Choibari

Choibari We are here to keep you guys updated about Choibari and Assam. Share us any news or photos. Thank you

আপোনালোক সকলোকে           🙏🙏তুলসী পূজাৰ🙏🙏 বহুত বহুত শুভেচ্ছা থাকিল।
25/12/2025

আপোনালোক সকলোকে
🙏🙏তুলসী পূজাৰ🙏🙏
বহুত বহুত শুভেচ্ছা থাকিল।

🌸সাৰ্বজনীন শতবৰ্ষিকী শ্ৰী শ্ৰী শ্যামা (কালী) পূজা – ২০২৫ 🙏🌸 #শতবৰ্ষিকীশ্যামাপূজা  #ছৈবাৰী  #ভক্তি  #ঐতিহ্য  #অসম
01/11/2025

🌸সাৰ্বজনীন শতবৰ্ষিকী শ্ৰী শ্ৰী শ্যামা (কালী) পূজা – ২০২৫ 🙏🌸

#শতবৰ্ষিকীশ্যামাপূজা #ছৈবাৰী #ভক্তি #ঐতিহ্য #অসম

সাৰ্বজনীন  ্ৰী_শ্ৰী_মা_কালি_পূজা উপলক্ষে আমাৰ পূজা পৰিচালনা সমিতি জৰিয়তে সাংস্কৃতিক শোভাযাত্ৰা কৰিলোঁ। তাত উপস্থিত আছিল...
23/10/2025

সাৰ্বজনীন ্ৰী_শ্ৰী_মা_কালি_পূজা উপলক্ষে আমাৰ পূজা পৰিচালনা সমিতি জৰিয়তে সাংস্কৃতিক শোভাযাত্ৰা কৰিলোঁ। তাত উপস্থিত আছিল AWDC অধ্যক্ষ মহোদয় শ্ৰীযুত ডাঙৰীয়া লগতে আমাৰ সকলো জনগোষ্ঠীৰ বিশেষ ব্যক্তি আৰু শোভাযাত্ৰাত ভাগ লোৱা লোকসকল।
তাৰে কেইটামান ভাল লগা দৃশ্য।

20/10/2025

সার্বজনীন শ্রী শ্রী শ্যামা (কালী) পূজা উপলক্ষে চৈবাৰীত মীনাবোজাৰ ও মেলা উদ্বোধন কৰা হল। 🎡 আজিৰ পৰা আমাৰ মেলাখন আৰম্ভ হ’ল!
২৬ অক্টোবৰৰলৈকে মেলাখন চলি থাকিব।
সকলে আহক, পৰিয়ালসহ আনন্দ লওক আৰু মেলাৰ ৰঙীন পৰিবেশ উপভোগ কৰক!

#মেলা #আনন্দ #অসম

🌸সাৰ্বজনীন শতবৰ্ষিকী শ্ৰী শ্ৰী শ্যামা (কালী) পূজা – ২০২৫ 🙏🌸এইবাৰ আমাৰ পূজাখন ১০০ বছৰ পূৰ্ণ কৰিলে!ভক্তি, ঐতিহ্য আৰু আনন্দ...
20/10/2025

🌸সাৰ্বজনীন শতবৰ্ষিকী শ্ৰী শ্ৰী শ্যামা (কালী) পূজা – ২০২৫ 🙏🌸
এইবাৰ আমাৰ পূজাখন ১০০ বছৰ পূৰ্ণ কৰিলে!
ভক্তি, ঐতিহ্য আৰু আনন্দৰে পৰিপূৰ্ণ এই যাত্ৰাত আপোনালোকক স্বাগতম। ❤️
আমাৰ মণ্ডপৰ কেইটামান দৃশ্য — 🪔✨

#শতবৰ্ষিকীশ্যামাপূজা #ছৈবাৰী #ভক্তি #ঐতিহ্য #অসম

20/10/2025

সার্বজনীন শ্রী শ্রী শ্যামা (কালী) পূজাৰ প্রতিমা স্থাপন

সার্বজনীন শত বার্ষিকী শ্রী শ্রী শ্যামা (কালী) পূজা 2025.আমি বিনম্রভাবে আপনালোকক জোনাও যে ,     এইবেলি চৈবাৰী চাহ বাগিছা ...
18/10/2025

সার্বজনীন শত বার্ষিকী শ্রী শ্রী শ্যামা (কালী) পূজা 2025.
আমি বিনম্রভাবে আপনালোকক জোনাও যে ,
এইবেলি চৈবাৰী চাহ বাগিছা (হাটখোলা) কমিটিয়ে এশ বছৰ পূর্ণ হোৱাহেতু সতবার্ষিকী শ্যামা (কালী) পূজা সাত দিনিয়া কার্যসূচীৰে 20 th OCTOBER ৰ পৰা 26 th OCTOBER লৈ সার্বজনীন শত বার্ষিকী শ্রী শ্রী শ্যামা (কালী) পূজা
আয়োজন কৰা হব।
সেয়ে সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰা হল।
🙏ধন্যবাদ 🙏

fans everyone

100 years celebration of kali puja at choibari tea estate
08/10/2025

100 years celebration of kali puja at choibari tea estate

02/10/2025

মা যে এবার যাওয়ার সাজে, বিসার্জনের বাজনা বাজে। শুভ বিজয়া!
আসছে বছর আবার হবে!

01/10/2025

চৈবাৰী শাৰদীয় দুর্গোৎসব


fanseveryone

Address

Choibari
Kokrajhar

Website

Alerts

Be the first to know and let us send you an email when Choibari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share