17/09/2025
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ঝাওলা নিলেশ্বৰ ব্ৰহ্ম প্ৰেখাগৃহত চাওঁতাল নৱাগত আদৰণি সভাত উপস্থিত হবলৈ পাই আনন্দিত হৈছোঁ।
উপস্থিত হোৱা সমূহ ছাত্ৰ- ছাত্ৰীলৈ কলেজ জীৱনৰ এই নতুন যাত্ৰাত শুভেচ্ছা জ্ঞাপন কৰিছো।