যদি প্ৰয়োজন হয়, খস্তম বসুমতাৰীক ABSU ৰ পৰা কিয় বৰ্জন কৰা হৈছিল সকলোবোৰ বৰ্ণনা কৰা হ'ব--ৰথিয়া বসুমতাৰী

24/04/2024

৬ নং কোচুগাঁও সমষ্টিৰ উচাদাৰী গাঁৱৰ জনসাধাৰণৰ সৈতে NDA ৰ দলপতি সকলৰ এক নিৰ্বাচনী প্ৰচাৰ সভা ।

24/04/2024

চিৰাঙৰ বিজনী নিৰ্বাচন জিলাৰ SVEEP CELL ৰ উদ্যোগত আৰু বঙাইগাঁওৰ লৱাৰ অসম হাস্পতালৰ সহযোগত বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ত এক ৰক্তদান শিৱিৰ অনুষ্ঠিত হয় ।

Address

Bodofa Nwgwr, Near UN Academy, KOKRAJHAR
Kokrajhar
783370

Telephone

+917002875837

Website

Alerts

Be the first to know and let us send you an email when Bodoland Radab Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bodoland Radab Plus:

Share